VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটীৰ বৰাগাঁৱত ক্ষত বিক্ষত ৰূপত অন্তিমা গুপ্তাৰ মৃতদেহ

স্বামীক সোধপোছ আৰম্ভ আৰক্ষীৰ

voicedesk by voicedesk
October 22, 2021
in মুখ্য সংবাদ, সমাজ
গুৱাহাটীৰ বৰাগাঁৱত ক্ষত বিক্ষত ৰূপত অন্তিমা গুপ্তাৰ মৃতদেহ
0
SHARES
21
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটীৰ বৰাগাৱঁত কালি নিশা ক্ষত বিক্ষত ৰূপত উদ্ধাৰ হয় এগৰাকী মহিলাৰ মৃতদেহ ৷ মৃত মহিলা গৰাকী অন্তিমা গুপ্তা বুলি জানিব পৰা গৈছে৷ অন্তিমাৰ স্বামী সন্তোষ গুপ্তাই জালুকবাৰী থানাত অন্তিমাৰ অপহৰণৰ গোচৰ তৰিছিল আৰু তাৰপিছতেই আৰক্ষীয়ে আৰম্ভ কৰিছিল তদন্ত৷কালি নিশা তেঁওলোক থকা ভাড়া ঘৰৰ চৌহদৰ এটা আবদ্ধ কোঠাত টুকুৰা টুকুৰ কৈ উদ্ধাৰ হ’ল অন্তিমাৰ মৃতদেহ৷

পশ্চিম গুৱাহাটীৰ উপ-আৰক্ষী আয়ুক্ত নৱনীত মহন্ত প্ৰমূখ্যে উচ্চ পদস্থ আৰক্ষী বিষয়া সকল মৃতদেহ উদ্ধাৰৰ খবৰ পাই ঘটনা স্থলীত উপস্থিত হৈ হত্যাকাণ্ডৰ তদন্ত আৰম্ভ কৰিছে৷ মহিলা গৰাকীক কোনে কিয় হত্যা কৰিছে জানিব পৰা নাই যদিও আৰক্ষীয়ে তেওঁৰ স্বামী সন্তোষ গুপ্তাক সোধা পোছা আৰম্ভ কৰাৰ লগতে চৌহদৰ বাকী ভাড়াতীয়া সকলকো ইতিমধ্যে সোধা পোছা আৰম্ভ কৰিছে৷অচিৰেই আৰক্ষীয়ে হত্যাকাৰীক কৰায়ত্ব কৰিব পাৰিব বুলি আশাবাদী৷

Previous Post

ৰাজ্যত উপ নিৰ্বাচনৰ গৰম বতাহ

Next Post

মাটিকঁঠালৰ খেতিয়ে অসমৰ নিবনুৱাসকলৰ বাবে নতুন সম্ভাৱনা হৈ উঠাৰ থল আছে

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
মাটিকঁঠালৰ খেতিয়ে অসমৰ নিবনুৱাসকলৰ বাবে নতুন সম্ভাৱনা হৈ উঠাৰ থল আছে

মাটিকঁঠালৰ খেতিয়ে অসমৰ নিবনুৱাসকলৰ বাবে নতুন সম্ভাৱনা হৈ উঠাৰ থল আছে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7