VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চিবিআইৰ তালাচীৰ পাছতে মণীষ ছিছোডিয়াক লগত লৈ আজি গুজৰাটত অৰবিন্দ কেজৰিৱাল, সম্বোধন কৰিব সভা-মত বিনিময় কৰিব যুৱ প্ৰজন্মৰে

voicedesk by voicedesk
August 22, 2022
in মুখ্য সংবাদ
চিবিআইৰ তালাচীৰ পাছতে মণীষ ছিছোডিয়াক লগত লৈ আজি গুজৰাটত অৰবিন্দ কেজৰিৱাল, সম্বোধন কৰিব সভা-মত বিনিময় কৰিব যুৱ প্ৰজন্মৰে
0
SHARES
17
VIEWS
Share on FacebookShare on Twitter

আম আদমী পার্টী(আপ)ৰ নেতাৰ বিৰুদ্ধে চিবিআাই অভিযান চলিলেও স্তব্ধ হৈ পৰা নাই দলীয় কাম-কাজ ৷ বিশেষকৈ দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াৰ বাসগৃহত চিবিআাইয়ে তালাচী চলোৱাৰ পাছতে আজি নির্বাচনী প্ৰচাৰৰ বাবে গুজৰাটলৈ যাব আপৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল ৷ আজিৰে পৰা দুদিনীয়া ভ্ৰমণসূচীৰে তেওঁ ৰাজ্যখনত উপস্থিত হ’ব ৷

আপ চৰকাৰৰ পূৰ্বৰ আবকাৰী নীতিৰ সৈতে জড়িত কেন্দ্ৰীয় তদন্ত ব্যুৰো (চিবিআই)ৰ তদন্তৰ সন্মুখীন হোৱা দিল্লীৰ উপমুখ্যমন্ত্ৰী মনীষ ছিছোডিয়াই এই ভ্ৰমণত সংগ দিব কেজৰিৱালক  ৷ সোমবাৰে আহমেদাবাদত উপস্থিত হৈ হিম্মতনগৰত এখন টাউন হলৰ সভাত ভাষণ দিব আপ নেতাগৰাকীয়ে । মঙলবাৰে ভৱনগৰত এখন টাউন হলৰ সভাতো  তেওঁ অংশ ল’ব।

এক টুইটত তেওঁ কয় -“সোমবাৰে মই আৰু মণীষ ছিছোডিয়া দুদিনৰ বাবে গুজৰাটলৈ গৈ শিক্ষা আৰু স্বাস্থ্যৰ নিশ্চয়তা প্ৰদান কৰিম। দিল্লীৰ দৰে গুজৰাটতো থাকিব ভাল স্কুল, ভাল হস্পিতাল, মহল্লা ক্লিনিক। সকলোৱে বিনামূলীয়া আৰু ভাল শিক্ষা আৰু ভাল চিকিৎসা লাভ কৰিব। আমি যুৱক-যুৱতীসকলৰ সৈতেও মত বিনিময় কৰিম।’

দিল্লীৰ আবকাৰী নীতি ৰূপায়ণৰ ক্ষেত্ৰত সংঘটিত হোৱা দুৰ্নীতিৰ অভিযোগত চিবিআইয়ে ছিছোডিয়াৰ ঘৰত তালাচী চলোৱাৰ উপৰি  কেইবাটাও স্থানত অভিযান চলোইছিল

ইয়াৰ পূৰ্বে উত্তৰ গুজৰাট ভ্ৰমণৰ সময়ত কেজৰিৱালে ৰাজ্যখনৰ জনসাধাৰণক বিনামূলীয়া বিদ্যুৎ যোগানৰ পৰা আৰম্ভ কৰি স্বাস্থ্যসেৱাৰ উন্নতিলৈকে কেইবাটাও প্ৰতিশ্ৰুতি দিছিল।

 

Previous Post

শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰাণ খান! কাক ভাবুকি দি বিপদত খান ?

Next Post

ছয় মাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে কোনজন বিশ্ব চেম্পিয়নক পৰাস্ত কৰিলে প্ৰাগনানন্দাই ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ছয় মাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে কোনজন বিশ্ব চেম্পিয়নক পৰাস্ত কৰিলে  প্ৰাগনানন্দাই ?

ছয় মাহৰ ভিতৰত তৃতীয়বাৰৰ বাবে কোনজন বিশ্ব চেম্পিয়নক পৰাস্ত কৰিলে প্ৰাগনানন্দাই ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7