VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসম উন্নতি সভা আৰু অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতি গঠন

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
April 9, 2022
in মুখ্য সংবাদ
অসম উন্নতি সভা আৰু অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতি গঠন
0
SHARES
61
VIEWS
Share on FacebookShare on Twitter

ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ উদ্যাগত ঐতিহ্য মণ্ডিত কৃষক শ্বহীদ ভৱনত অসম উন্নতি সভা আৰু অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতিখন গঠন কৰা হয় । ৰঙিয়া আঞ্চলিক ছাত্র সন্থাৰ সভাপতি জয়ন্ত শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত মৃন্ময় কুমাৰ ডেকাই উদ্যশ্য ব্যাখ্যা কৰে । সদৌ অসম ছাত্র সন্থাৰ নৱ-নির্বাচিত কাৰ্য্যালয় সম্পাদক নিৰোদ কুমাৰ দাসক ৰঙিয়া আঞ্চলিক ছাত্র সন্থাই সম্বৰ্দ্ধনা জনাই । সভাখন উদ্বোধন কৰি সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ উপদেষ্টা হেমন্ত দাসে কয় যে, অসমৰ উন্নয়নৰ স্বাৰ্থত, অৰ্থনৈতিক ভাৱে ছাত্র সমাজক আগবঢ়াই নিয়াৰ বাবে সমিতি দুখনে অনাগত দিনত কাম কৰিব ।

অনুষ্ঠানটোত উপস্থিত থাকি সদৌ অসম ছাত্র সন্থাৰ কাৰ্য্যালয় সম্পাদক নিৰোদ কুমাৰ দাসে কয় অসমৰ বিভিন্ন প্ৰান্তত থকা প্ৰাক্তন ছাত্র নেতা আৰু কৰ্মী সকলক লৈ অসম উন্নতি সভা আৰু অসম সেনাৰ সমিতি সমূহ গঠন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছে । প্ৰাক্তন ছাত্র নেতা আৰু কৰ্মী সকলক একগোট কৰি সমাজৰ উন্নয়নৰ লগতে অৰ্থ নৈতিক সংগ্রামখন আগবঢ়াই নিয়াৰ লগতে ছাত্র সন্থাৰ কৰ্মী সকলক স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত অসম উন্নতি সভা আৰু অসম সেনাই নিষ্ঠাৰে কৰ্ম সম্পাদন কৰিব বুলি তেওঁ বক্তব্য প্ৰদান কৰে । সভাত সদৌ কামৰূপ জিলা ছাত্র সন্থাৰ সাঃ সম্পাদক পংকজ কলিতা, প্ৰাক্তন সভাপতি দিবাকৰ কলিতা, প্ৰাক্তন ছাত্র নেতা দিপক দাস, ডম্বৰু কলিতা, সঞ্জীব কলিতা, মুকুল বৰা, মোহন মাধৱ বৰ্মন, লিখন শৰ্মাই বক্তব্য ৰাখে । অনুষ্ঠানটোত উপস্থিত থাকে জিলা ছাত্র সন্থাৰ সাংস্কৃতিক সম্পাদক তৌফিকুৰ ৰহমান, কাৰ্য্যনিৰ্বাহ সদস্য বুবুল আলী ।

ডম্বৰু কলিতাক সভাপতি, প্ৰকাশ ডেকাক সাঃ সম্পাদক হিচাপে লৈ অসম উন্নতি সভাৰ ৰঙিয়া আঞ্চলিক সমিতিখন গঠন কৰাৰ লগতে নাজিৰ হুছেইন, চিৰাজুল ইছলামক মুখ্য আহ্বায়ক, কামালুৰ জামান, ধ্ৰুৱজ্যোতি কলিতা, দিগন্ত কলিতা, সুৰজিৎ পাল, মৃদুল কুমাৰক আহ্বায়ক হিচাপে লৈ অসম সেনাৰ ৰঙিয়া আঞ্চলিক সমিতিখন গঠন কৰা হয় ।

Previous Post

পুনৰ আলফা (স্বাঃ)লৈ উজনীৰ যুৱক

Next Post

কাৰ্বি উগ্ৰবাদীৰ সংস্থাপনৰ বাবে বিশেষ শাখাৰ এ ডি জি পিৰ অধ্যক্ষতাত কমিটি গঠন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কাৰ্বি উগ্ৰবাদীৰ সংস্থাপনৰ বাবে বিশেষ শাখাৰ এ ডি জি পিৰ অধ্যক্ষতাত কমিটি গঠন

কাৰ্বি উগ্ৰবাদীৰ সংস্থাপনৰ বাবে বিশেষ শাখাৰ এ ডি জি পিৰ অধ্যক্ষতাত কমিটি গঠন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7