VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বান-ভূমি স্খলনৰ বাবে বাতিল ৰে’ল যাত্ৰা

২৯খন ৰে’লৰ যাত্ৰা বাতিল

voicedesk by voicedesk
May 17, 2022
in মুখ্য সংবাদ
বান-ভূমি স্খলনৰ বাবে বাতিল ৰে’ল যাত্ৰা
0
SHARES
39
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাওৰ বানৰ তাণ্ডৱ  আৰু ভূমি স্খলনৰ বাবে  সমগ্ৰ অসমত ব্যাহত হৈছে ৰে’লযাত্ৰা ৷ বান পৰিস্থিতিৰ বাবে আংশিক ভাৱে ৰে’ল বিভাগে বাতিল কৰিছে ১১খন ৰে’লৰ যাত্ৰা ৷আনহাতে সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে ১৮খন ৰে’লৰ যাত্ৰা ৷

আংশিক ভাৱে বাতিল কৰা ৰে’ল সমূহ হ’ল: –

  • ১/১৩১৭৩ নং লামডিং-আগৰতলা অভিমূখী আগৰতলা কাঞ্চনজংঘা এক্সপ্ৰেছ ৷
  • ২/১৩১৭৪ নং আগৰতলা–লামডিং অভিমূখী শিয়ালদহ-কাঞ্চনজংঘা এক্সপ্ৰেছ ৷
  • ৩/১৩১৭৫ নং লামডিং-শিলচৰ অভিমূখী শিয়ালদহ-শিলচৰ কাঞ্চনজংঘা এক্সপ্ৰেছ৷
  • ৪/১৩১৭৬ নং শিলচৰ-লামডিং অভিমূখী শিলচৰ-শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ ৷
  • ৫/১২৫১৫ নং লামডিং-শিলচৰ অভিমূখী কইম্বাট’ৰ-শিলচৰ এক্সপ্ৰেছ ৷
  • ৬/১২৫০৮নং শিলচৰ-গুৱাহাটী অভিমূখী শিলচৰ-থিৰুৱন্তপুৰম চেণ্ট্ৰেল এক্সপ্ৰেছ ৷
  • ৭/১৪৬২০ নং গুৱাহাটী-আগৰতলা অভিমুখী ফিৰ’জপুৰ কেণ্ট-অগৰতলা এক্সপ্ৰেছ ৷
  • ৮. 14619 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–ফিৰ’জপুৰ কেন্ট এক্সপ্ৰেছ।
  • ৯. 14037 নং শিলচৰ–গুৱাহাটী অভিমুখী শিলচৰ–নতুন দিল্লী পূৰ্বোত্তৰ সম্পৰ্ক ক্ৰান্তি এক্সপ্ৰেছ।
  • ১০. 02383 নং গুৱাহাটী–আগৰতলা অভিমুখী বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ।
  • ১১.02984 নং আগৰতলা–গুৱাহাটী অভিমুখী আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ।

সম্পূৰ্ণৰূপে বাতিল হোৱা ৰে’লসমূহ হৈছে:-

  • ১. ১৫৬১১ নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছ। ১৯, ২১মে’ত বাতিল ৰে’লখনৰ যাত্ৰা।
  • ২. ১৫৬১২ নং শিলচৰ গুৱাহাটী এক্সপ্ৰেছ বাতিল। ১৮,২০ আৰু ২২ মে’ত বাতিল যাত্ৰা।
  • ৩. ১৫৬১৫ নং গুৱাহাটী–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত ৷
  • ৪. ১৫৬১৬ নং শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ১৬ৰ পৰা ২২ মে’ পৰ্যন্ত বাতিল যাত্ৰা।
  • ৫. ২০৫০১ নং আগৰতলা–আনন্দবিহাৰ টাৰ্মিনেল তেজস ৰাজধানী এক্সপ্ৰেছ বাতিল ১৬ মে’ত।
  • ৬. ২০৫০২ নং আনন্দবিহাৰ টাৰ্মিনেল–আগৰতলা তেজস ৰাজধানী এক্সপ্ৰেছ ১৮ মে’ত সম্পূৰ্ণৰূপে বাতিল ৰে’লখনৰ যাত্ৰা।
  • ৭. ১২৫১৬ নং শিলচৰ কইম্বাট’ৰ এক্সপ্ৰেছৰ ১৭ মে’ত বাতিল  যাত্ৰা।
  • ৮. ১২৫১৫ নং কইম্বাট’ৰ–শিলচৰ এক্সপ্ৰেছৰ যাত্ৰা বাতিল ২২ মে’ত ।
  • ৯. ১৫৬৪১ নং শিলচৰ–নিউ তিনিচুকীয়া–বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছ বাতিল ২১ মে’ত ।
  • ১০. ১৫৬৪২ নং নিউ তিনিচুকীয়া–শিলচৰ বৰাক ব্ৰহ্মপুত্ৰ এক্সপ্ৰেছৰ ২২ মে’ত বাতিল যাত্ৰা।
  • ১১. ১২৫০৩ নং বেংগালুৰু কেণ্ট–আগৰতলা এক্সপ্ৰেছ যাত্ৰা বাতিল ১৭ আৰু ২৪ মে’ত  ।
  • ১২. ১২৫০৪ নং আগৰতলা–বেংগালুৰু কেণ্ট এক্সপ্ৰেছ বাতিল ২১ মে’ত ।
  • ১৩. ১৫৬২৬ নং আগৰতলা–দেওঘৰ এক্সপ্ৰেছ ৰে’লখনৰ ২১ মে’ত বাতিল যাত্ৰা।
  • ১৪. ১৫৬২৫ নং দেওঘৰ–আগৰতলা এক্সপ্ৰেছৰ যাত্ৰা বাতিল ২৩ মে’ত ।
  • ১৫. ১৫৮৮৮ নং গুৱাহাটী–বদৰপুৰ টুৰিষ্ট এক্সপ্ৰেছ বাতিল ১৮ আৰু ২১ মে’ত ।
  • ১৬. ১৫৮৮৭ নং বদৰপুৰ–গুৱাহাটী টুৰিষ্ট এক্সপ্ৰেছ বাতিল ১৮ আৰু ২১ মে’ত বাতিল ।
  • ১৭. ০৭০৩০ নং চেকেন্দ্ৰাৰাবাদ–আগৰতলা এক্সপ্ৰেছ বাতিল কৰা হ’ল ১৬ মে’ত ৷
  • ১৮. ০৭০২৯ নং আগৰতলা–চেকেন্দ্ৰাৰাবাদ এক্সপ্ৰেছৰ ২০ মে’ত বাতিল কৰা হয় যাত্ৰা।

সামাজিক মাধ্যম প্লেটফৰ্ম টুইটাৰ যোগেও ৰে’লৱে বিভাগে এই কথা জানিবলৈ দিছে ৷ বৰ্তমান ৰাজ্যখনৰ  ভয়াবহ   বানপৰিস্থিতিৰ ওপৰত নিৰ্ভৰ কৰিহে পুনৰ স্বাভাৱিক হ’ব অসমৰ ৰে’লযাত্ৰা ৷

 

Previous Post

প্ৰাক্তন বিত্তমন্ত্ৰী পি চিদাম্বৰমৰ পুত্ৰ কংগ্ৰেছ নেতা কাৰ্তি চিদাম্বৰমৰ আৱাসিক চৌহদত চিবিআইৰ তালাচী

Next Post

বতৰ বিজ্ঞান বিভাগৰ আগজাননী

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বতৰ বিজ্ঞান বিভাগৰ আগজাননী

বতৰ বিজ্ঞান বিভাগৰ আগজাননী

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7