VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দক্ষতা বিকাশ, শক্তি খণ্ড, পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিকাশৰ লক্ষ্য, কেইবাখনো চুক্তিত স্বাক্ষৰ ৰাজ্য চৰকাৰৰ

voicedesk by voicedesk
October 17, 2022
in মুখ্য সংবাদ
দক্ষতা বিকাশ, শক্তি খণ্ড, পৰ্যটন আৰু আতিথ্য খণ্ডৰ বিকাশৰ লক্ষ্য, কেইবাখনো চুক্তিত স্বাক্ষৰ ৰাজ্য চৰকাৰৰ
0
SHARES
52
VIEWS
Share on FacebookShare on Twitter

আজি ৰাজ্যৰ দক্ষতা বিকাশ, শক্তি খণ্ড, পৰ্যটন আৰু আতিথ্য খণ্ডৰ সামগ্ৰিক উৎকৰ্ষ সাধন আৰু সম্ভাৱনাসমূহৰ সঠিক ব্যৱহাৰৰ লক্ষ্যৰে এখন বুজাবুজি চুক্তি স্বাক্ষৰ কৰা হয় ৷ জনতা ভৱনত আয়োজিত এটা কার্যসূচীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শর্মাৰ উপস্থিতিত এল এণ্ড টি আৰু হেল্থকেয়াৰ ছেক্টৰ স্কিল কাউঞ্চিল (HSSC)ৰ মাজত স্বাক্ষৰিত হয় কেইবাখনো চুক্তি ৷ এই চুক্তিসমূহ অনাগত দিনত ৰাজ্যৰ যুৱচামৰ দক্ষতা বৃদ্ধি, নিয়োগযোগ্য, উপযুক্ত প্ৰশিক্ষণৰ বাবে পৰিকাঠামো নিৰ্মাণ আৰু নিৰ্মাণ খণ্ডৰ অধীনত গ্ৰীনফিল্ড প্ৰকল্পসমূহৰ ৰূপায়ণত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব।

তদুপৰি নিয়োগ আৰু কাৰিকৰী প্ৰশিক্ষণ বিভাগৰ সৈতে Naukri.com নামেৰে জনপ্ৰিয় ইনফ’ এজ (ইণ্ডিয়া) লিমিটেডৰ সৈতে  আন এক বুজাবুজি চুক্তিত স্বাক্ষৰ হয়। এই চুক্তিৰ জৰিয়তে ডিজিটেল মাধ্যমত নিজৰ প্ৰফাইলসমূহ অনলাইন মাধ্যমৰ জৰিয়তে নিয়োগ প্ৰদানকাৰীসকলক আকৰ্ষণ কৰাৰ সুযোগ প্ৰদান কৰিব।

তদুপৰি শক্তি খণ্ডলৈ আশাৰ বতৰা কঢ়িয়াই আজি নৱীকৰণযোগ্য শক্তি প্ৰকল্পৰ বিকাশৰ লক্ষ্যৰে এছ জে ভি এন এল গ্ৰীন এনাৰ্জী লিমিটেডৰ সৈতে এখন বুজাবুজি চুক্তি পত্ৰত স্বাক্ষৰ কৰা হয়।

অসম পৰ্যটন উন্নয়ন নিগম লিমিটেড, ভাৰত চৰকাৰৰ দক্ষতা বিকাশ আৰু ঔদ্যোগীকৰণ মন্ত্ৰ্যালয় আৰু টাটা কমিউনিটী ইনিচিয়েটিভ ট্ৰাষ্টৰ টাটা ষ্ট্ৰাইভ স্কিল ডেভেলপমেণ্টৰ সৈতে আতিথ্য সেৱা প্ৰদানৰ ক্ষেত্ৰত দক্ষতা বৃদ্ধিৰ লক্ষ্যৰে অন্য এখন বুজাবুজি চুক্তি স্বাক্ষৰিত হয়।

এই অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী ডঃ শর্মাই কয় যে আজি স্বাক্ষৰিত হোৱা চুক্তিসমূহে ৰাজ্যৰ সামগ্ৰিক বিকাশৰ দিশত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰাৰ লগতে অৰ্থনৈতিক বিকাশৰ কেন্দ্ৰ হিচাপে উত্তৰ-পূৰ্বাঞ্চলক গঢ় দিয়াৰ  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন বাস্তৱায়িত কৰাৰ ক্ষেত্ৰত সহায় কৰিব। এই অনুষ্ঠানত মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, নন্দিতা গাৰ্লোছা আৰু সঞ্জয় কিষাণকে ধৰি ৰাজ্য চৰকাৰৰ জ্যেষ্ঠ বিষয়া আৰু অন্যান্যসকল উপস্থিত থাকে।

 

Previous Post

মনীষ ছিছোডিয়াক চিবিআইৰ জেৰাঃ চিবিআইৰ কার্যালয়ৰ বাহিৰত আপ সমর্থকৰ প্ৰতিবাদ

Next Post

দবা বিশ্ব চেম্পিয়নক হৰুৱাই নতুন অভিলেখৰ গৰাকী হ’ল ভাৰতীয় কিশোৰ , কোন এইজন কিশোৰ দবা খেলুৱৈ !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দবা বিশ্ব চেম্পিয়নক হৰুৱাই নতুন অভিলেখৰ গৰাকী হ’ল ভাৰতীয় কিশোৰ , কোন এইজন কিশোৰ দবা খেলুৱৈ !!

দবা বিশ্ব চেম্পিয়নক হৰুৱাই নতুন অভিলেখৰ গৰাকী হ’ল ভাৰতীয় কিশোৰ , কোন এইজন কিশোৰ দবা খেলুৱৈ !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7