VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

এতিয়াৰ পৰা আপুনি থানালৈ আহিব নালাগেঃ থানাৰ আৰক্ষী যাব আপোনাৰ ঘৰলৈ

voicedesk by voicedesk
September 13, 2021
in মুখ্য সংবাদ, সমাজ
এতিয়াৰ পৰা আপুনি থানালৈ আহিব নালাগেঃ থানাৰ আৰক্ষী যাব আপোনাৰ ঘৰলৈ
0
SHARES
7
VIEWS
Share on FacebookShare on Twitter

ব্যাপক পৰিৱৰ্তন আৰু সংশোধনৰ লক্ষ্যৰে অসম আৰক্ষীয়ে গ্ৰহণ কৰিছে এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ।

আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই জনোৱা অনুসৰি পুলিচ ভেৰিফিকেচন বা অন্যান্য কামত আপুনি থানালৈ আহিব নালাগে। ভেৰিফিকচনৰ বাবে আৰক্ষী আপোনাৰ ওচৰলৈ যাব। 

আপোনাৰ প্ৰয়োজনীয় সকলো কাম আৰক্ষীয়ে ঘৰতে গৈ সমাধান কৰিব। পাছপৰ্ট ভেৰিফেকেচনৰ বাবেও আপুনি থানালৈ যাব নালাগে। লগতে যিকোনো দুৰ্ঘটনা সংক্ৰান্তীয় ভেৰিফিকেচনৰ বাবেও আৰক্ষী আপোনাৰ গৃহলৈ যাব।

অসম আৰক্ষীয়ে অতি শীঘ্ৰেই এটা এপ মুকলি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই এপৰ জৰিয়তে আপোনাৰ সকলো কাম সম্পন্ন হ’ব।এতিয়াৰ পৰা মোবাইলতে আপুনি ভেৰিফিকেচন সংক্ৰান্তীয় সকলো কাম কৰিব পাৰিব।

থানালৈ গৈ তিক্ত অভিজ্ঞতাৰ সন্মুখীন হোৱা বুলি বহুজনে অভিযোগ দিয়া দেখা যায়। এই এপ ব্যৱহাৰ কৰিলে তেনে ধৰণৰ অভিযোগবোৰ শুনিবলৈ পোৱা নাযাব বুলিও বহুজনে আশা প্ৰকাশ কৰিছে।

ভাস্কৰজ্যোতি মহন্তই সংবাদ মাধ্যমক অৱগত কৰা অনুসৰি এপটো ইতিমধ্যে সম্পূৰ্ণ হৈ উঠিছে আৰু দুখন জিলাত প্ৰথমে ইয়াক আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এতিয়া পাইলট জিলা হিচাপে কোকৰাঝাৰ আৰু গুৱাহাটীৰ জালুকবাৰী থানাত প্ৰথমে এই এপটো আৰম্ভ কৰা হ’ব।


Previous Post

সুদীৰ্ঘ ৪৪ বছৰৰ ইতিহাসত প্ৰথমবাৰৰ বাবে ইউ এছ অ’পেনত বৃটিছ মহিলাৰ চেম্পিয়ন খিতাপ অৰ্জন

Next Post

ভিডিঅ‘ত প্ৰকাশ পোৱা অনুসৰি জীয়াই আছে নেকি আল-কায়দাৰ মুৰব্বী আল-জৱাহিৰী?

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
ভিডিঅ‘ত প্ৰকাশ পোৱা অনুসৰি জীয়াই আছে নেকি আল-কায়দাৰ মুৰব্বী আল-জৱাহিৰী?

ভিডিঅ‘ত প্ৰকাশ পোৱা অনুসৰি জীয়াই আছে নেকি আল-কায়দাৰ মুৰব্বী আল-জৱাহিৰী?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7