VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, পিছে আৰক্ষী অহাৰ পিছতেই পলায়ন প্ৰৱঞ্চক মৃদুপৱনৰ

voicedesk by voicedesk
September 25, 2021
in মুখ্য সংবাদ, সমাজ
প্ৰৱঞ্চকৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান, পিছে আৰক্ষী অহাৰ পিছতেই পলায়ন প্ৰৱঞ্চক মৃদুপৱনৰ
0
SHARES
10
VIEWS
Share on FacebookShare on Twitter

দীৰ্ঘসময় ধৰি বিভিন্নজনক প্ৰৱঞ্চনা কৰি থকাৰ অভিযোগত গুৱাহাটীৰ কাহিলীপাৰাৰ কৃষ্ণ ইলাইট এপাৰ্টমেণ্টত মৃদুপৱন নেওঁগ নামৰ এজন যুৱকৰ বিৰুদ্ধে আৰক্ষীয়ে ব্যাপক অভিযান চলায়। নিশা ২ বজাৰ পৰা নগাঁও আৰক্ষী আৰু ভগদত্তপুৰ আৰক্ষীৰ যুটীয়া অভিযান চলে।

আৰক্ষী উপস্থিত হোৱাৰ পিছতেই চতুৰ যুৱকজনে পলায়ন কৰে আৰু এই বাতৰি লিখা পৰ্যন্ত তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই। আনহাতে আৰক্ষীয়ে অভিযানৰ সময়ছোৱাত যুৱকজনৰ বাসগৃহৰ পৰা বহু আপত্তিজনক নথি-পত্ৰ উদ্ধাৰ কৰে।

উল্লেখ্য যে মৃদুপৱনৰ প্ৰতিখন বাহনতে ভাৰত চৰকাৰৰ ষ্টিকাৰ মাৰি থোৱাৰ তথ্য পোহৰলৈ আহিছে। অভিযোগ অনুসৰি তেওঁ নিজকে ভাৰত চৰকাৰৰ বিষয়া বুলি পৰিচয় দিয়ে। তেখেতৰ বাসগৃহৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ পেড উদ্ধাৰ হৈছে বুলি জানিব পৰা গৈছে।

মৃদুপৱনে নেহা কাৰ বজাৰ নামৰ এটা প্ৰতিষ্ঠানক ৩০ লাখ টকাৰ প্ৰবঞ্চনা কৰাৰ তথ্য পোহৰলৈ আহিছে। যুৱকজনৰ বিৰুদ্ধে নেহা কাৰ বজাৰেই নগাঁৱত প্ৰবঞ্চনাৰ গোচৰ ৰুজু কৰিছিল।

দেশৰ তথা ৰাজ্যৰ বহু শীৰ্ষ ৰাজনৈতিক নেতাৰ সৈতে ঘনিষ্ঠ বুলি দাবী কৰা মৃদুপৱনে তেওঁলোকৰ সৈতে তোলা ফটো ছচিয়েল মিডিযাত শ্বেয়াৰ কৰি প্ৰৱঞ্চনাৰ খেলা খেলে। যুৱকজনৰ বিৰুদ্ধে বিভিন্ন দুস্কাৰ্য আৰু জালিয়াতিৰ অভিযোগ আছে।

নেওগঁৰ বাসগৃহৰ পৰা .৩২এম এম পিষ্টল আৰু ২০জাই সজীৱ গুলীও উদ্ধাৰ হৈছে। লগতে যথেষ্ট সংখ্যক সোণৰ আ-অলংকাৰ উদ্ধাৰ হৈছে বুলিও বাতৰিত প্ৰকাশ পাইছে।

Previous Post

পুনৰ অনুষ্ঠিত হ’ব এ পি ডি চি এলৰ পৰীক্ষাঃ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাত মুখ্যমন্ত্ৰীৰ ঘোষণা

Next Post

২০২৮ চনৰ পৰা দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ!

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
২০২৮ চনৰ পৰা দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ!

২০২৮ চনৰ পৰা দুবছৰৰ মূৰে মূৰে ফুটবল বিশ্বকাপ!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7