VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহাৰাষ্ট্ৰৰ ‘ফুলৰ উপত্যকা’ত ফুলে ৩৯ বিধ প্ৰজাতিৰ ফুল, কেনেদৰে যাব এই ফুলৰ উপত্যকালৈ ?

voicedesk by voicedesk
July 1, 2024
in মুখ্য সংবাদ
মহাৰাষ্ট্ৰৰ ‘ফুলৰ উপত্যকা’ত ফুলে ৩৯ বিধ প্ৰজাতিৰ ফুল, কেনেদৰে যাব এই ফুলৰ উপত্যকালৈ ?
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

‘ফুলৰ উপত্যকা’ বুলি ক’লেই প্ৰথম নাম মনলৈ আহে উত্তৰাখণ্ডৰ। কিন্তু সেই সৌন্দর্যৰ সাক্ষী হোৱাটো সহজ নহয়। তাত উপনীত হ’বলৈ পাহাৰীয়া দীঘলীয়া বাট  খোজ কাঢ়িব লাগে।

 

সেই কঠিন কাম যদি সম্ভৱপৰ নহয়, তেনেহ’লে মহাৰাষ্ট্ৰৰ ‘ফুলৰ উপত্যকা’ চাব পাৰে। সতৰা জিলাৰ সতৰা চহৰৰ পৰা মাত্ৰ ২৫ কিলোমিটাৰ দূৰত্বত ৰঙীন ফুলে আপোনাৰ বাবে অপেক্ষা কৰি আছে। কাছ মালভূমিত ৮৫০ টাতকৈও অধিক প্ৰজাতিৰ ফুল ফুলে। স্থানীয় লোকে এই ঠাইখনক ‘কাছ পথাৰ’ বুলি কয়। বাৰিষাত কাছ আটাইতকৈ ধুনীয়া হৈ পৰে। আগষ্টৰ পৰা ফুল ফুলা আৰম্ভ হয়। অক্টোবৰ মাহলৈকে থাকে। কেতিয়াবা ফুল ফুলাৰ সময়ৰ সামান্য তাৰতম্য ঘটে। তাৰ ভিত্তিত পৰ্যটকৰ প্ৰৱেশৰ অনুমতি প্ৰদান কৰা হয়। সাধাৰণতে ছেপ্টেম্বৰৰ শেষৰ পৰা পৰ্যটক তালৈ যাব পাৰে। এই উপত্যকা এবছৰত ১৫-২০ দিন আটাইতকৈ ধুনীয়া হৈ পৰে। ইয়াত কমেও ৩৯টা প্ৰজাতিৰ ফুল পোৱা যায়, যিবোৰ আন ক’তো পোৱা নাযায়। গতিকে উদ্ভিদবিদসকলৰ বাবে এই ঠাইখনৰ গুৰুত্ব অপৰিসীম। ফুলৰ এই উপত্যকা কোয়েনা অভয়াৰণ্যৰ পৰা মাত্ৰ ২০ কিলোমিটাৰ দূৰত। বিশাল অঞ্চলৰ অধিকাংশই সংৰক্ষিত অৰণ্যৰ অন্তর্গত ।

 

কেনেকৈ বুকিং কৰিব?

 

এই উপত্যকালৈ যিকোনো ব্যক্তি আহিব পাৰে। ইয়াৰ বাবে আগতীয়াকৈ টিকট কিনিব লাগিব। প্ৰতিদিনে ৩ হাজাৰ পৰ্যটকক ফুলৰ উপত্যকালৈ যাবলৈ অনুমতি দিয়া হৈছে। কাছ মালভূমিৰ নিজা ৱেবছাইটত গৈ অনলাইন এডভান্স টিকট বুকিং কৰিব লাগিব। প্ৰৱেশৰ বাবে টিকটৰ মূল্য ১৫০ টকা। গাইডৰ বাবে ১০০ টকা । ৰাজমাৰ্গৰ পৰা ৫০ টকাত চাইকেল ভাড়া কৰি কুমুডিনি হ্ৰদ অন্বেষণ কৰিব পাৰি। ইয়াত সময় অতি গুৰুত্বপূৰ্ণ। দিনটো তিনিটা ভাগত সময় দিয়া হয়। পুৱা ৭ বজাৰ পৰা ১১ বজালৈ, ১১ বজাৰ পৰা ৩ বজালৈ আৰু ৩ বজাৰ পৰা ৬ বজালৈ। নিৰ্দিষ্ট সময়ত ১০০০ পৰ্যটকৰ প্ৰৱেশৰ অনুমতি।

 

কেনেকৈ আহিব?

 

মুম্বাইৰ পৰা কাছ মালভূমিলৈ দূৰত্ব প্ৰায় ২৫০ কিলোমিটাৰ। কাছ মালভূমি চাবলৈ হ’লে সাতাৰাত থাকিব পাৰে। মুম্বাই বা পুনেৰ তাৰ পৰা সতৰালৈ যাব পাৰি। পুনেৰ পৰা সতৰালৈ একাধিক ৰে’ল চলাচল কৰে।

Previous Post

মাছ সতেজ হয় নে নহয় চিনিব নোৱাৰে নেকি ? এই তিনিটা পৰীক্ষা কৰিলেই গম পাব মাছ সতেজ হয় নে নহয় !!

Next Post

বিশ্ব চেম্পিয়ন ভাৰতীয় বাহিনীয়ে আজি এৰিব বাৰ্বাডোছ, বুধবাৰে নিশা বিশেষ বিমানেৰে নতুন দিল্লীত কৰিব অৱতৰন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিশ্ব চেম্পিয়ন ভাৰতীয় বাহিনীয়ে আজি এৰিব বাৰ্বাডোছ, বুধবাৰে নিশা বিশেষ বিমানেৰে নতুন দিল্লীত কৰিব অৱতৰন

বিশ্ব চেম্পিয়ন ভাৰতীয় বাহিনীয়ে আজি এৰিব বাৰ্বাডোছ, বুধবাৰে নিশা বিশেষ বিমানেৰে নতুন দিল্লীত কৰিব অৱতৰন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7