VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি প্ৰাক্তন ৰাষ্ট্ৰপতিৰ হাজাৰ হাজাৰ সমৰ্থকৰ প্ৰতিবাদ, কিয় উদ্গীৰণ ঘটিছে ক্ষোভৰ!

voicedesk by voicedesk
January 9, 2023
in মুখ্য সংবাদ
ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভৱনত প্ৰৱেশ কৰি  প্ৰাক্তন ৰাষ্ট্ৰপতিৰ হাজাৰ হাজাৰ সমৰ্থকৰ প্ৰতিবাদ, কিয় উদ্গীৰণ ঘটিছে ক্ষোভৰ!
0
SHARES
22
VIEWS
Share on FacebookShare on Twitter

ব্ৰাজিলৰ ৰাষ্ট্ৰপতি ভৱনকে ধৰি গুৰুত্বপূৰ্ণ প্ৰশাসনিক ভৱনসমূহত  প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ সমৰ্থকসকলে আক্ৰমণ চলায়। দেওবাৰে তেওঁলোকে একত্ৰিত হৈ ৰাষ্ট্ৰপতি ভৱনত আক্ৰমণ কৰে। ব্ৰাজিলৰ কংগ্ৰেছ আৰু উচ্চতম ন্যায়ালয়কো ঘেৰাও কৰে ৷

যোৱা বছৰ ব্ৰাজিলত কঠোৰ সোঁপন্থী বলছ’নাৰোক পৰাস্ত কৰি বাওঁপন্থী লুইজ ইনাচিঅ’ লুলা দা ছিলভাই ক্ষমতালৈ আহিছিল। দেশৰ সাংগঠনিক গাঁথনিৰ ওপৰত এই আক্ৰমণৰ বাবে তেওঁ পূৰ্বৰ ৰাষ্ট্ৰপতিক দোষাৰোপ কৰে। ৰাজধানী ব্ৰাজিলিয়াৰ নিৰাপত্তাৰ প্ৰতিও লুলাই অসন্তুষ্টি প্ৰকাশ কৰে। ৰাষ্ট্ৰপতি, উচ্চতম ন্যায়ালয় আৰু কংগ্ৰেছৰ ওপৰত আক্ৰমণৰ আঁৰত থকাসকলক চিনাক্ত কৰি কঠোৰ শাস্তি প্ৰদান কৰা হ’ব বুলি ছিলভাই সকীয়াই দিয়ে।

দেওবাৰে যেতিয়া ব্ৰাজিলিয়াত আক্ৰমণ সংঘটিত হৈছিল তেতিয়া ৰাষ্ট্ৰপতি লুলা  ভৱনটোত নাছিল। ৰাজধানীৰ পৰা আঁতৰত কামৰবাবে তেওঁ ছাও পাউলোলৈ গৈছিল।ছ’চিয়েল মিডিয়াত প্ৰচাৰিত কেইবাটাও ভিডিঅ’ত দেখা গৈছে যে হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে হালধীয়া আৰু সেউজীয়া ৰঙৰ ব্ৰাজিলৰ পতাকা লৈ ৰাষ্ট্ৰপতি ভৱনৰ ফালে সমদল উলিয়াই।  নিৰাপত্তাৰক্ষীৰ বেষ্টনী ভাঙি অট্টালিকাটোত  প্ৰতিবাদকাৰীসকল প্ৰৱেশ কৰে । ৰাষ্ট্ৰপতি ভৱনৰ চাদত উঠি তেওঁলোকে প্ৰতিবাদ সাৱ্যস্ত কৰে ৷

প্ৰাক্তন ৰাষ্ট্ৰপতি বলছ’নাৰোৱে এতিয়াও পৰাজয় স্বীকাৰ কৰা নাই। বৰঞ্চ তেওঁ গণতান্ত্ৰিকভাৱে অনুষ্ঠিত নিৰ্বাচনত পৰাজয়ক ভোট গণনাৰ ৰিগিং বুলি বৰ্ণনা কৰিছিল। অক্টোবৰ মাহত পৰাজয়ৰ পিছতে বলছ’নাৰোৱে দেশ এৰি থৈ যায়। বৰ্তমান তেওঁ ফ্ল’ৰিডাত বাস কৰে ৷ অক্টোবৰ মাহত অনুষ্ঠিত হোৱা ভোটদানৰ পিছৰে পৰা সমগ্ৰ দেশতে বলছ’নাৰোৰ সমৰ্থক আৰু অনুগামীৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। দেওবাৰে  এই বিক্ষোভে চৰম ৰূপ ধাৰণ কৰে ৷

 

Previous Post

আইচিআইচিআইৰ প্ৰাক্তন চিইঅ’ চন্দা কোছাৰৰ গ্ৰেপ্তাৰ অবৈধ! বোম্বে উচ্চ ন্যায়ালয়ৰ মুক্তিৰ আদেশ, আদালতত মুখ থেকেচা চিবিআইৰ

Next Post

দুবছৰৰ পাছত চীনে মুকলি কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দুবছৰৰ পাছত চীনে মুকলি কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত

দুবছৰৰ পাছত চীনে মুকলি কৰিলে আন্তঃৰাষ্ট্ৰীয় সীমান্ত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7