VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাস চাবলৈ মাজুলীত মুখ্যমন্ত্ৰী, নিশা কটাব মিচিং চাংঘৰত

voicedesk by voicedesk
November 18, 2021
in মুখ্য সংবাদ, ৰাজনীতি
ৰাস চাবলৈ মাজুলীত মুখ্যমন্ত্ৰী, নিশা কটাব মিচিং চাংঘৰত
0
SHARES
16
VIEWS
Share on FacebookShare on Twitter

দুদিনীয়া কাৰ্যসূচীৰে আজি সত্ৰীয়া সংস্কৃতিৰ পীঠস্থান মাজুলীত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মুখ্যতঃ ৰাস উপভোগৰ বাবে মাজুলীত উপস্থিত হোৱা মুখ্যমন্ত্ৰী গৰাকীয়ে অংশগ্ৰহণ কৰিব কেইবাটাও কার্যসূচীত। আজি পুৱাৰ ভাগত উপস্থিত হোৱা ডঃ শৰ্মাই দিনৰ ভাগত ১৪টা কার্যসূচীত অংশগ্ৰহণ কৰিব। উপস্থিত হৈয়েই তেওঁ নিমাতীঘাটৰ শোকাবহ নাও দুৰ্ঘটনাত বহুকেইজন লোকৰ প্ৰাণ বচাই সাহসিকতাৰ পৰিচয় দিয়া লোকসকলক আৰ্থিক সাহায্য প্ৰদান কৰে। কৃতজ্ঞতাৰ চিনস্বৰূপে মাজুলীত এনে ৫০গৰাকী সাহসী লোকক ২৫,০০০ টকাৰ চেক প্ৰদান কৰে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই।

ইয়াৰ লগতে মাজুলীৰ ৫৯খন ৰাস মহোৎসৱ আয়োজক সমিতিক ৫০,০০০ টকাৰ বিত্তীয় সাহায্য বিতৰণ কৰে তেওঁ। অহা বছৰৰ পৰা মাজুলীৰ ৰাস মহোৎসৱক ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলাই তোলাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰে। এই অনুষ্ঠানত মন্ত্ৰী বিমল বৰা, পীযুষ হাজৰিকা, সাংসদ প্ৰদান বৰুৱাও উপস্থিত আছিল। এই ভ্ৰমণ কালত গড়মূৰ, আউনিআটি, উত্তৰ কমলাবাৰী আৰু দক্ষিনপাত্ৰ সত্ৰত আশীৰ্বাদ লব মুখ্যমন্ত্ৰী গৰাকীয়ে। চাৰি স্থানত ডঃ শৰ্মাই উপভোগ কৰিব ৰাস। তদুপৰি তেওঁ পৰিদৰ্শন কৰিব প্ৰস্তাৱিত মাজুলী-যোৰহাট সংযোগী দলঙৰ নির্মাণস্থলী পৰিদৰ্শন কৰিব । আনহাতে, মুখ্যমন্ত্ৰী গৰাকীয়ে আবৰ্ত ভৱনৰ পৰিবৰ্তে নিশা কটাব এখন ভিতৰুৱা মিছিং গাঁওৰ চাংঘৰত। জকাইবোৱা গাঁওৰ কিৰণ পায়েঙৰ ঘৰত নিশা কটাব ডঃ শৰ্মাই। ইতিমধ্যে মুখ্যমন্ত্ৰীক আদৰিবলৈ গাঁওখনত আৰম্ভ হৈছে ব্যাপক প্ৰস্তুতি। গৰৈ মাছ পোৰাৰ পিটিকাৰ পৰা আৰম্ভ কৰি মিচিং সকলৰ পৰম্পৰাগত খাদ্যসম্ভাৰেৰে আপ্যায়ন কৰিব মুখ্যমন্ত্ৰী গৰাকীক। গাঁওখনত কটকটীয়া কৰা হৈছে নিৰাপত্তা ব্যৱস্থা।

Previous Post

বিট্ৰেইনৰ ডাৰহাম বিশ্ববিদ্যালয়ত বেশ্যা বৃত্তিৰ পাঠ্যক্ৰম আৰম্ভ

Next Post

মহানগৰীত ট্ৰেফিক চিগনেল অতিক্ৰম কৰোঁতে সাৱধান হওক, শীঘ্ৰে আহি আছে এই ব্যবস্থা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মহানগৰীত ট্ৰেফিক চিগনেল অতিক্ৰম কৰোঁতে সাৱধান হওক, শীঘ্ৰে আহি আছে এই ব্যবস্থা

মহানগৰীত ট্ৰেফিক চিগনেল অতিক্ৰম কৰোঁতে সাৱধান হওক, শীঘ্ৰে আহি আছে এই ব্যবস্থা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7