VOICE 24x7
Saturday, May 10, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নগাঁৱত নাগৰিক সভা

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
January 21, 2023
in মুখ্য সংবাদ
চলন্ত পুথিভঁৰাল সংৰক্ষণৰ দাবীত নগাঁৱত নাগৰিক সভা
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

পুথিভঁড়াল সেৱা সঞ্চালকালয়ে নগাঁও পুথিভঁৰালী লৈ প্ৰেৰণ কৰা চিঠিক লৈ নগাঁৱত সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । নগাঁও জিলা পুথিভঁৰালত থকা চলন্ত পুথিভঁৰাল বাহনখন নিলাম কৰা সম্পৰ্কীয় চিঠিখন তথা নিলাম বাতিলৰ দাবীত নগাঁৱত শুক্ৰবাৰে এখনি নাগৰিক সভা অনুষ্ঠিত হয় । এই উপলক্ষে নগাঁৱৰ মতিৰাম বৰা উদ্যানত নগাঁও নাগৰিক সমাজৰ উপস্থিতিত অনুষ্ঠিত নাগৰিক সভাত ‘৬০ৰ দশকত সেই সময়ৰ তদানীন্তন মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ দূৰদৰ্শী চিন্তাৰ আ‍ঁচনিখনক উত্তৰসূৰীসকলে ৰূপায়ণ কৰি ৰাখিব নোৱাৰি চৰম ব্যৰ্থতাৰ পৰিচয় দিয়াৰ লগতে সীমা চেৰাই বৰ্তমানৰ বিভাগীয় আমোলাসকলে বাহনখন নিলামৰ জৰিয়তে কাৰোবাক চমজাই দিয়াৰ ষড়যন্ত্ৰতহে লিপ্ত হোৱা বুলি নাগৰিক সমাজে মতপোষণ কৰে ।

নাগৰিক সমাজৰ লগতে বিভিন্নজনে সামাজিক মাধ্যমত প্ৰতিক্ৰিয়া প্ৰকাশ কৰাত বিষয়টোৱে নতুন মোৰ লোৱা পৰিলক্ষিত হৈছে । নাগৰিক সভাত উপস্থিত থাকি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিৰ সভাপতি প্ৰাগজ্যোতিষ বণিয়াই সংবাদ মাধ্যমৰ আগত মত ব্যক্ত কৰি কয় যে নগাঁও জিলা প্ৰশাসন নগাঁওস্থিত পৌৰাণিক সম্পদসমূহ সংৰক্ষণত ব্যৰ্থ হৈছে । ইতিমধ্যে নগাঁও মহাফেজখানাৰ ঐতিহাসিক সামগ্ৰীসমূহ,নগাঁও নেহেৰুবালিৰ সন্মুখৰ স্বাধীনতাৰ পূৰ্বৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণৰ কাৰ্যালয়টোকে প্ৰমুখ্য কৰি বহু কীৰ্তিচিহ্নসমূহ নিচিহ্ন হোৱাৰ উপক্ৰম হৈছে । কিন্তু প্ৰশাসনক বহুবাৰ আৰ্জি দাখিল কৰাৰ পাছতো নিৰ্বিকাৰ। ফলশ্ৰুতিত নগঞাঁ ৰাইজৰ সম্পদসমূহ বিলুপ্তিৰ পথত ।

বিশিষ্ট নাগৰিক মুকুট ভূঞাঁৰ সভাপতিত্বত অনুষ্ঠিত নাগৰিক সভাখনিত বাহনখনৰ নিলামৰ বিৰোধিতা কৰি বাহনখন নিলামৰ সিদ্ধান্ত ৰদ কৰিব লাগে,গাড়ীখন বিজ্ঞানসন্মতভাৱে উপযুক্ত ধৰণেৰে সংৰক্ষণ কৰিব লাগে,চলন্ত পুথিভঁৰালৰ আচঁনিখন পুনৰ কাৰ্যক্ষম কৰি তুলিব লাগে বুলি বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। সভাত কৃষক সভাৰ ৰাতুল বৰাই সমগ্র বিষয়টো সন্দৰ্ভত এক কাৰ্যক্ৰমণিকা প্ৰস্তুতি সম্পৰ্কে প্ৰথম পদক্ষেপ হিচাপে পুথিভঁৰাল সেৱা সঞ্চালকলৈ জিলা উপায়ুক্তৰ জড়িয়তে গণস্বাক্ষৰ সম্বলিত স্মাৰক পত্ৰ প্ৰেৰণৰ সিদ্ধান্ত গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে । মনোজ সিংহ ৰাজাই আঁত ধৰা নাগৰিক সভাখনিত বিশিষ্ট নাগৰিক অমৰেন্দ্ৰ শৰ্মা,আব্দুল চালাম,পুনিৰাম শইকীয়া,জিতু নাথ,মুকুল চন্দ্ৰ বৰা,ঈশান কোচ ৰাজবংশী,খগেন শইকীয়া প্ৰমুখ্যে অৰ্ধশতাধিক লোক উপস্থিত থাকে ।

Previous Post

কোন এই পৃথিৱীৰ আটাইতকৈ সুখী ব্যক্তি ?

Next Post

প্ৰাতঃস্মৰণীয়…

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰাতঃস্মৰণীয়

প্ৰাতঃস্মৰণীয়...

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7