VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় চিনেমাৰ ইতিহাসত “মছলা ছবিৰ পিতৃ” কোন?

voicedesk by voicedesk
August 19, 2023
in মুখ্য সংবাদ
ভাৰতীয় চিনেমাৰ ইতিহাসত “মছলা ছবিৰ পিতৃ” কোন?
0
SHARES
58
VIEWS
Share on FacebookShare on Twitter

বলীউড জগতৰ এক চিৰপৰিচিত নাম মনমোহন দেশাই ৷নিজস্ব দৃষ্টিভংগী আৰু সুকীয়া শৈলীৰে বলীউড জগতলৈ এক অনবদ্য অৱদান আগবঢ়াইছে এইজন ব্যক্তিয়ে ৷
মনমোহন দেশাই এনে এজন ব্যক্তি যিয়ে চলচিত্ৰ জগতত এনে এক ধাৰা প্ৰৱৰ্তন কৰিছিল যি পিছলৈ “মছলা ছবি” নামেৰে জনপ্ৰিয় ৰূপ পায়।এসময়ত দেশাইৰ ছবিসমূহে নাটক, একচন, ৰোমাঞ্চ আৰু কমেডীৰ সুকীয়া মিশ্ৰণেৰে দৰ্শকক মুগ্ধ কৰিছিল৷ভাৰতীয় চিনেমাক প্ৰভাৱিত কৰা মনমোহন দেশাইৰ কাহিনীসমূহে যেন চিনেমা বিপ্লৱৰহে আৰম্ভণি কৰিছিল।
১৯৩৭ চনৰ ২৬ ফেব্ৰুৱাৰীত ভাৰতৰ মুম্বাইত জন্মগ্ৰহণ কৰিছিল মনমোহন দেশায়ে। মনমোহন দেশাইৰ পিতৃ কিকুভাই দেশাই এজন প্ৰখ্যাত চলচ্চিত্ৰ প্ৰযোজক হোৱাৰ বাবে কম বয়সতে চলচ্চিত্ৰ জগতৰ সৈতে চিনাকি হৈ পৰিছিল।
প্ৰথম অৱস্থাত চলচিত্ৰ পৰিচালকসকলক সহায় কৰি আৰু বিভিন্ন চলচ্চিত্ৰৰ চেটত কাম কৰি নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল তেওঁ ।
১৯৭০ চনত চলচ্চিত্ৰ নিৰ্মাতা হিচাপে বলীউডত অভিষেক ঘটিছিল মনমোহন দেশাইৰ৷ যি সময়ত ভাৰতীয় চিনেমাতো এক ভয়ংকৰ পৰিৱৰ্তন ঘটিছিল। যি সময়ত ভাৰতীয় চলচিত্ৰ উদ্যোগত পৰম্পৰাগত বিষয়বস্তুসমূহ পুনৰ সংজ্ঞায়িত কৰা হৈছিল আৰু দৰ্শক সকলেও নতুন ধৰণৰ মনোৰঞ্জন বিচাৰিছিল আৰু এই পৰিৱৰ্তনৰ প্ৰতি সঁহাৰি জনাই মনমোহন দেশায়ে নাটক, একচন, ৰোমাঞ্চ, কমেডী আনকি মেলোড্ৰামাকো একত্ৰিত কৰি একক চিনেমাৰ অভিজ্ঞতাত একত্ৰিত কৰা এক ধাৰাৰ সৃষ্টি কৰিছিল। তেওঁৰ মছলা ছবিৰ ট্ৰেডমাৰ্ক আছিল বিভিন্ন উপাদানৰ সংমিশ্ৰণ।
কাহিনী, একচন ছিকুৱেন্স, সংলাপ আৰু পাৰিবাৰিক মূল্যবোধৰ ওপৰত গুৰুত্ব দিয়া এই সকলোবোৰেই আছিল মনমোহন দেশাইৰ ছবিৰ বৈশিষ্ট । তেওঁ নিপুণভাৱে বিভিন্ন কাহিনী আৰু ধাৰাক একত্ৰিত কৰি ছবিৰ যোগেদি প্ৰকাশ কৰিছিল যি দৰ্শকসকলক আৱেগিক কৰি তোলাৰ লগতে আলোড়িত কৰি তুলিছিল আৰু চলচিত্ৰৰ প্ৰতি দৰ্শকৰ আকৰ্ষণ বৃদ্ধি পাইছিল। যাৰ ছবিসমূহে ভাৰতৰ সজীৱ মনোভাৱ আৰু সাংস্কৃতিক বৈচিত্ৰ্যক প্ৰতিফলিত কৰিছিল।
“অমৰ আকবৰ এন্থনী” (১৯৭৭), “নছিব” (১৯৮১), আৰু “কুলি” (১৯৮৩) আদি ছবি দেশাইৰ এনে কিছুমান বিখ্যাত ৰচনা। এই ছবিসমূহে তেওঁক এজন দক্ষ গল্পকাৰ হিচাপেও এক সুকীয়া স্থান প্ৰদান কৰিছিল। আনহাত এই ছবিসমূহে কেৱল ব্যৱসায়িক সফলতাই নহয়, ভাৰতীয় চলচ্চিত্ৰ ইতিহাসতো নিজৰ স্থান প্ৰতিষ্ঠা কৰিছিল।
কেৱল বক্স অফিচত হিট ছবিয়েই নহয় বৰঞ্চ বলীউড ছবিত উল্লেখযোগ্য অৱদান আগবঢ়াই ভাৰতীয় চলচ্চিত্ৰ উদ্যোগক সমৃদ্ধ কৰিছিল এইজন মনমোহন দেশায়ে । ডাঙৰ পৰ্দাত গল্প উপস্থাপনৰ ধৰণ সলনি কৰি তেওঁ এনে এক আৰ্হিৰ সৃষ্টি কৰিছিল যিয়ে আজিও অনুপ্ৰাণিত কৰি ৰাখিছে চলচ্চিত্ৰ নিৰ্মাতাসকলক।
চলচ্চিত্ৰৰ বিভিন্ন উপাদানসমূহক চিনেমাৰ সুস্বাদু খাদ্য হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত অতুলনীয় প্ৰতিভাৰ স্বীকৃতি স্বৰূপে “মছলা ছবি” বাক্যাংশটো ক্ৰমাৎ দেশাইৰ নামৰ সৈতে ব্যৱহৃত হ’বলৈ ধৰিলে।
ভাৰতীয় চিনেমাৰ ইতিহাসত “মছলা ছবিৰ পিতৃ” হিচাপে মনমোহন দেশাইৰ খ্যাতি চিৰস্থায়ী। এক সুকীয়া চিনেমাৰ সৃষ্টি কৰিবলৈ তেওঁ গতানুগতিক কাহিনীৰ পৰিৱৰ্তে আৱেগ আৰু ধাৰাসমূহৰ মিশ্ৰণ ঘটাই এক সুকীয়া ধাৰাৰ সৃষ্টি কৰিছিল।
মনোৰঞ্জনধৰ্মী তেওঁৰ ছবিবোৰে সেইসময়ত পৰিৱৰ্তিত দেশখনৰ মনোভাৱকো প্ৰতিফলিত কৰিছিল।
সেয়েহে আজিও এইগৰাকী কিংবদন্তি পৰিচালক ভাৰতীয় চিনেমাৰ বিৱৰ্তনৰ প্ৰতীক ৷

Previous Post

এছিয়া কাপৰ প্ৰথমখন খেল চাবলৈ পাকিস্তানলৈ নিমন্ত্ৰণ ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ সম্পাদক জয় শ্বাহ , গ্ৰহণ কৰিবনে নিমন্ত্ৰণ ?

Next Post

চোৰে নিশা ২ বজাত ভাঙিলে এটিএম, নগদ ধন নাপায় ওভতিবলগীয়া হ’ল শুদা হাতে, ক’ত ঘটিল চোৰৰ বিলৈ ?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চোৰে  নিশা ২ বজাত ভাঙিলে এটিএম, নগদ ধন নাপায় ওভতিবলগীয়া হ’ল শুদা হাতে, ক’ত ঘটিল চোৰৰ বিলৈ ?

চোৰে নিশা ২ বজাত ভাঙিলে এটিএম, নগদ ধন নাপায় ওভতিবলগীয়া হ’ল শুদা হাতে, ক’ত ঘটিল চোৰৰ বিলৈ ?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7