VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

“কংগ্ৰেছমুক্ত” ভাৰত এতিয়াও দিবাস্বপ্ন ! ‘বিজেপিমুক্ত’হে হ’ল দক্ষিণ ভাৰত, দক্ষিণৰ শেষৰখন ৰাজ্যও হেৰুৱালে বিজেপিয়ে

voicedesk by voicedesk
May 13, 2023
in মুখ্য সংবাদ
“কংগ্ৰেছমুক্ত” ভাৰত এতিয়াও দিবাস্বপ্ন ! ‘বিজেপিমুক্ত’হে হ’ল দক্ষিণ ভাৰত, দক্ষিণৰ শেষৰখন ৰাজ্যও হেৰুৱালে বিজেপিয়ে
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে কৰ্ণাটকৰ বিধানসভা নিৰ্বাচন বিজেপি আৰু কংগ্ৰেছ উভয়ৰে বাবে ‘এচিড-টেষ্ট’ আছিল। কেন্দ্ৰত শাসকীয় বিজেপিৰ পৰীক্ষা আছিল কৰ্ণাটকত জয়ী হৈ লোকসভা নিৰ্বাচনৰ পূৰ্বে দক্ষিণ ভাৰতত ক্ষমতা সম্প্ৰসাৰণ কৰা। কংগ্ৰেছৰ বাবে যুঁজখন আছিল অস্তিত্ব ৰক্ষাৰ বাবে। দেশৰ আটাইতকৈ পুৰণি ৰাজনৈতিক দলটোৱে শেষ হাঁহি মাৰিলে। কৰ্ণাটক হেৰুৱাৰ লগে লগে আচলতে সমগ্ৰ দক্ষিণ ভাৰত এতিয়া ‘বিজেপিমুক্ত’। আনহাতে, ৰাহুল গান্ধীৰ ‘ভাৰত জোৰো’ যাত্ৰাৰ পিছত এইবাৰ দেশত প্ৰথমবাৰৰ বাবে কোনো বৃহৎ ৰাজ্যই ভোটদান কৰিছে। সেই ভোট লাভ কৰাৰ পাছত তৃণমূল পৰ্যায়ৰ কর্মীসকল শক্তিশালী হ’ব।

 

দক্ষিণ ভাৰতৰ পাঁচখন ৰাজ্য ক্ৰমে  অন্ধ্ৰ প্ৰদেশ, কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু তেলেংগানাৰ ভিতৰত  কেৱল কৰ্ণাটকতহে  বিজেপি ক্ষমতাত আছিল। কেন্দ্ৰীয় শাসিত অঞ্চল পুডুচেৰীত বিজেপি সমৰ্থিত এন আৰ কংগ্ৰেছৰ ক্ষমতা আছে। গতিকে নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বাবে কৰ্ণাটক গুৰুত্বপূৰ্ণ আছিল। নিৰ্বাচনী প্ৰচাৰৰ সময়ত কৰ্ণাটকত বাৰে বাৰে বৈঠক অনুষ্ঠিত কৰি আহিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। হিন্দুত্ববাদৰ প্ৰচাৰৰ সমান্তৰালকৈ হিন্দু প্ৰধান কৰ্ণাটকত দেশপ্ৰেম আৰু উন্নয়ন মোদীৰ কণ্ঠস্বৰত বাৰে বাৰে প্ৰতিধ্বনিত হৈ আহিছে। কিন্তু দক্ষিণ ভাৰতৰ এই ৰাজ্যত ‘মোদী-যাদু’ই কাম কৰা নাছিল। এই প্ৰতিবেদন লিখাৰ সময়লৈকে কৰ্ণাটকৰ ২২৪খন বিধানসভাৰ আসনৰ ভিতৰত কংগ্ৰেছ ১৩৪খন আৰু বিজেপি মাত্ৰ ৬৫খন আসনত আগবাঢ়ি আছে।

 

বিশেষজ্ঞসকলে কয় যে শেহতীয়াকৈ কৰ্ণাটকত সাম্প্ৰদায়িক হিংসাৰ কোনো বৃহৎ ঘটনা সংঘটিত হোৱা নাই। কিন্তু দুটা প্ৰধান হিন্দু সম্প্ৰদায় লিংগায়ত আৰু ভোক্কালিগাসকলৰ মাজৰ সংঘাত কৰ্ণাটকৰ ৰাজনীতিত সদায়েই গুৰুত্বপূর্ণ  হৈ আহিছে। বিজেপিৰ প্ৰতি লিংগায়তৰ কিছু সমৰ্থন আছিল। কিন্তু ভোক্কালিগাসকলৰ মাজত বিজেপিৰ প্ৰভাৱ খুব কম। নিৰ্বাচনী প্ৰচাৰত বিজেপিয়ে হিন্দুত্ববাদী কার্ডে খেলা নকৰিলেও হিন্দুত্ববাদীৰ হৃদয় জয় কৰিবলৈ কোনো কষ্ট নকৰিলে। ইয়াৰ এটা ডাঙৰ উদাহৰণ হ’ল যোৱা বছৰ হিজাব বিৰোধী আন্দোলন। আদালতে ব্যৱস্থা ল’ব লগা হৈছিল। আৰু অৱশেষত কৰ্ণাটকৰ শিক্ষানুষ্ঠানত হিজাব নিষিদ্ধ কৰা হ’ল। কেৱল সেয়াই নহয়, কৰ্ণাটকত হালাল মাংস বিক্ৰী নিষিদ্ধ কৰাৰ দাবীত ২০২২ চনৰ পৰাই দাবী উত্থাপন হৈ আহিছে ৷ শ্ৰী ৰাম সেনা, বজৰং দল আদি হিন্দুত্ববাদী সংগঠনৰ দাবীৰ পিছতে বিজেপি চৰকাৰেও কৰ্ণাটক বিধানসভাত বিধেয়ক উত্থাপন কৰাৰ প্ৰস্তুতি চলাইছে।

আনহাতে, কৰ্ণাটকত কংগ্ৰেছৰ জয়ৰ আঁৰত ‘নতুন’ সভাপতি মল্লিকাৰ্জুন খার্গেৰ ভূমিকাও ডাঙৰ হৈ পৰিছে। ইটোৰ পিছত সিটোকৈ নিৰ্বাচনত পৰাস্ত হোৱা শতিকা পুৰণি দলটোৰ সভাপতি হোৱাৰ কেইমাহমানৰ ভিতৰতে কংগ্ৰেছে দুখন ৰাজ্যৰ আসন লাভ কৰে। প্ৰথমে হিমাচল প্ৰদেশ আৰু এইবাৰ কৰ্ণাটক। কৰ্ণাটকৰ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি ডি কে শিৱকুমাৰৰ সৈতে একেৰাহে বৈঠকত মিলিত হয় কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। নিৰ্বাচনৰ ফলাফল স্পষ্ট হোৱাৰ লগে লগে কৰ্ণাটকৰ জনসাধাৰণক ধন্যবাদ জনাই তেওঁ কয় যে বহু দূৰ বাকী আছে। ভাল কাম কৰিলে মানুহ আপোনাৰ লগত থাকিব।

 

Previous Post

হিমাচলৰ পিছত কৰ্ণাটক! ব্যর্থ জেপি নাড্ডা-সফল মল্লিকার্জুন খর্গে

Next Post

৩ কোটি ১০ লাখ টকাৰ মাটি! মুম্বাইৰ উপকণ্ঠ অঞ্চলত কিয় কিনিলে টাবুৰ প্ৰাক্তন প্ৰেমিক?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
৩ কোটি ১০ লাখ টকাৰ মাটি! মুম্বাইৰ উপকণ্ঠ অঞ্চলত কিয় কিনিলে টাবুৰ প্ৰাক্তন প্ৰেমিক?

৩ কোটি ১০ লাখ টকাৰ মাটি! মুম্বাইৰ উপকণ্ঠ অঞ্চলত কিয় কিনিলে টাবুৰ প্ৰাক্তন প্ৰেমিক?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7