VOICE 24x7
Friday, May 2, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

উত্তৰ প্ৰদেশত কংগ্ৰেছৰ মোক্ষম আঘাত, দল ত্যাগ এইজন শী্র্ষ নেতাৰ

voicedesk by voicedesk
January 25, 2022
in মুখ্য সংবাদ
উত্তৰ প্ৰদেশত কংগ্ৰেছৰ  মোক্ষম আঘাত, দল ত্যাগ এইজন শী্র্ষ নেতাৰ
0
SHARES
27
VIEWS
Share on FacebookShare on Twitter

উত্তৰ প্ৰদেশ বিধানসভা নির্বাচনৰ প্ৰাকক্ষণত  কংগ্ৰেছৰ আন এক মোক্ষম আঘাত ৷ এইবাৰ কংগ্ৰেছ ত্যাগ কৰিলে ৰাজ্য়খনৰ  শীর্ষ নেতা আৰ পি এন সিঙে ৷  শীঘ্ৰে তেওঁ বিজেপিত যোগদান কৰিব বুলি ছচিয়েল মিডিয়াৰ জৰিয়তে প্ৰকাশ কৰিছে ৷ টুইটাৰৰ জৰিয়তে  ছোনিয়া গান্ধীলৈ  তেওঁ পদত্যাগ পত্ৰ প্ৰৰণ কৰে ৷ পূব উত্তৰ প্ৰদেশৰ কুশীনগৰৰ সাংসদ  আৰ পি এন সিং ৰাজ্যখনৰ কংগ্ৰেছৰ শীর্ষনেতাসকলৰ  অন্যতম ৷  কালি কংগ্ৰেছে ঘোষণা কৰা দলটোৰ তাৰকা প্ৰচাৰকসকলৰ তালিকাত আছিল আৰ পি এন সিং ৷  শেহতীয়াকৈ বিজেপি ত্যাগ কৰা স্বামী প্ৰসাদ মৌৰ্যৰ বিপৰীতে  সিঙে তেওঁৰ দুৰ্গ পাদ্ৰাউনাত বিজেপি প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে।  সিং পূৱ উত্তৰ প্ৰদেশৰ এজন বিশিষ্ট নেতা আৰু মৌৰ্যই বিজেপি ত্যাগ কৰাৰ পাছত বিজেপিত সৃষ্টি হোৱা শূন্যতা পুৰণ কৰিব বুলি আশা কৰা হৈছে ৷ সিং পাদ্ৰাউনাৰ  তিনিটা কাৰ্যকালৰ বিধায়ক। তেওঁ ২০০৯ চনত কুশীনগৰৰ পৰা সাংসদ হিচাপে নিৰ্বাচিত হৈছিল ৷  কিন্তু ২০১৪ চনত পৰাজিত হৈছিল।  বিজেপি ত্যাগ কৰা স্বামী প্ৰসাদ মৌৰ্যই পদ্ৰাউনা আসনৰ পৰা যোৱা দুটা ৰাজ্যিক নিৰ্বাচনত জয়লাভ কৰিছিল ৷ প্ৰথমে মায়াৱতীৰ বহুজন সমাজ পাৰ্টিৰ (বিএছপি) প্ৰাৰ্থী হিচাপে আৰু তাৰ পিছত বিজেপিৰ প্ৰাৰ্থী হিচাপে জয়লাভ কৰিছিল ৷

 

Previous Post

ব্যতিক্ৰমী ৰূপত দিশপুৰ শাখা লেখিকা সমাৰোহ সমিতিৰ অধিৱেশন

Next Post

বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

বড়ো সকলৰ পৰম্পৰাগত বাথৌ পূজা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7