VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অসাৱধানতাই পুনৰ মাতিব নেকি ভয়াবহ দিনবোৰ?

কিহৰ ইংগিত দিছে ক’ভিডৰ সংক্ৰমণে?

voicedesk by voicedesk
October 23, 2021
in মুখ্য সংবাদ
অসাৱধানতাই পুনৰ মাতিব নেকি ভয়াবহ দিনবোৰ?
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

উৎসৱৰ বতৰত ৰাইজৰ অসাৱধানতাই  পুনৰ ঘুৰাই আনিব নেকি ক’ভিডৰ ভয়াৱহ দিনবোৰ! বিশেষকৈ দুৰ্গাপূজাৰ পাছৰ পৰা ৰাজ্যত সামান্য পৰিমানে ক’ভিডৰ সংক্ৰমণ বৃদ্ধিয়ে তেনে এক আশংকা কঢ়িয়াই আনিছে। কিয়নো বিগত চাৰিদিনধৰি ৰাজ্যত ক’ভিড আক্ৰান্তৰ সংখ্যাই অতিক্ৰম কৰিছে তিনি শতকৰ ঘৰ। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ তথ্য অনুসৰি যোৱা 19 অক্টোবৰত 353 জন,20 অক্টোবৰত 308 জন,21 অক্টোবৰত 384 জন আৰু 22 অক্টোবৰত 315 জন লোক ক’ভিডত আক্ৰান্ত হৈছে। আক্রান্তসকলৰ ভিতৰতে সৰ্বাধিক লোক গুৱাহাটীৰ। সেই অনুসৰি 19 অক্টোবৰত 152 জন,20 অক্টোবৰত 109 জন,21 অক্টোবৰত 147 জন আৰু 22 অক্টোবৰত 115 জন লোক গুৱাহাটীত ক’ভিডত আক্ৰান্ত হৈছে। ইতিমধ্যে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংক্ৰমণ নকমিলে কঠোৰ ব্যৱস্থা লোৱা হব বুলি প্ৰকাশ কৰিছে। সমান্তৰালভাৱে 5 টাকৈ সমষ্টিত হবলগীয়া উপ নিৰ্বাচনৰ প্রচাৰ অভিযান তীব্রতৰ হৈ উঠিছে। থাওৰা, মৰিয়নী, ভৱানীপুৰ, গোসাঁইগাঁও আৰু তামুলপুৰ সমষ্টিত এতিয়া দিনে নিশাই চলিছে নির্বাচনী প্রচাৰ। মুখ্যমন্ত্ৰীৰ পৰা আৰম্ভ কৰি বিভিন্ন ৰাজনৈতিক দলৰ নেতা পালিনেতা ব্যস্ত হৈ পৰিছে প্ৰচাৰত। অনুষ্ঠিত হৈছে এখনৰ পাছত আন এখন নিৰ্বাচনী সভা। কভিডৰ নীতি নিয়ম ভংগ কৰি গোট খাইছে হাজাৰ হাজাৰ লোক। এনে অসাৱধানতাই দিনৰ অধিকাংশ সময় কাৰ্ফিউ বলবত কৰাৰ দৰে পৰিস্থিতি সৃষ্টি কৰাৰ সম্ভাৱনা অধিক ঘনীভূত কৰি তুলিছে।

Previous Post

দেশত অস্বাভাৱিক ৰূপত মূল্যবৃদ্ধি। পেট্ৰলৰ মূল্য ১১২.৭৮ টকালৈকে বৃদ্ধি

Next Post

ক্ৰীড়া প্ৰেমী সকলৰ বাবে সুখবৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ক্ৰীড়া প্ৰেমী সকলৰ বাবে সুখবৰ

ক্ৰীড়া প্ৰেমী সকলৰ বাবে সুখবৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7