এইবাৰ ৰঙিয়াত সংঘটিত হৈছে এক শোকাবহ ঘটনা ৷ ৰঙিয়া-খৈৰাবাৰী ৰে’লপথৰ দাঁতিত উদ্ধাৰ কৰা হৈছে এক অচিনাক্ত মৃতদেহ ৷অৱশ্যে মৃতদেহটো এতিয়ালৈকে চিনাক্ত কৰিব পৰা হোৱা নাই ৷ অৱশ্যে প্ৰায় ৩৫ বছৰীয়া লংপেণ্ট,টি-চাৰ্ট পৰিহিত লোকজনে আত্মহত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ উক্ত ঘটনা সন্দৰ্ভত অব্যাহত আছে আৰক্ষীৰ তদন্ত ৷