VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ডায়েবেটিছ হ’ব সম্পূর্ণ নিৰাময়, চীনৰ নতুন গৱেষণাই আনিছে সুফল

voicedesk by voicedesk
May 29, 2024
in মুখ্য সংবাদ
ডায়েবেটিছ হ’ব সম্পূর্ণ নিৰাময়, চীনৰ নতুন গৱেষণাই আনিছে সুফল
0
SHARES
122
VIEWS
Share on FacebookShare on Twitter

বহুদিন ধৰি ডায়েবেটিছ ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য নহয় বৰঞ্চ নিয়ন্ত্ৰণ কৰিব পাৰি বুলি ভবা হৈছিল। কিন্তু বিশ্বত প্ৰথমবাৰৰ বাবে চীনৰ গৱেষক আৰু চিকিৎসকৰ এটা দলে এজন ৰোগীৰ মধুমেহ ৰোগ সম্পূৰ্ণৰূপে আৰোগ্য কৰি তুলিলে । তেওঁলোকৰ দাবী যে ডায়েবেটিছ নিৰ্মূল হোৱাৰ পিছত দুবছৰমান ৰোগীজনে কোনো ধৰণৰ ইনচুলিন বা ঔষধ খাব লগীয়া হোৱা নাছিল। কেৱল সেয়াই নহয়, তেওঁৰ তেজৰ শর্কৰাৰ মাত্ৰা একেবাৰে কম বেছি হোৱা  নাছিল।

 

চাউথ চাইনা মৰ্নিং পোষ্টত প্ৰকাশ পাইছে এই নতুন অধ্যয়ন। চাংহাই চাংজেং হাস্পতালৰ চিকিৎসক ইন হাও আৰু তেওঁৰ দলটোৱে ডায়েবেটিছ ৰোগ নিৰাময়ৰ এক নতুন উপায় আৱিষ্কাৰ কৰিছে। মূল গৱেষক ইন আৰু তেওঁৰ সহায়ক কিফাৰে দাবী কৰিছিল যে কোষ প্ৰতিস্থাপনৰ নতুন পদ্ধতিৰে ডায়েবেটিছ সম্পূৰ্ণৰূপে নিৰাময় কৰা সম্ভৱ।

 

কিফাৰে কয় যে ২০২১ চনত এজন ৰোগীয়ে ডায়েবেটিছৰ চিকিৎসাৰ বাবে চিকিৎসালয়খনলৈ আহিছিল। তেওঁৰ কিডনীৰ অৱস্থাও ভাল নাছিল। ব্যক্তিজন টাইপ ২ ডায়েবেটিছ ৰোগত আক্ৰান্ত আছিল। ইনচুলিনেও কাম কৰা বন্ধ কৰি দিছিল। সেই সময়ত চিকিৎসকে ‘আইলেট চেল’ ট্ৰান্সপ্লাণ্ট পদ্ধতি প্ৰয়োগ কৰিছিল।

 

 

চীনৰ গৱেষকসকলে শৰীৰৰ ভিতৰত ইনছুলিন উৎপাদন প্ৰক্ৰিয়াটো পুনৰ সৃষ্টি কৰাৰ উপায় আৱিষ্কাৰ কৰিছে। নতুন ধৰণেৰে পেনক্ৰিয়াচৰ আইলেট কোষ প্ৰতিস্থাপন কৰে ৷ পুৰণি কোষবোৰ আঁতৰাই নতুন কোষেৰে সলনি কৰা হয় যাতে গোটেই চক্ৰটো পুনৰ আৰম্ভ হ’ব পাৰে। শৰীৰে নিজাববীয়াকৈ ইনচুলিন তৈয়াৰ কৰিব পাৰে। যাতে বাহিৰৰ পৰা ইনচুলিন দিয়াৰ প্ৰয়োজন নহয় ৷

 

 

এই গৱেষণা এতিয়াও প্ৰাৰম্ভিক পৰ্যায়ত আছিল। প্ৰথমবাৰ এজন ৰোগীৰ ওপৰত প্ৰয়োগ কৰাৰ সময়ত ইয়াক সফল বুলি দাবী কৰা হৈছিল। চীনৰ গৱেষকসকলৰ মতে আগন্তুক দিনত এই পদ্ধতি প্ৰয়োগ কৰি ডায়েবেটিছ ৰোগ নির্মূল কৰাটোৱেই তেওঁলোকৰ প্ৰকৃত লক্ষ্য।

Previous Post

প্ৰতিদিনে পুৱা পানীত তিয়াই কাঠবাদাম খায় নেকি ? কেনেদৰে ইয়াৰ পুষ্টিগুণ বৃদ্ধি কৰিব জানেনে?

Next Post

টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ উপভোগ কৰিব শচীন তেণ্ডুলকাৰে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ উপভোগ কৰিব শচীন তেণ্ডুলকাৰে

টি-২০ বিশ্বকাপত ভাৰত-পাকিস্তানৰ মেচ উপভোগ কৰিব শচীন তেণ্ডুলকাৰে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7