VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ

voicedesk by voicedesk
December 8, 2023
in মুখ্য সংবাদ
কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৫ বিধানসভা সমষ্টিৰ খচৰা ফটো ভোটাৰ তালিকা প্ৰকাশ
0
SHARES
34
VIEWS
Share on FacebookShare on Twitter

কামৰূপ মহানগৰ নিৰ্বাচন জিলাৰ ৩৩- দিছপুৰ, ৩৪- ডিমৰীয়া (অনুসূচীত জাতি), ৩৫- নিউ গুৱাহাটী, ৩৬- গুৱাহাটী চেন্ট্ৰেল, ৩৭- জালুকবাৰী বিধানসভা সমষ্টিৰ বাবে খচৰা ফটো ভোটাৰ তালিকা আজি প্ৰকাশ পাইছে৷ জিলা নিৰ্বাচন বিষয়া সুমিত ছাত্তাৱানে এক প্ৰেছ বিবৃতিযোগে সদৰি কৰে যে ফটো ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনী, ২০২৪ৰ সৈতে সংগতি ৰাখি প্ৰকাশ কৰা খচৰা ফটো ভোটাৰ তালিকাখন ভোটাৰৰ নিৰীক্ষনৰ বাবে জিলা নিৰ্বাচন বিষয়াৰ কাৰ্যালয়, প্ৰতিটো সমষ্টিৰ ভোটাৰ পঞ্জীয়ন বিষয়াৰ কাৰ্যালয় আৰু ৪২২ টা নিৰ্দিষ্ট ভোটকেন্দ্ৰ স্থানত উপলব্ধ হ’ব৷ ৰাইজে ২০২৪ বৰ্ষৰ ৮ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তি দাখিল কৰিব পাৰিব৷ ১৬ ডিচেম্বৰৰ পৰা ২২ জানুৱাৰীৰ ভিতৰত দাবী আৰু আপত্তিসমূহ নিষ্পত্তি কৰা হ’ব৷ ৮ ফেব্ৰুৱাৰীত চুড়ান্ত ভোটাৰ তালিকা প্ৰকাশ পাব৷ নাগৰিকে তেওঁলোকৰ দাবী আৰু আপত্তিসমূহ সংশ্লিষ্ট ভোট কেন্দ্ৰ, সংশ্লিষ্ট বি এল অ’ বা ভোটাৰ পঞ্জীয়ন বিষয়াৰ ওচৰত নিৰ্দিষ্ট প্ৰ-পত্ৰযোগে অফলাইন মাধ্যমেৰে বা www.nvsp.in আৰু ভোটাৰ হেল্প লাইন এপত অনলাইন মাধ্যমেৰে দাখিল কৰিব পাৰিব৷ আজি প্ৰকাশিত খচৰা ফটো ভোটাৰ তালিকা মতে জিলাখনৰ ৫টা বিধানসভা সমষ্টিৰ ১০২৩ টা ভোট কেন্দ্ৰত ৫১৫৭৯৬ গৰাকী পুৰুষ আৰু ৫০৯৬৭৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ১০২৫৪৭১ গৰাকী ভোটাৰ আছে৷ ইয়াৰে দিছপুৰ সমষ্টিৰ ২১৩ টা ভোট কেন্দ্ৰত ৮৪,৯৭৬ গৰাকী পুৰুষ আৰু ৮৪,৪২৪ গৰাকী মহিলা ভোটাৰসহ মুঠ ১৬৯৪০০ গৰাকী ভোটাৰ আছে৷ ডিমৰীয়া সমষ্টিৰ ২২৫ টা ভোট কেন্দ্ৰত ৯৭৭৫৮ গৰাকী পুৰুষ আৰু ৯১৫৯৮ গৰাকী মহিলা ভোটাৰসহ মুঠ ১৮৯৩৫৬ গৰাকী ভোটাৰ আছে৷ নিউ গুৱাহাটী সমষ্টিৰ ১৯৩ টা ভোট কেন্দ্ৰত ১১০৭০১ গৰাকী পুৰুষ আৰু ১০৫৫৪০ গৰাকী মহিলা ভোটাৰসহ মুঠ ২১৬২৪১ গৰাকী ভোটাৰ আছে৷ গুৱাহাটী চেন্ট্ৰেল সমষ্টিৰ ১৮২ টা ভোট কেন্দ্ৰত ১০৬০২৮ গৰাকী পুৰুষ আৰু ১১১১২৫ গৰাকী মহিলা ভোটাৰসহ মুঠ ২১৭১৫৩ গৰাকী ভোটাৰ আছে৷ জালুকবাৰী সমষ্টিৰ ২১০ টা ভোট কেন্দ্ৰত ১১৬৩৩৩ গৰাকী পুৰুষ আৰু ১১৬৯৮৮ গৰাকী মহিলা ভোটাৰসহ মুঠ ২৩৩৩২১ গৰাকী ভোটাৰ আছে৷

Previous Post

নগাঁৱৰ কলিয়াবৰৰ “মঞ্চ”ৰ উদ্যোগত হাটবৰৰ কেন্দ্ৰীয় নাট্য সমাজত ৯ডিচেম্বৰত ভূপেন্দ্ৰ সংগীত আৰু পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত প্ৰতিযোগিতা

Next Post

জালুকবাৰী থানাত আৰক্ষীৰ জিম্মাত ব্যক্তিৰ মৃত্যু ঘটনা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জালুকবাৰী থানাত আৰক্ষীৰ জিম্মাত ব্যক্তিৰ মৃত্যু ঘটনা

জালুকবাৰী থানাত আৰক্ষীৰ জিম্মাত ব্যক্তিৰ মৃত্যু ঘটনা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7