পুনৰ আন এটা মৃদু ভুমিকম্পই জোকাৰি গল সমগ্ৰ ৰাজ্য। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ভুমিকম্পতোৰ প্ৰাবল্য আছিল ৰিখটাৰ স্কেলত ৪.১। দিনৰ এক বাজি ১২মিনিটত অনুভূত হোৱা এই ভূমিকম্পৰ উৎস আছিল কামৰূপ জিলা। ভূপৃষ্ঠৰ পৰা ১০কিলোমিটাৰৰ তলত উৎপত্তি হৈছিল এই ভূমিকম্পৰ।