VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

মহৰমৰ শোভাযাত্ৰাত অঘটনঃ ঝাৰখণ্ডত বিদ্যুৎস্পৃষ্ট হৈ চাৰিজনৰ মৃত্যু

voicedesk by voicedesk
July 29, 2023
in মুখ্য সংবাদ
মহৰমৰ শোভাযাত্ৰাত অঘটনঃ ঝাৰখণ্ডত বিদ্যুৎস্পৃষ্ট হৈ চাৰিজনৰ মৃত্যু
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

ধৰ্মীয় অনুষ্ঠান পালন কৰি থকা অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ চাৰিজন লোকৰ মৃত্যু হয়। ঝাৰখণ্ডৰ বোকাৰো জিলাত শনিবাৰে পুৱা মহৰমৰ তাজিয়া পৰিবেশন কৰি থকা অৱস্থাত বিদ্যুতৰ তাঁৰত বিদ্যুৎস্পৃষ্ট হৈ চাৰিজন লোকৰ মৃত্যু হয় ৷আহত হয় আন ১০ জন লোক । এই খবৰ প্ৰকাশ কৰিছে সংবাদ সংস্থা পিটিআইয়ে। যোৱা মাহত উলোটা ৰথৰ সময়ত ত্ৰিপুৰাত বিদ্যুৎস্পৃষ্ট  হোৱাৰ ফলত ৭ জন লোকৰ মৃত্যু হৈছিল।

 

পিটিআইৰ সূত্ৰ অনুসৰি শনিবাৰে পুৱা ৬ বজাত মহৰম শোভাযাত্ৰাৰ সময়ত লোহাৰ ৰডত  উচ্চ ক্ষমতাসম্পন্ন  বিদ্যুৎ তাঁৰত লাগি যায় ৷ ফলত কেইবাজনো লোক আহত হয়। আহতসকলক চিকিৎসাৰ বাবে বোকাৰোৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইণ্ডিয়া টুডেৰ তথ্য অনুসৰি ১৩ জন লোক আহত হৈছে। ইয়াৰে ৯ জনৰ অৱস্থা সংকটজনক।

 

বিগত মাহত ত্ৰিপুৰাৰ উনকোটি জিলাৰ কুমাৰঘাটত ওলোটা ৰথ  যাত্ৰাৰ সময়ত ৰথখনৰ ওপৰ অংশই ওখ বৈদ্যুতিক তাঁৰ স্পৰ্শ কৰাত জুই লাগিছিল। ৰাজ্য প্ৰশাসনৰ তথ্য অনুসৰি এই ঘটনাত ৩টা শিশু আৰু তিনিগৰাকী মহিলাসহ মুঠ ৭জন লোকৰ মৃত্যু হয়। গুৰুতৰভাৱে আহত হয় ১৬ জন লোক। ​

 

Previous Post

১লাখ ২০ হাজাৰ বছৰৰ ভিতৰত আটাইতকৈ গৰমৰ সাক্ষী হ’ল জুলাই

Next Post

ব্ৰিটেইনৰ শ্ৰেষ্ঠ অট্টালিকা ক্ৰয় কৰিলে ভাৰতীয় উদ্যোগপতিয়ে, ১২০০ কোটি টকাত ক্ৰয় কৰিলে নিশাল অট্টালিকা !

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ব্ৰিটেইনৰ শ্ৰেষ্ঠ অট্টালিকা ক্ৰয় কৰিলে ভাৰতীয় উদ্যোগপতিয়ে, ১২০০ কোটি টকাত ক্ৰয় কৰিলে নিশাল অট্টালিকা !

ব্ৰিটেইনৰ শ্ৰেষ্ঠ অট্টালিকা ক্ৰয় কৰিলে ভাৰতীয় উদ্যোগপতিয়ে, ১২০০ কোটি টকাত ক্ৰয় কৰিলে নিশাল অট্টালিকা !

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7