আজি নগাঁৱত প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল বৰাক আৰক্ষীৰ গুলী চালনা সন্দৰ্ভত ৰাজহুৱা শুনানি গ্ৰহণ কৰা হ’ব । জানিব পৰা মতে নগাঁৱৰ আৱৰ্ত ভৱনত আজি দিনৰ দুই বজাৰ পৰা চাৰি বজালৈ গ্ৰহণ কৰা হ’ব এই শুনানি।
নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তি কমল ভূঞাক আজি কিছু দিন পূৰ্বে আৰক্ষীয়ে কৰা গুলী চালনাৰ বাবে অসম মানৱ অধিকাৰ আয়োগৰ নিজা গোচৰৰ ভিত্তিত ভূৱা এনকাউণ্টাৰ সন্দৰ্ভত অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰে গ্ৰহণ কৰিব এই ৰাজহুৱা শুনানি।