VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো

voicedesk by voicedesk
June 8, 2023
in মুখ্য সংবাদ
১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান, ৫৭৮ গৰাকী নাতি-নাতিনী থকা পৰিয়াল! ক’ত আছে এই বিশেষ পৰিয়ালটো
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ উগাণ্ডাৰ এজন পুৰুষৰ বিবাহৰ খবৰে চৌদিশে চর্চা আৰম্ভ হৈছে। উগাণ্ডাৰ লুছাকাৰ এজন ৬৮ বছৰীয়া ব্যক্তিৰ ১২ গৰাকী পত্নী, ১০২ গৰাকী সন্তান আৰু ৫৭৮ গৰাকী নাতি-নাতিনী আছে। শুনি আচৰিত হৈছে নেকি ? আচৰিত যেন লাগিলেও এয়াই সত্য ৷অৱশ্যে  মুছা হাছ্যা কাছেৰা নামৰ লোকজনে আৰু অধিক সন্তান জন্ম নিদিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৷ সংবাদ মাধ্যমৰ আগত মুছাই কয় যে তেওঁ বেছিভাগ সন্তানৰ নাম মনত ৰাখিব পৰা নোৱাৰা হৈছে । প্ৰথম আৰু শেষ সন্তানৰ নামহে মনত আছে। আনসকলক দেখিলেও তেওঁলোকৰ নাম মনত নাথাকে।

 

১৯৭২ চনত ১৭ বছৰ বয়সত প্ৰথমবাৰৰ বাবে বিবাহপাশত আবদ্ধ হয় মুছাই। পৰিয়ালৰ হেঁচাত ইটোৰ পিছত সিটোকৈ বিয়া পাতিবলৈ ধৰিছিল তেওঁ। অৱশ্যে একাধিক বিবাহ আৰু সন্তান জন্ম দিয়াটো একেবাৰেই ঠিক নাছিল, এতিয়া মুছাই তেনেকৈয়ে ভাবে। আৰ্থিক অভাৱত তেওঁ পৰিয়ালৰ লোকক উপযুক্ত খাদ্য যোগান ধৰিব পৰা নাই। ল’ৰা-ছোৱালীৰ কাপোৰ-কানি আৰু শিক্ষাৰ খৰচ বহন কৰিবলৈ তেওঁ অক্ষম। ইয়াৰ বাবেই মুছাৰ দুগৰাকী পত্নীয়ে তেওঁক এৰি থৈ গ’ল। আৰ্থিক চাপৰ বাবে আৰু সন্তান নিবিচাৰো বুলিও মুছাই কয়।

 

উগাণ্ডাৰ লুছাকা ভ্ৰমণৰ সময়ত তেওঁলোকে মুছাৰ পৰিয়ালক লগ পাইছিল। ইমান ডাঙৰ পৰিয়াল সিহঁতে আগতে কেতিয়াও দেখা নাছিল। কিন্তু মোচিয়ে কোনো নিয়ম ভংগ কৰা নাছিল। কিয়নো  উগাণ্ডাত বহুবিবাহ বৈধ।

 

Previous Post

আৰ বি আইয়ে অপৰিৱৰ্তিত ৰাখিলে ৰেপো ৰেট, মধ্যবিত্ত শ্ৰেণীলৈ সকাহ

Next Post

“ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
“ক্ৰিকেটাৰৰ সিতে  বিয়াত বহাত মোৰ কোনো  অসুবিধা নাই “! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

"ক্ৰিকেটাৰৰ সিতে বিয়াত বহাত মোৰ কোনো অসুবিধা নাই "! অৱশেষত ছাৰাই শুভমনৰ লগত প্ৰেম স্বীকাৰ কৰিলে নেকি?

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7