VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

পদুম কুঁৱৰী হাইস্কুলৰ শিক্ষক চৈয়দ খোৰচান আলীক বিদায় সম্বৰ্দ্ধনা

ৰঙিয়াৰ পৰা বিপুল কলিতা by ৰঙিয়াৰ পৰা বিপুল কলিতা
December 3, 2021
in মুখ্য সংবাদ
পদুম কুঁৱৰী হাইস্কুলৰ শিক্ষক চৈয়দ খোৰচান আলীক বিদায় সম্বৰ্দ্ধনা
0
SHARES
54
VIEWS
Share on FacebookShare on Twitter

ৰঙিয়াৰ বনগাঁওস্থিত অন্যতম শিক্ষানুষ্ঠান পদুম কুঁৱৰী কলেজিয়েট হাইস্কুলৰ বিজ্ঞান শিক্ষক চৈয়দ খোৰচান আলীক তেখেতৰ শিক্ষকতা জীৱনৰ অন্তিম ক্ষণত বিদ্যালয়খনৰ পৰিয়ালবৰ্গই এখন সভা অনুষ্ঠিত কৰি এখন মানপত্ৰ, গামোচা, জাপি আৰু শৰাই আগবঢ়াই বিদায় সম্বৰ্দ্ধনা জনাই । উল্লেখ্য যে, ৰঙিয়া কাছাৰী শৌলমাৰীত জন্মগ্ৰহণ কৰা খোৰচান আলী সৰুৰে পৰাই অতি মেধাসম্পন্ন আছিল যাৰ প্ৰমাণ তেওঁ নিজৰ দ্বায়িত্ব আৰু কৰ্তব্য পালনেৰে দাঙি ধৰিছিল।

১৯৬১চনৰ ১নৱেম্বৰত জন্মগ্ৰহণ কৰা আলী প্ৰাথমিক বিদ্যালয়ৰ বৃত্তি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ ওপৰিও পৰ্যায়ক্ৰমে নলবাৰী কলেজৰ পৰা ১৯৮১চনত বিজ্ঞানৰ স্নাতক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ বিজুলী নগৰ হাইস্কুলত শিক্ষকতা জীৱনৰ পাতনি মেলে। শিক্ষকতা জীৱনৰ উপৰিও বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত আলীয়ে কেবা বছৰ পৰীক্ষা পৰিষদৰ সহ:সম্পাদক হিচাবে দায়িত্ব পালন কৰাৰ ওপৰিও একেৰাহে দুটাকৈ কাৰ্য্যকালৰ বাবে মাধ্যমিক শিক্ষক আৰু কৰ্মচাৰীসন্থাৰ যুটীয়া সম্পাদকৰ দৰে গুৰু দ্বায়িত্বও পালন কৰিছিল।

বিদ্যালয়খনৰ প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে খোৰচান আলীৰ বিদায় মুহুৰ্তত আৱেগিক হৈ পৰা দেখা যায়।

Previous Post

যুৱ কংগ্ৰেছৰ নতুন সভানেত্ৰী অংকিতা দত্তৰ দায়িত্ব গ্ৰহণ

Next Post

নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩০০ কি:মি মথাউৰি: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
নতুনকৈ নিৰ্মাণ কৰা হ’ব ৩০০ কি:মি মথাউৰি: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা

নতুনকৈ নিৰ্মাণ কৰা হ'ব ৩০০ কি:মি মথাউৰি: জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকাৰ ঘোষণা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7