VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

বেলতলাত প্ৰসিদ্ধ ইতিহাসবিদ ড০ নিশিপদ দেৱ চৌধুৰীক সম্বৰ্দ্ধনা

প্ৰাচীন ভাৰতীয় ইতিহাসৰ দিগগজ চিন্তক ড০ চৌধুৰী : কমল কলিতা

voicedesk by voicedesk
July 10, 2024
in মুখ্য সংবাদ
বেলতলাত প্ৰসিদ্ধ ইতিহাসবিদ ড০ নিশিপদ দেৱ চৌধুৰীক সম্বৰ্দ্ধনা
0
SHARES
49
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যিক প্ৰত্নতাত্বিক সঞ্চালকালয়ৰ অৱসৰী উপ-সঞ্চালক, কামৰূপ অনুসন্ধান সমিতিৰ সভাপতি, প্ৰসিদ্ধ ইতিহাসবিদ, সু-লেখক ৯০ বৰ্ষীয় ড০ নিশিপদ দেৱ চৌধুৰীক আজি তেওঁৰ নিজ বাসগৃহ মহানগৰীৰ বেলতলাৰ সৌৰভ নগৰত প্ৰকাশন অনুষ্ঠান “পৰাগজ্যোতি প্ৰকাশন”ৰ তৰফৰ পৰা উষ্ম সম্বৰ্দ্ধনা জ্ঞাপন কৰে । প্ৰকাশনৰ সচিব, সাংবাদিক দীপক শৰ্মাই আঁত ধৰা অনুষ্ঠানত অংশ লৈ প্ৰথিতযশা বুৰঞ্জীবিদ ড০ দেৱ চৌধুৰীয়ে কয়- “পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনাই মোক কিঞ্চিৎ হ’লেও প্ৰেৰণ যোগালে । বুৰঞ্জী অধ্যয়ন সকলোৰে বাবে অত্যাৱশ্যকীয় । কৈশোৰৰ পৰা ছাত্ৰ-ছাত্ৰীক বুৰঞ্জী শিকাব লাগে ।” সভাত বক্তব্য দাঙি ধৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক, “সাহিত্য কোঁৱৰ” কমল কলিতাই কয়- “প্ৰাচীন ভাৰতীয় ইতিহাসৰ দিগগজ চিন্তক ড০ নিশিপদ দেৱ চৌধুৰী । অসমৰ খ্যাতনামা বুৰঞ্জীবিদ সকলোৰে মাজত তেখেতৰ নাম আছে । তেওঁ কিন্তু উপেক্ষিত।” অখিল ভাৰতীয় সাহিত্য পৰিষদৰ গুৱাহাটী জিলা সমিতিৰ সভাপতি তথা বিশিষ্ট কবি নিশুতি মজুমদাৰে কয়- “অসমৰ লগতে ভাৰতৰ বুৰঞ্জী নখদৰ্পণত ৰাখিছে ড০ নিশিপদ দেৱ চৌধুৰীয়ে ।লিখিছে তথ্য সহকাৰে অনেক কথা । প্ৰাক্ পুৰাতত্বৰ বহু নজনা কথা তেওঁৰ ৰচনাত উপলব্ধ। ” ডায়েট, দুধনৈৰ অৱসৰী প্ৰবক্তা, লেখিকা ড০ সুষমা মজুমদাৰে কয়- ইতিহাসবিদ ড০ নিশিপদ দেৱ চৌধুৰীৰ বিশাল অধ্যয়ন আৰু ৰচনাৰাজিত তেওঁৰ চিন্তাৰ গভীৰতাৰ উমান পায় ।” সাংবাদিক তথা লেখক দীপক শৰ্মাই কয়- “এটা জাতিক সঠিক ধৰণে আগুৱাই নিয়াত বুৰঞ্জী অধ্যয়নৰ অতীৱ প্ৰযোজন । চৰকাৰে এই ক্ষেত্ৰত সঠিক ভূমিকা ল’ব লাগে । পুৰাতত্ববিদ, বুৰঞ্জীবিদ ড০ নিশিপদ দেৱ চৌধুৰীক চৰকাৰে যথোপযুক্ত যথোপযুক্ত ধৰণেৰে সন্মান কৰিব লাগে।” অনুষ্ঠানত অৱসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী ৰুণু চৌধুৰীও উপস্থিত আছিল ।

Previous Post

প্ৰতিদিনে ৮ৰ পৰা ১০ ঘণ্টা অফিচত কটায় নেকি? কি অভ্যাসে ফিট কৰিব ৰাখিব আপোনাক ?

Next Post

বঙৰাৰ সৰবৰহী ব্যক্তি শ্ৰীকান্ত চৌধুৰীৰ বিয়োগত শোক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বঙৰাৰ সৰবৰহী ব্যক্তি শ্ৰীকান্ত চৌধুৰীৰ বিয়োগত শোক

বঙৰাৰ সৰবৰহী ব্যক্তি শ্ৰীকান্ত চৌধুৰীৰ বিয়োগত শোক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7