VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কিমান সুৰক্ষিত মহানগৰবাসী ?পাঞ্জাবাৰীত দিনদুপৰতে গুলীচালনাত নিহত পূৰবী ডেইৰীৰ বিতৰক, কাঢ়ি লৈ গ’ল টকা

voicedesk by voicedesk
November 21, 2022
in মুখ্য সংবাদ
কিমান সুৰক্ষিত মহানগৰবাসী ?পাঞ্জাবাৰীত দিনদুপৰতে গুলীচালনাত নিহত পূৰবী ডেইৰীৰ বিতৰক, কাঢ়ি লৈ গ’ল টকা
0
SHARES
30
VIEWS
Share on FacebookShare on Twitter

 

আৰক্ষী-নিৰাপত্তাৰক্ষীৰে গিজগিজাই থকা ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটী যেন এতিয়া সুৰক্ষিত নহয় সাধাৰণ ৰাইজৰ বাবে ৷ নিশা হ’লেই চোৰৰ উৎপাতত শান্তিৰে শুব নোৱাৰা গুৱাহাটীত দিন দুপৰতে সংঘটিত হ’ল গুলীচালনাৰ ঘটনা ৷ পাঞ্জাবাৰীৰ পুৰবী ডেইৰীৰ সমীপত সংঘটি হৈছে এই ঘটনা ৷ দুর্বত্তই কৰা গুলীচালনাত ৰঞ্জিৎ বৰা নামৰ এজন লোক নিহত হোৱা বুলি জানিব পৰা গৈছে ৷ প্ৰাপ্ত তথ্য অনুসৰি আহত লোকজন পূৰবী ডেইৰীৰ বিতৰক ৷ আন দিনাৰ দৰে আজিও তেওঁ পূৰবী ডেইৰীৰ ধন আইচিচিআই বেংকত থোৱাৰ বাবে নিজৰ চাৰিচকীয়া এখন বাহনেৰে আহিছিল ৷ বেৎকৰ সন্মুখত গাড়ী ৰখোৱাৰ  সময়তে এখন বাইকত অহা দুজন যুৱকে তেওঁৰ ধনৰ টোপোলা কাঢ়ি নিয়াৰ লগতে তেওঁক নিচেই ওচৰৰ পৰা গুলীয়াই ঘটনাস্থলীৰ পৰা পলায়ন কৰে ৷ লগে লগে সমগ্ৰ অঞ্চলটোতে হুৱাদুৱা লাগে ৷ আৰক্ষী উপস্থিত হৈ লোকজনক ততাতৈয়াকৈ জিএমচিএইচলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে ৷ প্ৰাথমিক দৃষ্টিত এয়া এক ডকাইতৰ ঘটনা বুলি ভবা হৈছে যদিও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে মহানগৰীত চোৰ- চিলনী চোৰৰ সন্ত্ৰাসৰ লগতে প্ৰাতঃভ্ৰমণলৈ ওলাই অহা মহিলাক পিষ্টল দেখুৱাই সোণৰ চেইন কাঢ়ি নিয়াৰ দৰে ঘটনা সংঘটিত হৈছে ৷ ইয়াৰ পাছতো আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত একপ্ৰকাৰ মহানগৰবাসী আতংকিত হৈ পৰিছে ৷

 

Previous Post

হিজাব পৰিধান নকৰাকৈ ছছিয়েল মিডিয়াত ফটো, এদিন পাছতে গ্ৰেপ্তাৰ ইৰাণৰ অভিনেত্ৰী

Next Post

ভাৰতৰ আটাইতকৈ দামী হোটেলখনৰ এনিশাৰ মূল্য প্ৰায় ৫০ লাখ টকা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
ভাৰতৰ আটাইতকৈ দামী হোটেলখনৰ এনিশাৰ মূল্য প্ৰায় ৫০ লাখ টকা

ভাৰতৰ আটাইতকৈ দামী হোটেলখনৰ এনিশাৰ মূল্য প্ৰায় ৫০ লাখ টকা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7