VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অভি-নীল হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ,বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ক্ষোভ

ঋতু পৰ্ণ শৰ্মা by ঋতু পৰ্ণ শৰ্মা
June 9, 2023
in মুখ্য সংবাদ
অভি-নীল হত্যাকাণ্ডৰ পাঁচ বছৰ সম্পূৰ্ণ,বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত ক্ষোভ
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

২০১৮চনৰ ৮জুন । এই দিনটোতে কাৰ্বি আংলং জিলাৰ ডকমকা আৰক্ষী থানাৰ অন্তৰ্গত পাণজুৰি গাঁৱত এদল উন্মুত্ত লোকে মৰিয়াই মৰিয়াই অতি নৃশংসভাৱে হত্যা কৰিছিল গুৱাহাটীৰ দুজন যুৱকক । অসংখ্য লোকৰ চকুৰ সন্মুখতে সংঘটিত হোৱা এই হত্যাকাণ্ডই যোৱা ৮জুন,বৃহস্পতিবাৰে পাঁচ বছৰ অতিক্ৰম কৰি ৯জুন, শুক্ৰবাৰে ষষ্ঠ বছৰত পদাৰ্পণ কৰিলে । এই হত্যাকাণ্ডত মৃত্যু হোৱা দুজন যুৱক হৈছে অভিজিৎ নাথ আৰু নীলোৎপল দাস । আজি পাঁচবছৰে ভুক্তভোগী পৰিয়ালৰ লোকে ন্যায়ৰ আশাতেই বন্দী হৈ থাকিবলগীয়া হৈছে । যাৰ ফলত ভুক্তভোগী পৰিয়াল দুটিৰ মাজত চৰম অসন্তোষে দেখা দিয়া পৰিলক্ষিত হৈছে ।

 

উল্লেখ্য যে সেই হত্যাকাণ্ডই সমগ্ৰ দেশতেই জোকাৰণি উঠিছিল । হত্যাকাৰীক কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহাৰ দাবীত কঠোৰ ৰাজ্যজুৰি প্ৰৱল প্ৰতিবাদৰ জোৱাৰ উঠিছিল । সেই সময়ৰ চৰকাৰখনেও ৰাইজৰ প্ৰতিবাদৰ প্ৰকোপত অভি-নীল হত্যাকাণ্ডৰ বিচাৰ খৰতকীয়াকৈ কৰি প্ৰকৃত দোষীক কঠোৰ শাস্তি বিহাৰ প্ৰতিশ্ৰুতি দিছিল । সময় বাগৰিল । এবছৰ দুবছৰকৈ পাঁচ বছৰ সম্পূৰ্ণ হ’ল । কিন্তু অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়াটোৱেই আজি পৰ্যন্ত সম্পূৰ্ণ নহ’ল ।

জঘন্য ঘটনাটোও যেন ৰাইজৰ মানসপটৰ পৰা মঁচ খাই যোৱাৰ উপক্ৰম হ’ল । ষ্মৰ্তব্য যে অভি-নীল হত্যাকাণ্ডৰ সন্দৰ্ভত ডকমকা আৰক্ষী থানাত ৰুজু হোৱা ৩৩/২০১৮ নম্বৰৰ গোচৰৰ ভিত্তিত ডিফু আদালতত বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰা হৈছিল যদিও অভিজিৎ নাথ আৰু নীলোৎপল দাসৰ অভিভাৱকৰ লেখ আবেদনৰ ভিত্তিত উচ্চ ন্যায়ালয়ে নিৰপেক্ষ তদন্তৰ স্বাৰ্থত গোচৰটো ডিফু আদালতৰ পৰিবৰ্তে নগাঁও আদালতলৈ স্থানান্তৰ কৰিবলৈ নিৰ্দেশনা জাৰি কৰিছিল ।

সম্প্ৰতি হত্যাকাণ্ডটোৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও আদালতত চলি আছে । উল্লেখ্য যে এই গোচৰটোৰ মুঠ সাক্ষী আছিল ৭১গৰাকী । ইয়াৰে ৭০গৰাকী সাক্ষীৰ সাক্ষগ্ৰহণ নগাঁও জিলা আৰু সত্ৰ ন্যায়ধীশৰ আদালতত সম্পন্ন হৈ গৈছে আৰু ১জনৰ সাক্ষগ্ৰহণ এতিয়াও বাকী আছে । অহা ১২জুলাইত এই গোচৰটোৰ পৰৱৰ্তী শুনানি আছে । ইপিনে এই হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত ডকমকা আৰক্ষীয়ে ৪৭জনকৈ অভিযক্তক গ্ৰেপ্তাৰ কৰিছিল । অভিযুক্তসকল এতিয়াও ন্যায়িক জিম্মাত নগাঁও কেন্দ্ৰীয় কাৰাগাৰতে আছে । সুদীৰ্ঘ পাঁচটা বছৰ ধৰি আইনী যুঁজ কৰিও আজি পৰ্যন্ত ন্যায় লাভ কৰিবলৈ সক্ষম নোহোৱা নীলোৎপল দাস আৰু অভিজিৎ নাথৰ দুৰ্ভগীয়া পিতৃদ্বয় গোপাল চন্দ্ৰ দাস আৰু অজিত নাথে আজিও ন্যায়লয়ৰ ওপৰত সম্পূৰ্ণ ভৰসা ৰাখিছে ।

অৱশ্যে বিচাৰ প্ৰক্ৰিয়া যথেষ্ট লেহেমীয়া হোৱা বুলি সংবাদ মাধ্যমৰ আগত অভিযোগ উৎথাপন কৰিছে । দুৰ্ভগীয়া পিতৃ অজিৎ নাথে কয় যে এটাই আশা ন্যায়পালিকাই উচিত বিচাৰ কৰিব । ন্যায়ৰ প্ৰক্ৰিয়াৰ ওপৰত সম্পূৰ্ণ আস্থা আছে । অৱশ্যে বিচাৰ প্ৰক্ৰিয়া লেহেমীয়া হোৱাত মনলৈ হতাশাও আহিছে । হতাশা আহিলে ও ন্যায় প্ৰক্ৰিয়াৰ ওপৰত আস্থা আছে । যোৱাবছৰতেই গোচৰটোৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱা বুলি আশা কৰিছিলোঁ । আমি সোনকালেই ন্যায় বিচাৰিছিলোঁ । কিন্তু এই গতিত চলি থাকিলে সোনকালে ন্যায়ৰ আশা কৰিব নোৱাৰোঁ ।

Previous Post

পাহাৰৰ উচ্চতাত শ্বাস-প্ৰশ্বাসজনিত সমস্যা, ছিকিমৰ সকলো বাহনত অক্সিজেন কিট সংস্থাপন বাধ্যতামূলক কৰিলে চৰকাৰে

Next Post

চিৰিয়া, লেবাননৰ দৰে পৰিস্থিতি এতিয়া মণিপুৰত’! ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জেনেৰেলৰ চাঞ্চল্যকৰ মন্তব্য

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
চিৰিয়া, লেবাননৰ দৰে পৰিস্থিতি এতিয়া মণিপুৰত’! ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জেনেৰেলৰ চাঞ্চল্যকৰ মন্তব্য

চিৰিয়া, লেবাননৰ দৰে পৰিস্থিতি এতিয়া মণিপুৰত'! ভাৰতীয় সেনাৰ অৱসৰপ্ৰাপ্ত জেনেৰেলৰ চাঞ্চল্যকৰ মন্তব্য

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7