VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষার্থীৰ প্ৰতিবাদ, হোষ্টেলত নাথাকে পানী-বিদ্যুৎ

voicedesk by voicedesk
September 7, 2023
in মুখ্য সংবাদ
গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ত শিক্ষার্থীৰ প্ৰতিবাদ, হোষ্টেলত নাথাকে পানী-বিদ্যুৎ
0
SHARES
14
VIEWS
Share on FacebookShare on Twitter

গোলাঘাট অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে আজি প্ৰতিবাদ সাৱ্যস্ত কৰে ৷বিভিন্ন সমস্যা সমাধানৰ বাবে গোলাঘাট  অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিক্ষার্থীসকলে শ্ৰেণীকোঠা এৰি মৌন প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ প্ৰতিবাদকাৰী শিক্ষার্থীসকলে সংবাদমাধ্যমৰ সন্মুখত প্ৰকাশ কৰা অনুসৰি হোষ্টেলত থকা শিক্ষার্থীসকল অধিক সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে ৷

 

ছাত্ৰীসকলে প্ৰকাশ কৰা অনুসৰি অধিকাংশ সময়তে হোষ্টেলসমূহত তেওঁলোকে পানীৰ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় ৷ দুই তিনিদিন পর্যন্ত কেতিয়াবা পানী লাভ নকৰে ৷ আনকি বহুসময়ত দুই তিনিদিনলৈ বেয়া হৈ থাকে পানী উঠাবলৈ ব্যৱহাৰ কৰা মটৰ ৷ বহু সময়ত হোষ্টেলসমূহত বিদ্যুত নথকাৰ বাবে তেওঁলোক অধ্যয়ন কৰাৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় ৷ ইপিনে, মাহিলী মাচুল দিয়াৰ পাছতো ছাফা কৰা নহয় হোষ্টেলসমূহ ৷ বহুসময়ত আৱাসীসকলে নিজেই হোষ্টেল ছাফা কৰিবলগীয়া হয় বুলিও তেওঁলোকে অভিযোগ কৰে ৷ একে সমস্যাৰ সন্মুখীন হৈ আহিছে ছাত্ৰাবাসসমূহৰ আৱাসীসকলেও ৷

 

ইপিনে প্ৰতিবাদী শিক্ষার্থীসকলে প্ৰকাশ কৰা অনুসৰি তেওঁলোকৰ সমস্যাৰ বিষয়ে কেইবাবাৰো অধ্যক্ষক অৱগত কৰিছে ৷ কিন্তু অধ্যক্ষ গৰাকীয়েসমস্যা সমাধানৰ ক্ষেত্ৰত গা এৰা দিয়া মনোভাৱহে প্ৰকাশ কৰি আহিছে ৷ ওপৰ মহলক জনাম – মোৰ হাতত কতৃত্ব নাই আদি কথাৰে অধ্যক্ষ গৰাকীয়ে শিক্ষার্থীসকলক আভুৱা ভাৰি আহিছে ৷ যাৰ বাবে শিক্ষার্থীসকলে শ্ৰেণীকোঠা এৰি প্ৰতিবাদ সাৱ্যস্ত কৰিবলগীয়া হৈছে শিক্ষার্থীসকলে ৷

Previous Post

লখিমপুৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰিবলৈ যোৱা আৰক্ষীক আক্ৰমণ

Next Post

বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত নতুন অধ্যায়, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে তিনিখন দলং

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত নতুন অধ্যায়, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে তিনিখন দলং

বৰাক উপত্যকাৰ যোগাযোগ ব্যৱস্থাত নতুন অধ্যায়, মুখ্যমন্ত্ৰীয়ে মুকলি কৰিলে তিনিখন দলং

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7