VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্যোগত ‘সংবিধান দিৱস’ পালন

voicedesk by voicedesk
November 27, 2023
in মুখ্য সংবাদ
গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্যোগত ‘সংবিধান দিৱস’ পালন
0
SHARES
57
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী উচ্চ ন্যায়ালয়ে ২৬ নৱেম্বেৰত গুৱাহাটী উচ্চ ন্যায়ালয় বাৰ এছ’চিয়েচন আৰু গুৱাহাটী উচ্চ ন্যায়ালয় অধিবক্তা সন্থাৰ সহযোগত ‘সংবিধান দিৱস’ উদযাপন কৰে৷ উচ্চ ন্যায়ালয়ৰ পুৰণি চৌহদত এই উপলক্ষে আয়োজিত অনুষ্ঠানত ন্যায়াধীশ মানস ৰঞ্জন পাঠক, ন্যায়াধীশ অজিত বৰঠাকুৰ, ন্যায়াধীশ মনীষ চৌধুৰী, ন্যায়াধীশ সঞ্জয় কুমাৰ মেধি, মিজোৰাম চৰকাৰৰ মহাধিবক্তা দিগন্ত দাস প্ৰমুখ্যে কেবাগৰাকী ন্যায়াধীশ, জ্যেষ্ঠ অধিবক্তা, ন্যায়ালয়ৰ বিষয়া আৰু বহুসংখ্যক অধিবক্তা উপস্থিত থাকে৷

 

 

ন্যায়াধীশ মানস ৰঞ্জন পাঠকে আদৰণি ভাষণত ভাৰতৰ সংবিধান প্ৰস্তুতৰ সমগ্ৰ প্ৰক্ৰিয়াৰ ব্যাখ্যা আগবঢ়াই৷ ন্যায়াধীশ অজিত বৰঠাকুৰে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা, মৌলিক অধিকাৰ, মৌলিক কৰ্তব্যৰ গুৰুত্বৰ বিস্তৃত ব্যাখ্যা কৰে৷ ন্যায়াধীশ সঞ্জয় কুমাৰ মেধিয়ে আজিৰ দিনটোৰ তাৎপৰ্য ব্যাখ্যা কৰি সংবিধানৰ নীতি-আদৰ্শ ৰক্ষা কৰাৰ সংকল্পৰ কথা দোহাৰে৷

 

 

মিজোৰাম চৰকাৰৰ মহাধিবক্তা দিগন্ত দাসে সংবিধানৰ প্ৰস্তুতি প্ৰক্ৰিয়া আৰু ইয়াৰ আদৰ্শ ৰক্ষাত ন্যায়পালিকাই লোৱা ভূমিকাৰ কথা উল্লেখ কৰে৷ ন্যায়াধীশ মনীষ চৌধুৰীয়ে শলাগৰ শৰাই আগবঢ়াই৷ উল্লেখ্য যে, ১৯৪৯ চনৰ আজিৰ দিনটোতে সংবিধান সভাত ভাৰতৰ সংবিধানখন গৃহীত হৈছিল আৰু ২০১৫ চনত ভাৰত চৰকাৰে এই দিনটো ‘সংবিধান দিৱস’ হিচাপে পালনৰ সিদ্ধান্ত গ্ৰহণ কৰে৷

Previous Post

সৰ্বভাৰতীয় ডাক বিভাগ টেবুল টেনিছত অসম দলৰ ৰূপৰ পদক লাভ , ভাৰতীয় ডাক টি টি দলত কৌশিক ফুকন

Next Post

কটনৰ গৰিমাত পুনৰ কালিমা, হোষ্টেলৰ সুৰামত্ত ছাত্ৰই প্ৰহাৰ কৰিলে মহিলাক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
কটনৰ গৰিমাত পুনৰ কালিমা, হোষ্টেলৰ সুৰামত্ত ছাত্ৰই প্ৰহাৰ কৰিলে মহিলাক

কটনৰ গৰিমাত পুনৰ কালিমা, হোষ্টেলৰ সুৰামত্ত ছাত্ৰই প্ৰহাৰ কৰিলে মহিলাক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7