VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি

voicedesk by voicedesk
January 10, 2024
in মুখ্য সংবাদ
হাজী শেইখ গোলাম ইব্ৰাহীম আৰু দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰস্তুতি
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

শতিকা পুৰণি মহাৰাণা এথলেটিক ক্লাবৰ সহযোগত শেইখ ব্ৰাদাৰ্ছে প্ৰয়াত হাজী শেইখ গোলাম ইব্ৰাহীম আৰু প্ৰয়াত দীপ্তি বৰুৱা সোঁৱৰণী সদৌ অসম ১৪ বছৰ অনূৰ্ধ্বৰ প্ৰাইজমানি ক্ৰিকেট প্ৰতিযোগিতা ২০২৪’ ৰ আয়োজন কৰিছে । এই প্ৰতিযোগিতা ২১ জানুৱাৰীৰ পৰা ৪ ফেব্ৰুৱাৰী ২০২৪ লৈ লতাশিল খেলপথাৰত অনুষ্ঠিত হ’ব । প্ৰতিযোগিতাৰ প্ৰাইজমানিৰ লগতে থাকিব চলন্ত ট্ৰফী । আজি ১০ জানুৱাৰী , বুধবাৰে অসম অলিম্পিক সন্থাৰ কনফাৰেন্স হলত এক সংবাদ মেলত এই বিষয়ে সদৰী কৰে আয়োজকৰ হৈ মহাৰাণা এথলেটিক ক্লাবৰ উপ-সভাপতি শ্বেইখ আলতাফ হুছেইন আৰু সম্পাদক দীপজ্যোতি বৰুৱাই । তেওঁলোকৰ মতে অসম ক্ৰিকেট সন্থাৰ সৌজন্যত আৰু গুৱাহাটী ক্ৰীড়া সন্থাৰ অনুমোদন ক্ৰমে এই প্ৰতিযোগিতাখন আয়োজন কৰা হৈছে ।

প্ৰতিযোগিতাৰ চেম্পিয়ন দলে ৩০ হেজাৰ টকা আৰু ফাইনেলিষ্ট দলে ২০ হেজাৰ টকাৰ লগতে চলন্ত ট্ৰফী লাভ কৰিব । মেচসমূহ লীগ কাম নক‌আউট ভিত্তিত অনুষ্ঠিত হ’ব । মুঠ ১২ টা দলে এই প্ৰতিযোগিতাত অংশগ্ৰহণ নিশ্চিত কৰিছে । সংবাদ মেলত অনান্যসকলৰ ভিতৰত উপস্থিত থাকে মহাৰাণা এথলেটিক ক্লাবৰ সভাপতি ৰাণা প্ৰতাপ বৰুৱা, উপ-সভাপতি বিপুল গুহ, এথলেটিকছ সম্পাদক মিফতাউদ্দিন আহমেদ, ক্ৰিকেট সম্পাদক আনন্দ সেনগুপ্ত, জি এছ এৰ কোষাধ্যক্ষ অমিয় কলিতা আৰু শ্বেইখ ব্ৰাদাৰ্ছ জেনেৰেল ষ্টোৰৰ শ্বেইখ শ্বাহ নাৱাজ । যোগদান কৰা দল কেইটাৰ ভিতৰত আছে ৰিভাৰৰাইন ক্লাব, গুৱাহাটী টাউন ক্লাব, অংকুৰজ্যোতি, গুৱাহাটী ক’চিং চেণ্টাৰ, চিটি ক’চিং চেণ্টাৰ, আমবাৰী ইউনাইটেড, আইকন একাডেমী, মাছখোৱা এথলেটিক ক্লাব, আমিনগাঁও ক’চিং চেণ্টাৰ, মহাৰাণা এথলেটিক ক্লাব, আবু নেচিম ক’চিং চেণ্টাৰ, উই আৰ নৰ্থ ইষ্ট ক’চিং চেণ্টাৰ । উদীয়মান প্ৰজন্মৰ ক্ৰিকেটাৰৰ প্ৰতিভা বিকাশৰ মঞ্চ হিচাপে এই প্ৰতিযোগিতা আয়োজন কৰা হৈছে শেইখ ব্ৰাদাৰ্ছ জেনেৰেল ষ্টোৰৰ প্ৰতিষ্ঠাতা হাজী শেইখ গোলাম ইব্ৰাহীম আৰু মহাৰাণা ক্লাবৰ সম্পাদক দীপজ্যোতি বৰুৱাৰ মাতৃ দীপ্তি বৰুৱাৰ স্মৃতিত ।

Previous Post

কলিয়াবৰত অগপ বিশাল বুথ সন্মিলন

Next Post

অবসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অবসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ

অবসৰপ্ৰাপ্ত শিক্ষক সকলক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰা দহ লাখ টকাৰ গ্ৰেছু্ইটি ভোগালী বিহুৰ পূৰ্বে মুকলি কৰাৰ আহ্বান সদৌ অসম প্ৰাথমিক শিক্ষক মঞ্চৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7