VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ঘৰতে পাব ক’ভিড ভেকচিন, চৰকাৰে লৈছে এই কার্যসূচী

voicedesk by voicedesk
November 30, 2021
in মুখ্য সংবাদ
ঘৰতে পাব ক’ভিড ভেকচিন, চৰকাৰে লৈছে এই কার্যসূচী
0
SHARES
23
VIEWS
Share on FacebookShare on Twitter

অসমত ১০০ শতাংশ যোগ্য লোকৰ প্ৰথম পালি ক’ভিড প্ৰতিষেধক গ্ৰহণ সম্পূৰ্ণ কৰিবলৈ ৰাজ্য চৰকাৰে সোমবাৰৰ  পৰা ৫ ডিচেম্বৰলৈ আৰম্ভ কৰিছে সপ্তাহ জোৰা বিশেষ কাৰ্যসূচী ‘হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়। মুখ্যমন্ত্ৰী, মন্ত্ৰীবৰ্গ, সাংসদ, বিধায়কৰ লগতে মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানৰ পৰা আৰম্ভ কৰি ৰাজ্য প্ৰশাসনৰ শীৰ্ষ  বিষয়াবৰ্গ, সকলো বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ প্ৰত্যেকেই একোটাকৈ ভোটদান কেন্দ্ৰ এলেকালৈ গৈ এতিয়াও ক’ভিড প্ৰতিষেধক নোলোৱা সকলো দ্বিধাগ্ৰস্ত যোগ্য লোককে এই প্ৰতিষেধক গ্ৰহণৰ বাবে উৎসাহিত কৰাত উদ্যোগ লৈছে।

 

অসম চৰকাৰৰ তথ্য অনুসৰি ৰাজ্যত ১০০ শতাংশ প্ৰথমপালি ক’ভিড প্ৰতিষেধক সম্পূৰ্ণ কৰিবলৈ বাকী আছে আৰু মাথো ৩ লাখ  লোক।’হৰ ঘৰ দস্তক’ৰ দ্বিতীয় পৰ্যায়ৰ আজি প্ৰথম দিনা সন্ধিয়া ৬ বজালৈকে ৰাজ্যত ৪০,৭৮১ গৰাকী লোকে পূৰ্বৰ দ্বিধা এৰি ল’লে প্ৰথম পালি প্ৰতিষেধক।ৰাজ্যৰ ২৮,২০৫ টা ভোটকেন্দ্ৰ এলেকাত আৰম্ভ হৈছে ১০০ শতাংশ যোগ্য লোকক ক’ভিড টিকাকৰণ সম্পূৰ্ণ কৰাৰ বাবে এই বিশেষ প্ৰমাণিকৰণ আৰু উদগণি অভিযান।

 

শেহতীয়া ভোটাৰ তালিকাৰ আধাৰত ৰাজ্য চৰকাৰে স্বাস্থ্যকৰ্মী, আশাকৰ্মী, অংগনবাড়ী কৰ্মী-সহায়িকা, গাঁওবুঢ়া, বিএলঅ’, ভিডিপিৰ সদস্যৰ সহায়ত প্ৰতিটো ভোটকেন্দ্ৰ এলেকা সামৰি চলোৱা জৰীপৰ তথ্য মতে অসমত ক’ভিড প্ৰতিষেধক গ্ৰহণৰ যোগ্য বিবেচিত লোকৰ সংখ্যা ২.১৩ কোটি। ২৮ নৱেম্বৰলৈকে প্ৰথমপালি ক’ভিড প্ৰতিষেধক ল’লে ২.১০ কোটি লোকে।হৰ ঘৰ দস্তক অভিযানৰ জৰিয়তে ঘৰে ঘৰে গৈ ক’ভিদ ভেকচিন দিয়াৰ ব্যৱস্থা কৰিছে

Previous Post

অহা ২৯ ডিচেম্বৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব গ্ৰন্থমেলা

Next Post

আপুনি সদায় সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৯টা সৰু সৰু কথা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
আপুনি সদায় সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৯টা সৰু সৰু কথা

আপুনি সদায় সু-স্বাস্থ্যৰ গৰাকী হৈ থাকিবলৈ ৯টা সৰু সৰু কথা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7