VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

গোটেই ৰাতি মোবাইল ব্যৱহাৰ কৰি দৃষ্টিশক্তি হেৰুৱাই পেলালে যুৱতীয়ে, কিন্তু এমাহত সুস্থ হৈ উঠিল, কেনেকৈ এয়া সম্ভৱ হ’ল জানেনে ?

voicedesk by voicedesk
February 10, 2023
in মুখ্য সংবাদ
গোটেই ৰাতি মোবাইল ব্যৱহাৰ কৰি  দৃষ্টিশক্তি হেৰুৱাই পেলালে যুৱতীয়ে, কিন্তু এমাহত সুস্থ হৈ উঠিল, কেনেকৈ এয়া  সম্ভৱ হ’ল জানেনে ?
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

নিশা নিয়মিতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰাটো আপোনাৰ অভ্যাস নেকি দিনতো চকু সদায় মোবাইল ফোনত থাকে নেকি ? ৩০ বছৰীয়া মঞ্জুও নাছিল ব্যতিক্ৰম ৷ তেওঁ বুজি পোৱা নাছিল যে জীৱনতকৈও মৰমৰ মোবাইলটোৱে তেওঁৰ দৃষ্টিশক্তি কাঢ়ি নিব। মোবাইল ফোন অত্যধিক ব্যৱহাৰৰ কুফল তেওঁ ভোগাৰ পাছতে দুশ্চিন্তাত ভোগে । শেহতীয়াকৈ মঞ্জুক চিকিৎসা কৰি থকা চিকিৎসকজনে মোবাইল কিমান বিপজ্জনক হ’ব পাৰে সেই বিষয়ে সঠিকভাৱে বৰ্ণনা কৰিছে। ডাক্তৰ সুধীৰ কুমাৰে নিজৰ টুইটাৰ পেজত মঞ্জুৰ সকলো লক্ষণ আৰু অসুস্থতাৰ ওপৰত আলোকপাত কৰে। তেওঁ কয় যে  মঞ্জু তেওঁৰ ওচৰলৈ আহি চকু মেলিব পৰা নাছিল। সকলোবোৰ ম্লান হৈ পৰিছিল। কেতিয়াবা চকুৰ সন্মুখত বিদ্যুতৰ জিলিকনি দেখা পাইছিল। কোনো কামতে তেওঁ সঠিকভাৱে মনোনিৱেশ কৰিব পৰা নাছিল। আৰু এই লক্ষণবোৰ বেছিভাগেই নিশাৰ ভাগত দেখা দিছিল। তাৰ লগে লগে কিছুমান স্নায়ুজনিত সমস্যাও আৰম্ভ হ’ল।

 

যুৱতীগৰাকী পেছাত এগৰাকী আয়া। বিশেষভাৱে সক্ষম শিশুৰ যত্ন লোৱা কাম কৰে । কামৰ মাজত সময় পালেই ফোনত ব্যৱহাৰ কৰিছিল। ৰাতি ঘৰলৈ উভতি অহাৰ সময়তো তেওঁৰ একমাত্ৰ সংগী আছিল তেওঁৰ মোবাইল ফোন। আন্ধাৰত দীৰ্ঘদিন ধৰি মোবাইল ব্যৱহাৰ কৰাৰ বাবে এই সমস্যাবোৰ দেখা দিবলৈ আৰম্ভ কৰে। চিকিৎসাৰ ক্ষেত্ৰত এই ৰোগৰ নাম ‘স্মাৰ্টফোন ভিজন চিণ্ড্ৰম (SVS)’। কম্পিউটাৰ, স্মাৰ্টফোন, টেবলেট আদি যন্ত্ৰৰ অত্যধিক ব্যৱহাৰৰ ফলত এই ৰোগ হয়। ইয়াক ‘ডিজিটেল ভিজন চিণ্ড্ৰম’ বুলিও কোৱা হয়। ডাক্তৰে এই ৰোগ নিৰাময়ৰ বাবে কোনো পৰীক্ষা নকৰিলে, মঞ্জুক কোনো ঔষধ খাবলৈ পৰামৰ্শ নিদিলে। মাত্ৰ মোবাইল ফোন ব্যৱহাৰ বন্ধ কৰিবলৈ পৰামৰ্শ দিলোঁ। ডাক্তৰৰ পৰামৰ্শ মতে মঞ্জুৱে মোবাইল ব্যৱহাৰৰ পৰা আঁতৰি থাকিল। এমাহৰ পাছত যেতিয়া তেওঁ ডাক্তৰৰ ওচৰলৈ গ’ল, তেতিয়া তেওঁ সম্পূৰ্ণ সুস্থ হৈ উঠিল। ঔষধ নাই, মোবাইলৰ ব্যৱহাৰ বন্ধ কৰিহে নতুন জীৱন পালে যুৱতী গৰাকীয়ে ।মোবাইলৰ বাবে দৈনন্দিন জীৱন আৰু জীৱন যাপন বহুত সহজ হৈ পৰিছে। বুটাম এটা টিপিলেই হাজাৰ হাজাৰ সুবিধা হাতত দেখা যায়। তাৰ লগে লগে ছ’চিয়েল মিডিয়াৰ অদমনীয় আকৰ্ষণ ফলত বেছিভাগ সময়তে প্ৰয়োজন বা নথকা স্বত্বেও মোবাইল ফোনত চকু থাকে। আৰু অজানিতে চকুৰ দৃষ্টিশক্তি হেৰুৱাই ৷

 

Previous Post

দীপিকাৰ সৈতে বিজ্ঞাপনত শ্বাহৰুখে পিন্ধিলে ৪.৯৮ কোটি টকাৰ ঘড়ী , অনুৰাগীৰ মাজত আৰম্ভ চর্চা

Next Post

 আমেৰিকা যুক্তৰাষ্ট্ৰই এইচ-1 বি ভিছাৰ ওপৰত নতুন নিয়মৰ পৰিকল্পনা কৰিছে, হাজাৰ হাজাৰ ভাৰতীয় প্ৰযুক্তিবিদক লাভান্বিত কৰিব

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
 আমেৰিকা যুক্তৰাষ্ট্ৰই এইচ-1 বি ভিছাৰ ওপৰত নতুন নিয়মৰ পৰিকল্পনা কৰিছে, হাজাৰ হাজাৰ ভাৰতীয় প্ৰযুক্তিবিদক লাভান্বিত কৰিব

 আমেৰিকা যুক্তৰাষ্ট্ৰই এইচ-1 বি ভিছাৰ ওপৰত নতুন নিয়মৰ পৰিকল্পনা কৰিছে, হাজাৰ হাজাৰ ভাৰতীয় প্ৰযুক্তিবিদক লাভান্বিত কৰিব

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7