ঘোষণা কৰা হ’ল ২০২৪ বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। কলা, বিজ্ঞান, বাণিজ্য আৰু বৃত্তিমূলক শাখাৰ ফলাফল সমূহ ৱেবছাইটযোগে ঘোষণা কৰা হয় ৷ এইবাৰ মুঠ পৰীক্ষার্থীৰ সংখ্যা হৈছে ২,৭৩,৯০৮ জন ৷ ইয়াৰে ২,৪২,৭৯৪ গৰাকী শিক্ষার্থী উত্তীর্ণ হৈছে ৷ সম্পূর্ণ নতুন প্ৰক্ৰিয়াৰে ঘোষণা কৰা হৈছে চলিত বর্ষৰ ফলাফল ৷ এইবাৰ পূর্বৰ দৰে স্থান ঘোষণা কৰা হোৱা নাই ৷ ঘোষিত ফলাফল অনুসৰি
কলা শাখাত উৰ্ত্তীণৰ হাৰ ৮৮.২৪শতাংশ
মুঠ ২,০১০৯৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৭৭,৪৩৪গৰাকী উৰ্ত্তীণ
৪১,১৩৩গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
৬৬,৪০৫গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
৬৯,৮৯০গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
বিজ্ঞান শাখাত উৰ্ত্তীণৰ হাৰ ৯০.২৯শতাংশ
মুঠ ৫৪,৫৫২গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৪৯,২৫৬গৰাকী উৰ্ত্তীণ
২৫,৪৩৭গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
১৮,২০১গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
৫,৫৪৯গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
বাণিজ্য শাখাত উৰ্ত্তীণৰ হাৰ ৮৮.২৮শতাংশ
মুঠ ১৭,৩৯৫গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ১৫,৩৫৬গৰাকী উৰ্ত্তীণ
৬১,৯২গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
৬,০৫২গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
৩,১১২গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ
বৃত্তিমূলক শাখাত উৰ্ত্তীণৰ হাৰ ৮৫.৭৬শতাংশ
মুঠ ৮৭২ গৰাকী শিক্ষাৰ্থীৰ ভিতৰত ৭৪৮গৰাকী উৰ্ত্তীণ
১৬৩গৰাকী শিক্ষাৰ্থী প্ৰথম বিভাগত উৰ্ত্তীণ
৪৪৫গৰাকী শিক্ষাৰ্থী দ্বিতীয় বিভাগত উৰ্ত্তীণ
১৪০গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উৰ্ত্তীণ