VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

টিহুত ১২০ সংখ্যক দুৰ্গা পূজা–দশেৰা উৎসৱৰ ব্যাপক প্ৰস্তুতি

অত্যাধুনিক প্ৰযুক্তিৰে দাহন হব ৰাৱনৰ বিশাল প্ৰতিমূৰ্তি

voicedesk by voicedesk
October 11, 2023
in মুখ্য সংবাদ
টিহুত ১২০ সংখ্যক দুৰ্গা পূজা–দশেৰা উৎসৱৰ ব্যাপক প্ৰস্তুতি
0
SHARES
254
VIEWS
Share on FacebookShare on Twitter

টিহু,১১ অক্টোৱৰঃ শাৰদীয় দুৰ্গোৎসৱলৈ মাজত মাথো কেইটামান দিন বাকী থকা অৱস্থাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে টিহুতো শাৰদীয় দুৰ্গোৎসৱলৈ ব্যাপক উৎসাহ উদ্দীপনা আৰম্ভ হৈছে। ঐতিহ্যমণ্ডিত ১২০ সংখ্যক টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ অহা ২০ অক্টোৱৰৰ পৰা ২৪ অক্টোৱৰলৈ পাঁচদিনীয়া বৰ্ণিল কাৰ্য্যসূচীৰে টিহু হাটখলাস্থিত দুৰ্গা মন্দিৰ প্ৰাংগনত অনুষ্ঠিত হব। কাৰ্য্যসূচী অনুসৰি ২০ অক্টোৱৰৰ পুৱা টিহু বাৰোৱাৰী শ্ৰীশ্ৰী দুৰ্গাপূজা মহোৎসৱ উদযাপন সমিতিৰ সভাপতি পৱন হালৈয়ে পতাকা উত্তোলেনেৰে টিহু দুৰ্গা পূজাৰ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰিব। দুৰ্গা পূজাৰ আটাইকেইদিনতে ধৰ্মীয়, বৌদ্ধিক, সাংস্কৃতিক আদি কাৰ্য্যসূচী অনুষ্ঠিত হব। ইয়াৰ ভিতৰত ২৪ অক্টোৱৰত বিজয়া দশমীৰ লগত সংগতি ৰাখি সন্ধিয়া টিহু হাইস্কুল খেলপথাৰত অনুষ্ঠিত হব ৰাৱন দাহন উৎসৱ। উক্ত উৎসৱৰ কাৰ্য্যসূচী অনুসৰি সন্ধিয়া ৰং বিৰঙৰ আতজবাজীৰে আকাশ আলোকিত কৰি বিশাল আকৃতিৰ ৰাৱনৰ প্ৰতিমূৰ্তি অত্যাধুনিক প্ৰযুক্তিবিদ্যাৰ সহায়ত দাহন কৰা হব। ইয়াৰ পূৰ্বে দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি সুসজ্জিত হাতী,বাহন আৰু সুমধুৰ বেণ্ডেৰে টিহু নগৰ পৰিভ্ৰমন কৰাৰ অন্তত টিহু নদীৰ শ্বহীদ স্মৃতি উদ্যান ঘাটত বিসৰ্জন দিয়া হব। উক্ত কাৰ্য্যসূচীত স্থানীয় বিধায়ক তথা জ্যেষ্ঠ কেবিনেট মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকিব। পূজা মহোৎসৱৰ লগত সংগতি ৰাখি গুণজিৎ কলিতাৰ সম্পাদনাত “কাত্যায়নী” নামৰ এখন মুখপত্ৰ প্ৰকাশৰো যোজা চলোৱা হৈছে। ইপিনে, ব্যস্ততাৰ শেষ নাই “মৃৎ শিল্পী”সকলৰ। প্ৰতিমাত শেষ পৰশ দিয়াত ব্যস্ত মৃৎ শিল্পীসকল। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ সমান্তৰালকৈ টিহুতো মৃৎ শিল্পীসকলে নিৰ্মান কৰিছে দূৰ্গা দেৱীৰ প্ৰতিমা।

Previous Post

শেষ হোৱাই নাই জোনমণি ৰাভাৰ ৰহস্যজনক মৃত্যুৰ তদন্ত, লীনা দলেসহ ১৭ বিষয়া-জোৱানক কি কাৰণত তদন্ত কমিটীৰ ওচৰত হাজিৰ হ’বলৈ নির্দেশ দিয়া হৈছে ?

Next Post

🙏 দৈনিক ৰাশিফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশিফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7