VOICE 24x7
Saturday, May 3, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ভাৰতীয় বায়ুসেনাৰ সৰ্ববৃহৎ বহুজাতিক অনুশীলন ‘তৰংগ শক্তি’, জড়িত হ’ব ১৮খন দেশ

voicedesk by voicedesk
August 2, 2024
in মুখ্য সংবাদ
ভাৰতীয় বায়ুসেনাৰ সৰ্ববৃহৎ বহুজাতিক অনুশীলন ‘তৰংগ শক্তি’, জড়িত হ’ব ১৮খন দেশ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

ভাৰতীয় বায়ুসেনাৰ ইতিহাসৰ সৰ্ববৃহৎ বিমান যুদ্ধ অনুশীলন এই সপ্তাহৰ পৰা আৰম্ভ হ’ব। স্বাধীনতা দিৱস উদযাপনৰ পূৰ্বে ভাৰতীয় বায়ুসেনাই তামিলনাডুৰ ছালুৰ বায়ুসেনা ঘাটিত অহা ৬ আগষ্টৰ পৰা ১৪ আগষ্টলৈ ‘তৰংগ শক্তি’ নামৰ যুদ্ধ অনুশীলনৰ প্ৰথম পৰ্যায়ৰ অনুশীলন অনুষ্ঠিত কৰিব। আমেৰিকাকে ধৰি কমেও ১০খন দেশৰ বিমান বহৰে এই অনুশীলনত অংশগ্ৰহণ কৰিব। আন ১৮খন দেশৰ বায়ুসেনাৰ মুৰব্বীসকল ‘পৰ্যবেক্ষক’ হিচাপে উপস্থিত থাকিব।

 

 

বায়ুসেনাৰ সূত্ৰ অনুসৰি ‘তৰংগ শক্তি’ৰ দ্বিতীয় পৰ্যায় পাকিস্তান সীমান্তৰ সমীপত অনুষ্ঠিত হ’ব। ১ ছেপ্টেম্বৰৰ পৰা ১৪ ছেপ্টেম্বৰলৈ ৰাজস্থানৰ যোধপুৰ বায়ুসেনা ঘাটিত এই অনুষ্ঠিত হ’ব । অহা মঙলবাৰৰ পৰা আৰম্ভ হ’বলগীয়া  ‘তৰংগ শক্তি’ত ৰাফেল, সুখয়, মিগ-২৯, মিৰাজ, জাগুয়াৰকে ধৰি ভাৰতীয় বায়ুসেনাৰ প্ৰিমিয়াৰ ফাইটাৰ স্ক্ৱাড্ৰনে অংশগ্ৰহণ কৰিব। থলুৱা প্ৰযুক্তিৰে নিৰ্মিত তেজচৰ উৰণ দেখা যাব এই অনুশীলনত । লগতে বিভিন্ন যুদ্ধত ব্যৱহৃত হেলিকপ্টাৰ আৰু সামৰিক পৰিবহণ বিমানেও এই অনুশীলনত অংশগ্ৰহণ কৰিব। বায়ুসেনাৰ উপ-মুখ্য এয়াৰ মাৰ্শ্বাল এ পি সিঙে বৃহস্পতিবাৰে কয় যে এই পদক্ষেপৰ লক্ষ্য হৈছে মিত্ৰ দেশসমূহৰ মাজত সামৰিক সহযোগিতা বৃদ্ধি কৰা।

 

 

ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী মাহত বায়ুসেনাই পাকিস্তান সীমান্তত ‘বায়ুশক্তি’ অনুশীলনৰ আয়োজন কৰিছিল। ৰাজস্থানৰ পোখৰাণ ৰেঞ্জত এই অনুশীলনত অংশগ্ৰহণ কৰে ৰাফেল, মিৰাজ-২০০০, তেজছ লঘু যুদ্ধ বিমান, চিনুক আৰু আপাচি হেলিকপ্টাৰে। তেজছৰ লগতে তৰংগ শক্তি অনুশীলনত অংশ ল’ব থলুৱাভাৱে বিকশিত লাইট কম্বেট চপাৰ প্ৰচণ্ড আৰু চৰকাৰী হিন্দুস্তান এৰ’নটিক্স লিমিটেড (এইচ এ এল)ৰ বহু ভূমিকাৰ হেলিকপ্টাৰ ধ্ৰুৱই। ভাৰতীয় নৌসেনাৰ মিকটুন এন কে বিমানে ছালুৰ অনুশীলনত অংশগ্ৰহণ কৰিব। এয়াৰ মাৰ্শ্বাল সিঙে কয় যে ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু পাইলটসকলে এফ-১৮, ইউৰোফাইটাৰ টাইফুন, ই এ-১৮ৰ দৰে যুদ্ধ বিমানৰ সৈতে অনুশীলনৰ সুযোগ পালে উপকৃত হ’ব।

Previous Post

অলিম্পিকত তৃতীয়বাৰৰ বাবে পদক জয়ৰ সপোন শেষ সিন্ধুৰ প্ৰি-কোৱাৰ্টাৰত ষ্ট্ৰেইট খেলত পৰাস্ত

Next Post

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

মাতৃ শ্ৰীদেৱীৰ নির্দেশমর্মে চৰিত্ৰ ৰূপায়নৰ বাবে কেতিয়াও এটা কাম নকৰে জাহ্নৱী কাপুৰে, কি ক’লে অভিনেত্ৰী গৰাকীয়ে !!

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7