VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মন্তব্যৰ কঠোৰ উত্তৰ ভাৰতৰ , ভাৰতক লৈ কি কৈছিল পাকিস্তানে ?

voicedesk by voicedesk
March 4, 2023
in মুখ্য সংবাদ
ৰাষ্ট্ৰসংঘত পাকিস্তানৰ মন্তব্যৰ কঠোৰ উত্তৰ ভাৰতৰ , ভাৰতক লৈ কি কৈছিল পাকিস্তানে ?
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

শেহতীয়াকৈ পাকিস্তানৰ বৈদেশিক পৰিক্ৰমা ৰাজ্যিক মন্ত্ৰী হিনা ৰাব্বানী খাৰে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাই তেওঁলোকৰ ৰাষ্ট্ৰীয় নিৰাপত্তা বিঘ্নিত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। শুকুৰবাৰে ৰাষ্ট্ৰসংঘত ‘উত্তৰৰ অধিকাৰ’ প্ৰয়োগ কৰি ভাৰতে ইয়াৰ কঠোৰ উত্তৰ দিয়ে।

 

নাম প্ৰকাশ নকৰা ভিডিঅ’ বাৰ্তাত হিনাই বৃহস্পতিবাৰে ভাৰতলৈ আঙুলিয়াই দি দাবী কৰে যে ভাৰতত বৃহৎ পৰিমাণৰ গতানুগতিক আৰু অগতানুগতিক অস্ত্ৰ যোগান ধৰা হৈছে। যাৰ বাবে সমগ্ৰ দক্ষিণ-পূব এছিয়াৰ স্থিতিশীলতা বিঘ্নিত হৈ পৰিছে। তেওঁৰ দেশৰ নিৰাপত্তাৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে। একে সময়তে ইছলামবাগত ৰাষ্ট্ৰসংঘৰ উচ্চ পৰ্যায়ৰ পেনেলৰ সন্মুখত বহি হিনাই লগতে কয় , “দক্ষিণ-পূব এছিয়াৰ আটাইতকৈ ডাঙৰ এই দেশখনে নীতি ভংগ কৰি বাৰে বাৰে পাৰমাণৱিক অস্ত্ৰৰ ফালে ঢাল খাইছে ৷”

 

ভাৰতৰ প্ৰতিনিধি সীমা পূজনীয়ে ৰাষ্ট্ৰসংঘত থিয় দি এই বাৰ্তাৰ তীব্ৰ উত্তৰ দিয়ে ৷ তেওঁ কয় যে যি সময়ত নিজৰ দেশৰ জনসাধাৰণৰ জীৱন আৰু জীৱিকা চৰম সংকটত পৰিছে, তাক লৈ মূৰ নঘমায় ভাৰতৰ লগত আমনি নকৰাকৈয়ে খোজ মিলাই চলিলেই বুজা যায় যে পাকিস্তান ভাৰতৰ পিছত পৰি থকা কার্যই প্ৰমাণ কৰিছে যে ভাৰতৰ প্ৰতি তেওঁলোকৰ কিমান আক্ৰোশ ৷সংশ্লিষ্ট নেতৃত্বলৈ মোৰ পৰামৰ্শ হ’ল এনে ভিত্তিহীন অপপ্ৰচাৰ বন্ধ কৰি তাৰ পৰিৱৰ্তে নিজৰ নাগৰিকৰ সমস্যা সমাধান  কৰাৰ কথা চিন্তা কৰক।“

 

একে সময়তে ভাৰতেও জম্মু-কাশ্মীৰ সন্দৰ্ভত তুৰস্ক আৰু অৰ্গেনাইজেচন অৱ ইছলামিক ক’অপাৰেশ্যন বা (অ’আইচি)ৰ প্ৰতিনিধিয়ে কৰা মন্তব্যক লৈ ক্ষোভ প্ৰকাশ কৰে। এই প্ৰসংগত সীমাই কয়, “অ’আইচিয়ে জম্মু-কাশ্মীৰক লৈ কৰা অনাকাংক্ষিত মন্তব্যক  আমি আওকাণ কৰিলোঁ। জম্মু-কাশ্মীৰ আৰু লাডাখ ভাৰতৰ অংশ আছিল, আছে আৰু সদায় থাকিব। বৰঞ্চ পাকিস্তানে অবৈধভাৱে ভাৰতৰ ভূখণ্ড দখল কৰিছে।“

 

Previous Post

একেলগে থাকিব ৰণধীৰ আৰু ববিতা, কৰীনা-কৰিশ্মাৰ পিতৃ-মাতৃৰ ৩৫ বছৰৰ বিচ্ছেদৰ অন্তত পুনৰ মিলন

Next Post

দীঘলীয়া হৈ গৈ থাকিব নেকি যুদ্ধ ,আমেৰিকাই ইউক্ৰেইনক দিব ৪০ কোটি ডলাৰ মূল্যৰ অস্ত্ৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
দীঘলীয়া হৈ গৈ থাকিব নেকি যুদ্ধ ,আমেৰিকাই ইউক্ৰেইনক দিব ৪০ কোটি ডলাৰ মূল্যৰ অস্ত্ৰ

দীঘলীয়া হৈ গৈ থাকিব নেকি যুদ্ধ ,আমেৰিকাই ইউক্ৰেইনক দিব ৪০ কোটি ডলাৰ মূল্যৰ অস্ত্ৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7