VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

দ্বাদশ পূৱ হিমালয়ান বাণিজ্য মেলা উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ

voicedesk by voicedesk
February 6, 2023
in মুখ্য সংবাদ
দ্বাদশ পূৱ হিমালয়ান বাণিজ্য মেলা উদ্বোধন উদ্যোগ মন্ত্রী বিমল বড়াৰ
0
SHARES
19
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ৬ফেব্ৰুৱাৰী:”এনে ধৰণৰ বাণিজ্য মেলাৰ জৰিয়তে আমাৰ ক্ষুদ্ৰ উদ্যোগী সকলে সাহস পায়, বাণিজ্য প্ৰসাৰিত কৰাৰ ক্ষেত্ৰত লাভবান্বিত হয়” গুৱাহাটীৰ চানমাৰিৰ অসম অভিযান্ত্রিক প্ৰতিষ্ঠান খেলপথাৰত ভাৰতীয় বাণিজ্য উন্নয়ন সংস্থা চমূকৈ আই টিপি অই আজিৰে পৰা সাত দিনীয়াকৈ আয়োজন কৰা দাদ্বশ পূৱ হিমালয়ান বাণিজ্য মেলা উদ্বোধন কৰি প্ৰদান কৰা ভাষনত ৰাজ্যৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। এই বাণিজ্য মেলাৰ জৰিয়তে আমাৰ উদ্যোগী সকলে বাহিৰৰ উদ্যোগী সকলৰ সৈতে মিলিত হৈ মতবিনিময়ৰ সুবিধা পাব, যাৰ জৰিয়তে তেওলোকে নিজস্ব ব্যৱসায়ৰ সৈতে জৰিত বিভিন্ন খুতি নাতি কথা অৱগত হব পাৰিব বুলি মন্তব্য কৰি মন্ত্রী বড়াই এই মঞ্চ খনৰ পৰা আমাৰ উদ্যোগী সকলে আমাৰ অৰ্থ নৈতিক বিকাশত প্ৰভূত বৰঙণি যোগাবলৈ সক্ষম হব বুলিও আশা প্ৰকাশ কৰে।

বাণিজ্য মেলা খনৰ উদ্বোধনী অনুষ্ঠানত ভাষন প্ৰদান কৰি ৰাজ্যৰ উদ্যোগ বিভাগৰ আয়ুক্ত ঐনাম চৰন কুমাৰ সিঙে এই বাণিজ্য মেলাখন উত্তৰ পূৱৰ প্ৰতিখন ৰাজ্যৰ ৰাজধানীত নিয়মীয়াকৈ অনুষ্ঠিত হলে ইয়াৰ ৰাজ্য কেই খনৰ উদ্যোগী সকল লাভৱান্বিত হ’ব বুলি উল্লেখ কৰি ভূটান আৰু নেপালকো ইয়াৰ অন্তর্ভুক্ত কৰিলে ভাল হ’ব বুলি কয়।
অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰি ক্ষুদ্ৰ, লঘূ আৰু মজলীয়া উদ্যোগ চমূকৈ এম এছ এম ইৰ সঞ্চালক আৰ কে গিৰীয়ে দক্ষিণ পূৱ এছিয়াৰ দেশ সমূহলৈ এই অঞ্চলৰ বাণিজ্যৰ প্ৰসাৰ ঘটোৱাই এম এছ এম ইৰ এক প্ৰধান লক্ষ্য বুলি উল্লেখ কৰি

উদ্যোগিক ক্ষেত্র খনত পিছ পৰি থকাএই অঞ্চলটোক আগবঢ়াই নিয়াৰ বাবে সংস্হাটোৱে প্ৰচেষ্টা চলাই যাব বুলি কয়। এই উদ্বোধনী অনুষ্ঠানত ৰাজ্যৰ উদ্যোগ বিভাগৰ সচিব ড০লক্ষ্মণন এছ, অসম উদ্যোগীক আন্ত:গাথনি উন্নয়ন নিগমৰ পৰিচালন সঞ্চালক চিন্ময় ফুকন, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ্ সুনীল ডেকা, আই পিটিঅ’ৰ প্ৰবন্ধক হেমা মাই টিকে ধৰি ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত আছিল।

 

Previous Post

বিজ্ঞানসন্মত পশু পালন প্ৰশিক্ষণ কৰ্মশালাৰ শুভ উদ্বোধনী

Next Post

গভীৰ ৰাতি আপোনাৰো ভোক লাগে নেকি ? কিয় এনে হয় জানো আহক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
জনপ্ৰিয় খাদ্য নিৰ্মাতা প্ৰতিষ্ঠান কে.এফ.চিৰ নতুন ‘চেলিব্ৰেচন বাকেট’

গভীৰ ৰাতি আপোনাৰো ভোক লাগে নেকি ? কিয় এনে হয় জানো আহক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7