VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ

voicedesk by voicedesk
December 9, 2023
in মুখ্য সংবাদ
নগাঁৱৰ চাপানালাৰ গড়চুক বেবেজীয়াত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীৰ বিচৰণ,উন্নত চিকিৎসাৰ দাবী স্থানীয় ৰাইজৰ
0
SHARES
347
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,৯ডিচেম্বৰ :- নগাঁও জিলাৰ শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ চাপানালা খণ্ড বন কাৰ্যালয়ৰ অন্তৰ্গত চাপানালাৰ গড়চুক বেবেজীয়া অঞ্চলত এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতী বিচৰণ কৰি থকা ঘটনা পোহৰলৈ অহাত স্থানীয় ৰাইজৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বঢ়মপুৰৰ ননৈৰ পিছত বৰ্তমান চাপানালাৰ গড়চুক বেবেজীয়াত বিগত পাঁচদিন ধৰি এটা আঘাতপ্ৰাপ্ত বনৰীয়া হাতীয়ে অৱস্থান গ্ৰহণ কৰিছে ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চলত প্ৰৱেশ কৰা বনৰীয়া হাতীটোৰ আগৰ সোঁ-ঠেঙত গুৰুতৰভাৱে আঘাতৰ চিন প্ৰত্যেক কৰিছে বন বিভাগৰ লগতে স্থানীয় ৰাইজে ৷ বনৰীয়া হাতীটোৱে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰেৱশ কৰোতে কোনো দুৰ্বৃত্তই চোকা অস্ত্ৰৰে আক্ৰমণ কৰিছিল বুলি স্থানীয় লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ চাপানালা গড়চুক বেবেজীয়া অঞ্চলৰ এখন কাঠনিৰ জংঘলৰ সমীপত শুক্ৰবাৰে বিগত পাঁচদিন ধৰি আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৱে অৱস্থান গ্ৰহণ কৰাত চাপানালা বন কাৰ্যালয়ৰ বন কৰ্মী সকলৰ লগতে স্থানীয় ৰাইজেই বনৰীয়া হাতীটোক কলগছ ধান আদি খাদ্য যোগান ধৰি আছে ৷

আগৰ সোঁ-ঠেঙত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা বনৰীয়া হাতীটোক বন বিভাগে প্ৰাথমিক চিকিৎসা প্ৰদান কৰিছে যদিও উন্নত চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে ৷ নগাঁও জিলা বন বিষয়া আৰু শালনা বনাঞ্চলিক কাৰ্যালয়ৰ বন বিষয়াৰ অমনোযোগিতাৰ বাবেই বৰ্তমানলৈকে উক্ত বনৰীয়া হাতীটোৱে উন্নত চিকিৎসা পোৱা নাই বুলি স্থানীয় একাংশ লোকে অভিযোগ কৰিছে ৷ উক্ত আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোক বন বিভাগে যদি অতি সোনকালে উন্নত চিকিৎসা প্ৰদান নকৰে তেতিয়া হ’লে হাতীটোৰ আগৰ সোঁ-ঠেঙৰ আঘাতটো আৰু বাঢ়ি যাব পাৰে বুলি স্থানীয় একাংশ লোকে সন্দেহ প্ৰকাশ কৰিছে ৷ গুৰুতৰ ভাবে আঘাতপ্ৰাপ্ত বনৰীয়া হাতীটোৰ উন্নত চিকিৎসাৰ ক্ষেত্ৰত ৰাজ্যৰ বন মন্ত্ৰী গৰাকীৰ লগতে উচ্চপদস্থ বন বিষয়া আৰু নগাঁও জিলাৰ বন বিষয়া গৰাকীক অতি সোনকালে পদক্ষেপ গ্ৰহণ কৰিবলৈ স্থানীয় একাংশ লোকৰ লগতে স্থানীয় সচেতন মহল আৰু প্ৰকৃতি প্ৰেমী সংগঠনে আহ্বান জনাইছে ৷ আনহাতে নগাঁও আৰু কাৰ্বিআংলং সীমান্তৰ লগতে শালনা বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানৰ জংঘলত আজি কিছুদিনৰ পৰা বনৰীয়া হাতীয়ে অৱস্থান গ্ৰহণ কৰি নিশা হ’লে খাদ্যৰ সন্ধানত জনাঞ্চলত প্ৰৱেশ কৰি এক আংতকময় পৰিবেশ সৃষ্টি কৰি আহিছে ৷ এইক্ষেত্ৰত বন বিভাগক বিহিত ব্যৱস্থা গ্ৰহন কৰিবলৈ ভুক্তভোগী ৰাইজে দাবী জনাইছে ৷

Previous Post

নগাঁৱত “নগাঁৱৰ আহ্বান-নগঁঞা সমিধান” প্ৰতিযোগিতাৰ বঁটা প্ৰদান

Next Post

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

প্ৰশান্ত মহাসাগৰৰ গভীৰতাত সোণালী কণী, আচৰিত হ’ল বিজ্ঞানীসকলো

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7