VOICE 24x7
Tuesday, May 6, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

অগপ, বিজেপি মুখপাত্ৰৰ যৌথ সভা

ইতিবাচক বাৰ্তাৰে প্ৰচাৰ কাৰ্য্যসূচীত গুৰুত্ব :অনুষ্ঠিত হব ৰাজ্যিক কৰ্মশালা

voicedesk by voicedesk
September 14, 2023
in মুখ্য সংবাদ
অগপ, বিজেপি মুখপাত্ৰৰ যৌথ সভা
0
SHARES
40
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী ১৩ চেপ্তেম্বৰঃ আজি অসম গণ পৰিষদৰ আমবাৰীস্থ মুখ্য কাৰ্য্যালয়ত অসম গণ পৰিষদ আৰু বিজেপিৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ এখনি গুৰুত্বপূৰ্ণ যৌথ সভা অনুষ্ঠিত হয়। অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক মনোজ শইকীয়াই পৰিচালনা কৰা এই সভাখনত ৰাজ্যিক ভিত্তিত অগপ, বিজেপি আৰু ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কাৰ্য্যৰ লগত জড়িত প্ৰচাৰক সকলৰ এখনি কৰ্মশালা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সভাই অতি কম দিনৰ ভিতৰতে ইউ পি পি এলৰ মুখপাত্ৰ আৰু প্ৰচাৰ কোষৰ সদস্যসকলৰ উপস্থিতিত তৃতীয়খন বৈঠক অনুষ্ঠিত কৰাত গুৰুত্ব প্ৰদান কৰি প্ৰতিদিনে ভাৰচুৱেল আলোচনাত মিলিত হৈ

দৈনিক কাৰ্য্যপ্ৰণালী নিৰূপন কৰাত পদক্ষেত গ্ৰহণ কৰিবলৈ ঐক্যমত পোষণ কৰে। সভাই ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাজ্যখনৰ উন্নয়ণ আৰু বিকাশৰ গতি ত্বৰান্বিত কৰাত গ্ৰহণ কৰা বলিষ্ঠ পদক্ষেপসমূহৰ ইতিবাচক প্ৰচাৰ কৰাৰ বাবে সামাজিক মাধ্যম আৰু প্ৰচাৰ মাধ্যমত সক্রিয পদক্ষেপ গ্ৰহণ কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। সভাই দুয়োটা দলৰ মাজত এই বিষয়ত সমন্বয় ৰক্ষা কৰাৰ উদ্দেশ্যে এক কৰ্মনিৰ্ধাৰণ গোট গঠন কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। আজিৰ সভাত ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক তথা সাংসদ পল্লৱলোচন দাস, সাধাৰণ সম্পাদক দিপ্লুৰঞ্জন শৰ্মা, মুখ্য মুখপাত্ৰ মনোজ বৰুৱা, সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, মিডিয়া কোষৰ আহ্বায়ক ধ্ৰুৱজ্যোতি মৰল প্ৰমুখ্যে অন্যান্য মুখপাত্ৰ সকলৰ লগতে অসম গণ পৰিষদ দলৰ সাধাৰণ সম্পাদক প্ৰবীন হাজৰিকা, ভূপেন ৰায়, উপ-সভাপতি দিলীপ পাটগিৰী, সুনীল ডেকা আৰু প্ৰচাৰ সম্পাদক ড০ তপন দাসৰ লগতে মুখপাত্ৰসকল উপস্থিত থাকে।

Previous Post

‘অমৃত বৃক্ষ আন্দোলন’ৰ বাবে কামৰূপ মহানগৰ জিলাত প্ৰশাসনৰ তৎপৰতা

Next Post

গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

গুৱাহাটী বিশ্ববিদ্যালয়ত বিশ্ব আত্মহত্যা প্ৰতিৰোধ সন্দৰ্ভত সজাগতা সভা অনুষ্ঠিত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7