VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

সমগ্ৰ অসম বাসীৰ বাবে এক সুখবৰ,বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ

নতুনকৈ ৪৫২ হেক্টৰ ভূমি অন্তৰ্ভূক্ত হ’ল ৰাষ্ট্রীয় উদ্যানখনত

voicedesk by voicedesk
November 10, 2021
in মুখ্য সংবাদ, সমাজ
সমগ্ৰ অসম বাসীৰ বাবে এক সুখবৰ,বৃদ্ধি পালে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিসৰ
0
SHARES
18
VIEWS
Share on FacebookShare on Twitter

উদ্যান কৰ্তৃপক্ষই  জানিবলৈ দিয়া মতে মঙলবাৰে অসম চৰকাৰে এই সন্দৰ্ভত  এক  জাননী প্ৰকাশ কৰিছে৷

বিশ্বনাথ জিলাৰ মুনাবাৰী বাগিচাৰ ৪৫২ হেক্টৰ প্ৰস্তাৱিত এলেকা কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  অন্তৰ্ভুক্তিৰ অনুমোদন জনালে অসম চৰকাৰে৷

মুনাবাৰীৰ সেই ঘন জংঘলত উদ্যানখনৰ পৰা বিভিন্ন সময়ত বিভিন্ন কাৰণত ওলাই যোৱা বন্যপ্ৰাণীয়ে আশ্ৰয় লৈ আহিছিল৷ ২০০৬ বৰ্ষত সেই ভূমি ৰাজ্যৰ বন বিভাগক হস্তান্তৰ কৰা হৈছিল যদিও ৰাষ্ট্ৰীয় উদ্যানৰ হাতলৈ অহা নাছিল  সেই ভূমি৷

শেহতীয়াকৈ উদ্যান কৰ্তৃপক্ষই  কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ  বন্যপ্ৰাণীৰ সুৰক্ষাৰ হেতু এই ভূমিৰ প্ৰয়োজন বুলি অসম চৰকাৰক অৱগত কৰাত চৰকাৰে  সেই ভূমি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দশম সংযোজন হিচাপে ঘোষণা কৰে৷  এই ঘোষণাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয়  উদ্যানৰ পৰিসৰ ৯১৫ বৰ্গ কিলোমিটাৰৰ পৰা ৯২৫ বৰ্গ কিলোমিটাৰলৈ  বৃদ্ধি পালে৷ এই পদক্ষেপে উদ্যানখনৰ প্ৰাণীকূলক অধিক সুৰক্ষিত কৰিব বুলি ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আশাবাদী৷

Previous Post

খালী ভৰিৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিলে তুলসী গৌড়াই

Next Post

পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা বেংকাৰ লখিমী বৰুৱা

Related Posts

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন
সমাজ

স্বাস্থ্য সন্মত পুষ্টিগুণ সম্পন্ন সান্দহগুড়ি বা কৰাইগুড়ি উৎকৃষ্ট জলপান। সান্দহগুড়িৰ বিষয়ে জানো আহকচোন

January 16, 2025
মহিলাৰ বাবে অতি প্ৰয়োজন মেগনেচিয়াম ,  কি খাদ্যৰ পৰা মেগনেচিয়াম পাব পাৰি জানো আহক
সমাজ

মচলা ব্যৱহাৰ নকৰাকৈ কেনেকৈ পুষ্টিকৰ আৰু সোৱাদময় খাদ্য প্ৰস্তুত কৰিব পাৰি জানো আহকচোন

December 29, 2024
জিলমিল শাক চিনি পায় নে?  লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ
সমাজ

জিলমিল শাক চিনি পায় নে? লিভাৰৰ পৰা কিডনী লৈকে আছে ইয়াৰ উপকাৰী গুণ

December 12, 2024
আঘোনৰ ‘ ন’খোৱা উৎসৱ
সমাজ

আঘোনৰ ‘ ন’খোৱা উৎসৱ

December 11, 2024
জীৱন

আন্তৰ্জাতিক খ্যাতিসম্পন্ন বিজ্ঞানী ড০ ক্ষীৰধৰ বৰুৱাক “বিশ্বনাথ সৌৰভ” বঁটা প্ৰদান

December 9, 2024
আজিৰ শিশু আৰু সাধুকথা
সমাজ

আজিৰ শিশু আৰু সাধুকথা

November 14, 2024
Next Post
পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা বেংকাৰ লখিমী বৰুৱা

পদ্মশ্ৰী সন্মান লাভ কৰা প্ৰথম অসমীয়া মহিলা বেংকাৰ লখিমী বৰুৱা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7