VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কৰিমগঞ্জত হঠাৎ বিছিন্ন হোৱা ওলমা দলঙৰ পৰা পৰি আঘাত প্ৰাপ্ত প্ৰায় ৩০গৰাকী ছাত্ৰ ছাত্ৰী।

voicedesk by voicedesk
October 6, 2021
in মুখ্য সংবাদ
কৰিমগঞ্জত হঠাৎ বিছিন্ন হোৱা ওলমা দলঙৰ পৰা পৰি আঘাত প্ৰাপ্ত প্ৰায় ৩০গৰাকী ছাত্ৰ ছাত্ৰী।
0
SHARES
20
VIEWS
Share on FacebookShare on Twitter

অসমৰ কৰিমগঞ্জ জিলাত আজিৰ পৰা প্ৰায় তিনি বছৰৰ আগতে নিৰ্মাণ কৰা এখন ওলমা দলং হঠাৎ ছিগি পৰাত দলংখনেৰে বিদ্যালয়ৰ পৰা নিজ গৃহলৈ বুলি পাৰ হৈ থকা প্ৰায় ৩০জন ছাত্ৰ ছাত্ৰী আঘাত প্ৰাপ্ত হয়।
কৰিমগঞ্জ জিলাৰ ৰটাবাৰী অঞ্চলৰ অন্তৰ্গত চেৰাগী নামৰ ঠাইত যোৱা সোমবাৰে এই ঘটনা সংঘটিত হয়।

জানিবলৈ পোৱা মতে চিংলা নদীৰ দুয়োপাৰ সংযুক্ত কৰি নিৰ্মাণ কৰা এই একমাত্র দলং খনে চেৰাগী নামৰ অঞ্চলটোক গাঁও সমূহৰ সৈতে সংলগ্ন কৰি ৰাখিছে আৰু যোৱা সময়চোৱাত ছাত্র ছাত্ৰীকে আদি কৰি সাধাৰণ জনতাৰো একমাত্র যোগাযোগৰ মাধ্যম চিংলা নদীৰ দুইপাৰ সংযোগী এই ওলমা দলং।

সোমবাৰে ‘চেৰাগী বিদ্যাপীঠ উচ্চ মাধ্যমিক বিদ্যালয়’ৰ পৰা ঘৰলৈ ঘূৰি থকা অৱস্থাত ওলমা দলং খনেৰে চিংলা নদী পাৰ হ’বলৈ ধৰোতেই দলং খন ছিগি পৰে আৰু কেইবাজনো ছাত্র ছাত্ৰী নদীত পৰে । স্থানীয় ৰাইজে নদীৰ পৰা তেওঁলোকক উদ্ধাৰ কৰাৰ লগতে আঘাত প্ৰাপ্ত প্ৰায় ৩০জন ছাত্র ছাত্ৰীক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰায়।

Previous Post

কোনে লাভ কৰিব নীলা ৰঙী আধাৰ কাৰ্ড ?

Next Post

এনচিবিৰ জিম্মাত ৰেষ্টুৰেণ্টৰ খাদ্য যোগান ধৰা হৈছে কিং খানৰ পুত্ৰ আৰিয়ানক

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এনচিবিৰ জিম্মাত ৰেষ্টুৰেণ্টৰ খাদ্য যোগান ধৰা হৈছে কিং খানৰ পুত্ৰ আৰিয়ানক

এনচিবিৰ জিম্মাত ৰেষ্টুৰেণ্টৰ খাদ্য যোগান ধৰা হৈছে কিং খানৰ পুত্ৰ আৰিয়ানক

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7