VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

যমুনা বড়ো, সঞ্জয় বড়োক নিযুক্তিকে ধৰি ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে তিনিখন আঁচনিঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত

voicedesk by voicedesk
September 2, 2021
in মুখ্য সংবাদ, ৰাজনীতি
যমুনা বড়ো, সঞ্জয় বড়োক নিযুক্তিকে ধৰি ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে তিনিখন আঁচনিঃ ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত
0
SHARES
11
VIEWS
Share on FacebookShare on Twitter

বুধবাৰে কইনাধৰাত অনুষ্ঠিত ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ক’ভিড সংক্ৰান্তীয় বিপদৰ আশংকা কিছু পৰিমাণে হ্ৰাস হৈছে বুলি ভবা হৈছে যদিও ইতিমধ্যে বহুসংখ্যক লোকৰ ক’ৰনাত মৃত্যু হ’ল। সেই কথা গুৰুত্ব সহকাৰে বিবেচনা কৰি কেবিনেটে ক’ভিডত মৃত্যু হোৱা ব্যক্তিৰ বাবে তিনিখন আঁচনি গ্ৰহণ কৰাৰ সিদ্ধান্ত লয়।

সেই অনুসৰি, ক’ভিডত যদি কোনো শিশুৰ পিতৃ-মাতৃৰ মৃত্যু ঘটিছে তেন্তে তেওঁৰ শিশুটোৰ বাবে ৭.৫ লাখ টকাৰ ফিক্স ডিপজিট কৰা হ’ব। তদুপৰি, ক’ভিডত স্বামীক হেৰুওৱা পত্নীলৈ ১ লাখ টকাৰ সাহাৰ্য আগবঢ়োৱা হ’ব।

ক’ভিডত মৃত্যু হোৱা লোকৰ বাবে নতুন আঁচনি ‘প্ৰাৰ্থনা’ৰ অধীনলৈ আহিব প্ৰায় ৬০০০ লোক। ক’ভিডত মৃত্যু হোৱা ৬৬০ গৰাকী ব্যক্তিৰ নিকটাত্মীয়ই প্ৰাৰ্থনাৰ জৰিয়তে ১ লাখ টকাৰ এককালীন সাহায্য লাভ কৰিব।

উল্লেখ্য যে অহা ২ অক্টোবৰ গান্ধী জয়ন্তীৰ দিনা প্ৰতিখন জিলাৰ অভিভাৱক মন্ত্ৰীসকলে সংশ্লিষ্ট জিলাসমূহত এই ধনৰাশিৰ চেক আনুষ্ঠানিকভাৱে প্ৰদান কৰিব।

ক’ভিড ১৯ৰ যাৱতীয় খৰচৰ বাবদ দিবলগীয়া ৬,৫০০ কোটি টকা প্ৰতিখন জিলাৰ উপায়ুক্তলৈ মুকলি কৰি দিয়াৰ বাবেও আজিৰ কেবিনেটে অনুমোদন দিয়ে।

কেবিনেটে লোৱা অত্যন্ত গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ভিতৰত অসমলৈ গৌৰৱ কঢ়িয়াই অনা বক্সিং চেম্পিয়ন যমুনা বড়ো আৰু আন্তঃৰাষ্ট্ৰীয় আৰ্চাৰী চেম্পিয়ন সঞ্জয় বড়োক আবকাৰী পৰিদৰ্শক হিচাপে নিযুক্তি দিয়া হ’ব।

অহা ৩ ছেপ্তেম্বৰত ৰাজ্য চৰকাৰৰ বিশেষ কাৰ্যসূচীত দুয়োগৰাকী ক্ৰীড়াবিদকে নিযুক্তি পত্র প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে।

আনহাতে মন্ত্ৰী পীয়ুষ হাজৰিকাই সংবাদ মাধ্যমৰ আগত অৱগত কৰে যে আদিবাসী আৰু চাহ জনগোষ্ঠীৰ দাবীৰ প্ৰতি সন্মান জনাই ৰাজ্যিক কেবিনেটে ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানৰ নাম পুনৰ ওৰাং অভয়াৰণ্য কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। তেখেতে উল্লেখ কৰে যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ কৰা হৈছে আৰু এতিয়াৰে পৰা ৰাজীৱ গান্ধী ৰাষ্ট্ৰীয় উদ্যানক কেৱল ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰূপেহে জনা যাব।

Previous Post

আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰ জিলিকিল অসমৰ নাম,আদিল হুছেইনে লাভ কৰিলে শ্ৰেষ্ঠ অভিনেতাৰ বঁটা

Next Post

অসমৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ লাভলীনাৰঃফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অসমৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ লাভলীনাৰঃফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

অসমৰ বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ লাভলীনাৰঃফ্লেগ অফ কৰিলে পে-ইণ্ডিয়া কেবৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7