VOICE 24x7
Sunday, May 4, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

প্ৰচণ্ড বৰষুণৰ ফলত ভূমিস্খলন, বন্ধ লেহ-মানালী পথ- বিচিন্ন যোগাযোগ

voicedesk by voicedesk
July 25, 2024
in মুখ্য সংবাদ
প্ৰচণ্ড  বৰষুণৰ ফলত ভূমিস্খলন,  বন্ধ লেহ-মানালী পথ- বিচিন্ন যোগাযোগ
0
SHARES
33
VIEWS
Share on FacebookShare on Twitter

প্ৰচণ্ড বৰষুণৰ ফলত হিমাচলৰ কুল্লু জিলাত ৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ এটা অংশ বন্ধ হৈ পৰিছে। বুধবাৰে গভীৰ নিশা সংঘটিত হয় এই ঘটনা। পালচনৰ সমীপত ভূমিস্খলনৰ ফলত কেইবাটাও পথ ক্ষতিগ্ৰস্ত হৈছে। কেইবাটাও স্থানৰ সৈতে পথৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ অৱশ্যে এই পৰ্যন্ত কোনো লোক হতাহতিৰ খবৰ পোৱা নাই।

 

৩ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধূন্ধীৰ পৰা পালচনলৈ যোৱা বহল পথটোৰ নাম লেহ-মানালী পথ। ইয়াৰ অঞ্জনী মহাদেৱ নলাত বুধবাৰে ডাৱৰ বিস্ফোৰণ ঘটি বৰষুণ হয়। ফলত নদীখনৰ গতিপথ সলনি হোৱাৰ লগতে পথ যোগাযোগ ব্যৱস্থা ব্যাহত হৈছে। পাহাৰৰ ঢালৰ পৰা ডাঙৰ ডাঙৰ শিল বাগৰি কেইবাটাও ঠাইত পথটো বন্ধ হৈ পৰে । হিমাচল প্ৰদেশ আৰক্ষীৰ সূত্ৰ অনুসৰি বিপদৰ পৰা হাত সাৰিবলৈ এই পথত সকলো যান-বাহন বন্ধ কৰি দিয়া হৈছে। লাহুল আৰু স্পিটিৰ পৰা মনালি অভিমুখী বাহনসমূহ অটল সুৰংগ-ৰোহটাং হৈ মানালীলৈ ডাইভাৰ্ট কৰা হৈছে।

 

সূত্ৰ অনুসৰি বুধবাৰে নিশা ৰাজ্যত ৬০টাতকৈও অধিক ট্ৰেন্সফৰ্মাৰ ক্ষতিগ্ৰস্ত হয়। ভূমিস্খলনৰ বাবে মণ্ডী আৰু কংৰা জিলাৰ বহু পথ বন্ধ হৈ পৰিছে। লগতে দুই এটা ঘৰৰ ক্ষতিসাধন হয়। অৱশ্যে ক্ষতিৰ পৰিসৰৰ বিষয়ে নিশ্চিতভাৱে এতিয়াও ক’ব পৰা হোৱা নাই ৷

 

বতৰ বিজ্ঞান বিভাগে কয় যে এতিয়া বৰষুণ বন্ধ হোৱা নাই। হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডত ২৮ জুলাইলৈকে ধুমুহা বৰষুণৰ সৈতে মধ্যমীয়াৰ পৰা প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা আছে। কেইবাঠাইতো জাৰি কৰা হৈছে হালধীয়া সতৰ্কবাণী। প্রয়োজন নহ’লে ঘৰৰ পৰা ওলাই নাযাবলৈ সাধাৰণ ৰাইজক পৰামৰ্শ দিছে আৰক্ষীয়ে। ইয়াৰ উপৰিও গাড়ী চলোৱাৰ সময়ত সাৱধান হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

Previous Post

কেন্দ্ৰৰ যুক্তি নাকচ ,ৰাজ্যৰ খনিজ সম্পদৰ ওপৰত কৰ আৰোপ কৰাৰ অধিকাৰ আছে বুলি মন্তব্য উচ্চতম ন্যায়ালয়ৰ

Next Post

আজিৰে পৰা আৰম্ভ এ পি এছ চিৰ মূল পৰীক্ষা ,ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰশ্নকাকত

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
এপিএছচিৰ ২০১৪ বর্ষৰ নিযুক্তি কেলেংকাৰীৰ তদন্ত সম্পূৰ্ণ. ন্যায়িক আয়োগৰ, প্ৰতিবেদন গ্ৰহণ কৰিবলৈ চৰকাৰলৈ পত্ৰ

আজিৰে পৰা আৰম্ভ এ পি এছ চিৰ মূল পৰীক্ষা ,ইংৰাজীৰ লগতে অসমীয়া ভাষাটো প্ৰশ্নকাকত

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7