VOICE 24x7
Friday, May 9, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

কামৰূপ মহানগৰ জিলাৰ উন্নয়ন, সমন্বয় আৰু নীৰিক্ষণ সমিতিৰ সভা

সাংসদ, মন্ত্ৰী, বিধায়কৰ উপস্থিতত চৰকাৰী আঁচনিৰ পৰ্যালোচনা

voicedesk by voicedesk
February 27, 2023
in মুখ্য সংবাদ
নতুন বছৰটো ভাতৃত্ববোধ, আত্মনিৰ্ভৰশীলতাৰ বছৰৰ সংকল্প অগপৰঃ অতুল বৰা
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

গুৱাহাটী, ২৭ ফেব্ৰুৱাৰী: আজি কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত উন্নয়ন, সমন্বয় আৰু নীৰিক্ষণ সমিতিৰ এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰা হয়। গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত জিলা অভিভাৱক মন্ত্ৰী অতুল বৰা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, গুৱাহাটী পৌৰনিগমৰ মেয়ৰ মৃগেন শৰণীয়া, জিলা পৰিষদৰ সভানেত্ৰী শিৰোমণি কোঁৱৰ, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি‌ সুচিয়াংগ, অতিৰিক্ত উপায়ুক্ত সুকন্যা বৰা তথা জিলাখনৰ বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থকা এই সভাত জিলা গ্ৰাম্যোন্নয়ন প্ৰাধিকৰণৰ আৰু জিলা পৰিষদ, জনস্বাস্থ্য কাৰিকৰী, গুৱাহাটী পৌৰনিগম, শিক্ষা, কৃষি, খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা, বিদ্যুৎ, লোকনিৰ্মাণ, আৰক্ষী আদি বিভাগসমূহৰ কাম-কাজৰ পৃথকে পৃথকে পৰ্যালোচনা কৰা হয়। চৰকাৰী আঁচনিসমূহ ৰূপায়ণ কৰোতে জন প্ৰতিনিধিসকলক জড়িত ৰখা বিষয়টোত গুৰুত্ব প্ৰদান কৰিবলৈ সভাত সকলো বিভাগৰ বিষয়াক নিৰ্দেশ দিয়ে। শ্যামলী চৌহদৰ সফল কাৰ্যকৰীকৰণৰ বাবে গুৱাহাটী পৌৰ নিগম, বন বিভাগৰ যৌথ সহযোগতৰ পদক্ষেপ লবলৈ সভাত সাংসদ কুইন ওজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া দৰথি সুচিয়াংগক নিৰ্দেশ দিয়ে। জনস্বাস্থ্য কাৰিকৰী বিভাগে ৰূপায়ন কৰা খোৱাপানী যোগানৰ আঁচনিসমূহৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰি জনসাধাৰণক পানী যোগানৰ বিষয়টোত অধিক গুৰুত্ব প্ৰদান কৰিবলৈ অভিভাৱক মন্ত্ৰী অতুল বৰাই সভাত সংশ্লিষ্ট বিষয়াসকলক কয়। তেনেদৰে ৰেচন কাৰ্ড, প্ৰধানমন্ত্ৰীৰ আৱাস যোজনা, মধ্যাহ্ন ভোজন, আধাৰ কাৰ্ড প্ৰদান আদি বিভিন্ন বিষয়ত সভাত আলোকপাত কৰা হয়। শেহতীয়াকৈ ড্ৰাগছ ব্যৱসায়ৰ ওপৰত আৰক্ষীয়ে গ্ৰহণ কৰা কঠোৰ পদক্ষেপৰ বিষয়ে সভাত অৱগত কৰি উপ আৰক্ষী আয়ুক্ত হৰেকৃষ্ণ নাথে লগতে কয় যে মহানগৰখনক অপৰাধমুক্ত কৰাৰ উদ্দেশ্যে আৰক্ষী প্ৰশাসনে তহল দিয়াৰ ব্যৱস্থা কঠোৰভাৱে বলৱৎ কৰিছে। যোৱা এক মাহৰ ভিতৰত হত্যাকাণ্ড, ডকাইতি কাণ্ডত জড়িত সকলোকে জালত পেলাবলৈ আৰক্ষী সক্ষম হৈছে বুলি তেওঁ লগতে কয়।

 

Previous Post

বঙাইগাঁও চিনে ক্লাব গঠন

Next Post

সাংস্কূতিক উন্নয়ন বিষয়াক নিলম্বন

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
সাংস্কূতিক উন্নয়ন বিষয়াক নিলম্বন

সাংস্কূতিক উন্নয়ন বিষয়াক নিলম্বন

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7