VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নগাঁৱত ২০২২-২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন, নগাঁও প্ৰেছ ক্লাৱত “কবিতাৰ এবেলা” সম্পন্ন

voicedesk by voicedesk
September 1, 2023
in মুখ্য সংবাদ
নগাঁৱত ২০২২-২৪ বৰ্ষৰ মধ্যকালীন অধিৱেশন, নগাঁও প্ৰেছ ক্লাৱত “কবিতাৰ এবেলা” সম্পন্ন
0
SHARES
46
VIEWS
Share on FacebookShare on Twitter

ঋতু পৰ্ণ শৰ্মা,নগাঁও,১ছেপ্টেম্বৰ:–সদৌ অসম কবি সন্মিলনৰ অন্তৰ্গত নগাঁও জিলা কবি সন্মিলনৰ কাৰ্যনিৰ্বাহক সভাখনি শুক্ৰবাৰে অনুষ্ঠিত হয় । নগাঁও প্ৰেছ ক্লাৱত দুপৰীয়া ১২বজাৰ পৰা অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাখনি জিলা সভাপতি দ্বিজেন্দ্ৰ নাথ হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত সদৌ অসম কবি সন্মিলনৰ কেন্দ্ৰীয় মধ্যকালীন অধিৱেশন আৰু নগাঁও জিলা কবি সন্মিলনৰ পূৰ্ণাংগ অধিৱেশন নগাঁৱতে ২০২৪ বৰ্ষৰ পহিলাতে অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত সন্মিলনৰ কেন্দ্ৰীয় প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন,সম্পাদক পৱন শৰ্মা,মনোনীত সদস্য সঞ্জীৱ সাগৰ চৌধুৰী,সাংগঠনিক সম্পাদক ভৱেন চন্দ্ৰ নাথ উপস্থিত থাকে ।

যুৱ কবি তথা উপন্যাসিক কৃষ্ণ দৈমাৰীক চল্লিশতম ওপজা দিনৰ অভিনন্দন জনোৱাৰ লগতে বিশিষ্ট কবি প্ৰদীপ শইকীয়াই যুৱ প্ৰজন্মৰ কবি ৰেমী শৰ্মাৰ “লাহেকৈ কোৱা কোনোবাই শুনিব” শীৰ্ষক কাব্যগ্ৰন্থ উন্মোচন কৰে ।কাৰ্যনিৰ্বাহক সভাৰ পাছতেই ৰঙাজিঞা সদৰ শাখা কবি সন্মিলনৰ লগতে বনচাই প্ৰকাশনৰ সহযোগত “কবিতাৰ এবেলা” শীৰ্ষক কবিতা পাঠৰ অনুষ্ঠানটি শুক্ৰবাৰে অনুষ্ঠিত হয়। অনুষ্ঠানত গুণ কাকতি,অশোক ৰাম ভট্টাচাৰ্য্য,দুৰ্গেশ্বৰ বৰকটকী, নূপুৰ মোমাইদেউ খ্যাত ত্ৰৈলোক্য ভট্টাচাৰ্য্য,মোলান লস্কৰ,ৰাজেন বৰা,কৰবী লিগিৰা,কবিতা বৰা, শশী কেওঁট,দিগন্ত ভাগৱতী,কৃষ্ণ দৈমাৰী,ড° নিৰ্মালি বৰা মালাকাৰ, মধু চৌধুৰী,মিনতি দেৱী কাকতি,

নিজৰা শইকীয়া,কৰবী শইকীয়া, খগেশ্বৰ বৰা,লাহিৰাম বড়ো,স্নিগ্ধা ফুকন,পল্লৱী শৰ্মা,আশা বৰা মন, বন্দনা পাতৰ,লখিমী মহন্ত,আৰতি মেধি,দীপজ্যোতি কাকতি,ৰূপম নাথ,বন্দনা নাথ ঠাকুৰীয়া,পবিত্ৰী ভৰালী,জুনুমণি বৰা,মান্না ৰাজা, মোস্তাকিন শ্বেইখ,ৰাতুল শৰ্মা, যুগান্তৰ নাথ,নিৰুপ্ৰভা দেৱী,স্বপ্না দেৱী,শিখা শইকীয়া,শেৱালি শৰ্মা, প্ৰদ্যুন্ম বৰা,নৱ কাশ্যপ প্ৰমুখ্যে কবি আৰু আবৃত্তিকাৰসকলে স্বৰচিত কবিতা আৰু প্ৰয়াত কবিৰ কবিতা পাঠ কৰে । কবি মদাৰ জ্যোতি আৰু নগাঁও জিলা কবি সন্মিলনৰ সম্পাদক ৰাজু সমীৰণে আঁত ধৰা অনুষ্ঠানটিত কবিতা পাঠে মুখৰিত কৰে নগাঁও প্ৰেছ ক্লাৱৰ প্ৰেক্ষাগৃহ ।

Previous Post

প্ৰতিবাদত বহিল ধেমাজি বিস্ফোৰণত নিহতৰ আত্মীয়, উচ্চ ন্যায়ালয়ৰ ৰায়ক লৈ অসন্তুষ্ট

Next Post

🙏 দৈনিক ৰাশি ফল 🙏

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
🙏 দৈনিক ৰাশি ফল 🙏

🙏 দৈনিক ৰাশি ফল 🙏

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7