VOICE 24x7
Wednesday, May 7, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

বেতকুছিৰ আই এছ বি টিতে ৰখাব লাগিব বাহিৰৰ পৰা গুৱাহাটীলৈ অহা সকলো বাছ

voicedesk by voicedesk
April 4, 2023
in মুখ্য সংবাদ
একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ
0
SHARES
26
VIEWS
Share on FacebookShare on Twitter

দিছপুৰ, ৪ এপ্ৰিলঃ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষ বা ইউনিফাইড মেট্ৰ’পলিটান ট্ৰান্সপৰ্টেশ্যন অথ’ৰিটী (UMTA), অসমৰ প্ৰথমখন বৈঠকত অংশগ্ৰহণ কৰে। বৈঠকত গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগ, পৰিবহণ বিভাগ, লোক নিৰ্মাণ বিভাগ, মহানগ আৰক্ষীকে ধৰি কৰ্তৃপক্ষৰ আওতাত পৰা সকলো বিভাগৰ বিষয়ববীয়াসকলে অংশগ্ৰহণ কৰে।

বৈঠকত অধ্যক্ষতা কৰি মন্ত্ৰী সিংহলে গুৱাহাটী মহানগৰীৰ পৰিবহণ ব্যৱস্থা আৰু যান-বাহন ব্যৱস্থাপনা ব্যৱস্থা শৃংখলাবদ্ধ কৰাৰ বাবে একীকৃত মহানগৰ পৰিবহণ কৰ্তৃপক্ষৰ হস্তক্ষেপৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সংশ্লিষ্ট বিষয় সন্দৰ্ভত কৰ্তৃপক্ষৰ বিভিন্ন অংশীদাৰসকলৰ সৈতে হোৱা আলোচনাৰ অন্তত আজিৰ বৈঠকত কেইটামান বিশেষ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সেই অনুসৰি এতিয়াৰে পৰা অসম ৰাজ্যিক পৰিবহণ নিগমকে ধৰি ৰাজহুৱা বা ব্যক্তিগত সকলো বাছৰ বাবে চলাচল কৰা পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আঞ্চলিক পৰিবহণ কৰ্তৃপক্ষই হ’ব একমাত্ৰ ক্ষমতাসম্পন্ন কৰ্তৃপক্ষ। গুৱাহাটী পৌৰ নিগমৰ বাহিৰৰ পৰা অহা চৰকাৰী-বেচৰকাৰী সকলো বাছ বেতকুছিস্থিত আন্তঃৰাজ্যিক বাছ আস্থানতে ৰখাব লাগিব। মহানগৰীৰ চিটিবাছ চলাচলৰ বাবে সুনিৰ্দিষ্ট পথ নিৰ্ধাৰণ কৰা, ধাৰাপুৰ, বোন্দা আদিকে ধৰি বাছ চলাচলৰ অন্তিম স্থান নিৰ্ধাৰণ কৰা, দুই মাহৰ ভিতৰত মহানগৰীৰ চিটিবাছ আস্থান আৰু আস্থানৰ নাম ফলক নিৰ্মাণ কৰা, বাছ আস্থান আৰু পাৰ্কিংসমূহ ব্যস্ততাপূৰ্ণ চাৰিআলি-ট্ৰেফিক পইণ্টৰ পৰা কমেও ৮০ মিটাৰ দূৰৈত নিৰ্মাণ কৰা, প্ৰতিটো পথৰ বাবে্ সুকীয়া ৰঙৰ সৈতে বাছ নম্বৰ নিৰ্ধাৰণ কৰা, এমাহৰ ভিতৰত মহানগৰীৰ বাবে যান-বাহনৰ পাৰ্কিং পৰিকল্পনা দাখিল কৰা আদিৰ বাবেও আজিৰ বৈঠকত মন্ত্ৰী সিংহলে সংশ্লিষ্ট বিভাগসমূহক নিৰ্দেশনা প্ৰদান কৰে।

Previous Post

জনতা ভৱনত প্ৰধানমন্ত্ৰী গতিশক্তি সম্পৰ্কীয় বিশেষ কৰ্মশালাত অংশগ্ৰহণ মন্ত্ৰী অশোক সিংহলৰ

Next Post

বিজেপি চৰকাৰে অনুসূচিত জাতিক উপযুক্ত মৰ্যদা প্ৰধান কৰিছে

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
বিজেপি চৰকাৰে অনুসূচিত জাতিক উপযুক্ত মৰ্যদা প্ৰধান কৰিছে

বিজেপি চৰকাৰে অনুসূচিত জাতিক উপযুক্ত মৰ্যদা প্ৰধান কৰিছে

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7