VOICE 24x7
Thursday, May 8, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

নাজিৰা তথা শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে এটা প্ৰেক্ষাগৃহ নিৰ্মাণৰ আশ্বাস মন্ত্ৰী সিংহলৰ

voicedesk by voicedesk
January 31, 2023
in মুখ্য সংবাদ
‘মিছন বানমুক্ত গুৱাহাটী’ ৰ কাম-কাজৰ পৰ্যালোচনা মন্ত্রী অশোক সিংহলৰ
0
SHARES
32
VIEWS
Share on FacebookShare on Twitter

নাজিৰা,৩১ জানুৱাৰী,২০২৩: অসম চৰকাৰৰ গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা তথা জলসিঞ্চন  বিভাগৰ কেবিনেট মন্ত্ৰী অশোক সিংহলে আজি নাজিৰা মহকুমা অন্তৰ্গত শিমলুগুৰি পৌৰসভাৰ দ্বাৰা নৱ নিৰ্মিত “শিমলুগুৰি বাণিজ্যিক কেন্দ্ৰ”টিৰ শুভ উদ্বোধন কৰে।

যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন গগৈৰ প্ৰতিনিধি ময়ুৰ বৰগোহাঁই, ১০৪ নং নাজিৰা বিধান সভা সমষ্টিৰ বিধায়ক দেৱব্রত শইকীয়াৰ প্ৰতিনিধি জয়চন্দ্ৰ হাতীবৰুৱা,জিলা পৰিষদৰ সভাপতি ধ্ৰুৱজ্যোতি মাউত, নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈন, শিমলুগুৰি পৌৰসভাৰ সভানেত্ৰী কবিতা মেচ, নাজিৰা পৌৰ সভাৰ সভানেত্ৰী বৰ্ণালী চেতিয়া,আমগুৰি পৌৰ সভাৰ সভানেত্ৰী অনামিকা নেওগ, ডিমৌ পৌৰসভাৰ সভানেত্ৰী পল্লবিতা বৰা,শিৱসাগৰ পৌৰসভাৰ সভানেত্ৰী মৃণালিনী কোঁৱৰৰ উপস্থিতিত এই বাণিজ্যিক কেন্দ্ৰটি স্থানীয় ব্যৱসায়ী সকলৰ ব্যৱসায়ৰ সুবিধাৰ্থে মুকলি কৰা হয়।

মন্ত্ৰী অশোক সিংহলে নিজৰ ভাষণত প্ৰথমে সকলোকে মে – ডাম- মে- ফীৰ শুভেচ্ছা জ্ঞাপন কৰি কয় যে,”শিমলুগুৰিৰ বাণিজ্যিক কেন্দ্ৰটিয়ে ব্যৱসায়ী সকলক আৰ্থিকভাৱে লাভান্বিত হোৱাৰ দিশত এক ভাল সুযোগ প্ৰদান কৰিব।” মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ “লোকেল ফৰ ভ’কেল”ক গুৰুত্ব দি আত্ম-সহায়ক গোটৰ মহিলা সকলক ঘৰতে তৈয়াৰ কৰা সামগ্ৰী গৌৰৱেৰে এই বাণিজ্যিক কেন্দ্ৰটিত বিক্ৰী কৰিবলৈ তেখেতে উৎসাহিত কৰে। শিমলুগুৰি আৰু নাজিৰা চহৰ দুখনক “টুইন টাউন” বুলি সম্বোধন কৰি তেখেতে কয় যে “এই বাণিজ্যিক কেন্দ্ৰটি পৰিষ্কাৰকৈ ৰখাটো আমাৰ সকলোৰে নৈতিক কৰ্তব্য। নগৰ খনৰ উন্নতিৰ হকে আমি চাফ চিকুনতা আৰু পৰিষ্কাৰ – পৰিচ্ছন্নতাক গুৰুত্ব দি সঠিকৰূপে জাবৰ নিষ্কাষণ কৰিব লাগিব।” শিৱসাগৰ জিলাৰ প্ৰত্যেক খন নগৰৰ মাষ্টাৰ প্লেনৰ কাম চলি আছে বুলিও তেখেতে মত প্ৰকাশ কৰে। এই বছৰৰ শেষৰ ফালে নাজিৰা তথা শিমলুগুৰি ৰাইজৰ সুবিধাৰ্থে এটা সুন্দৰ প্ৰেক্ষাগৃহ নিৰ্মাণ কৰা হব বুলি তেখেতে আশ্বাস দিয়ে।

উল্লেখযোগ্য যে, এই বাণিজ্যিক কেন্দ্ৰটোৰ দ্বাৰা শিমলুগুৰি পৌৰসভালৈ এক বৃহৎ পুঁজি আহিব আৰু ইয়াৰ যোগেদি শিমলুগুৰি নগৰৰ উন্নয়ন মূলক আচঁনি সমূহ ৰূপায়ন কৰাত সহায় হব।

তদুপৰি, মন্ত্ৰী গৰাকীয়ে আজি লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া অসামৰিক চিকিৎসালয় তথা লিগিৰীপুখুৰীত নিৰ্মীয়মান এটি অঙ্গনৱাড়ী কেন্দ্ৰ আৰু নাজিৰা পৌৰ সভাৰ কাৰ্য্যালয়ও পৰিদৰ্শন কৰে । তদুপৰি তেখেতে নাজিৰা পৌৰসভাৰ অধীনত “পঞ্চদৰ্শ বিত্ত আয়োগ, আন টাইড ২০২০-২১ ৰ পুঁজিৰে নিৰ্মিত নাজিৰা নগৰৰ গৌশালা পথটোৰ শুভ উদ্ধোধন কৰে।

নাজিৰা মহকুমাৰ মহকুমাধিপতি আয়ুষী জৈনে নিজৰ ভাষণত পৌৰসভা খনৰ সৰ্বতো প্ৰকাৰে উন্নয়ন কামনা কৰাৰ লগতে বাণিজ্যিক কেন্দ্ৰটি কাৰ্য্যক্ষম কৰি তোলাত জড়িত সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰে। লগতে সকলো ব্যৱসায়ীৰে বাণিজ্যিক কেন্দ্ৰটি জাকত জিলিকা কৰি  ৰখাৰ দায়িত্ব আছে বুলি তেখেতে মত প্ৰকাশ কৰে।

আজিৰ এই সভাত শিমলুগুৰি পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া, নাজিৰা মহকুমা প্ৰশাসনৰ বিষয়া সকল, শিমলুগুৰি পৌৰসভাৰ বিষয়া কৰ্মচাৰী সকলৰ,  ৱাৰ্ড কমিছনাৰ সকল, শিমলুগুৰিৰ ব্যৱসায়িক সন্থাৰ সদস্য সকল,নাজিৰাৰ ছপা আৰু বৈদ্যুতিন মাধ্যমৰ সংবাদ কৰ্মী সকলৰ লগতে গৰিষ্ঠ সংখ্যক স্থানীয় লোক উপস্থিত থাকে।

Previous Post

APDCL ৰ লোকচানৰ বোজা সাধাৰণ জনতাৰ ওপৰত জাপি দিয়া কাৰ্য মানি লোৱা নহব: আপ

Next Post

অসম তৃণমূল কংগ্ৰেছ প্ৰেছ বাৰ্তা

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
অসম তৃণমূল কংগ্ৰেছ প্ৰেছ বাৰ্তা

অসম তৃণমূল কংগ্ৰেছ প্ৰেছ বাৰ্তা

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7