VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

আদানী, আম্বানী, টাটা, বিৰলাতকৈও সময়ৰ মূল্য বেছি বুলি কিয় দাবী কৰিলে যোগগুৰু ৰামদেৱে?

voicedesk by voicedesk
February 20, 2023
in মুখ্য সংবাদ
আদানী, আম্বানী, টাটা, বিৰলাতকৈও সময়ৰ মূল্য বেছি বুলি কিয় দাবী কৰিলে যোগগুৰু ৰামদেৱে?
0
SHARES
24
VIEWS
Share on FacebookShare on Twitter

যোগগুৰু হিচাপে দেশে-বিদেশে সমাদৰ বুটলি আহিছে যোগগুৰু বাবা ৰামদেৱে ৷ সমান্তৰালভাৱে ব্যৱসায়িক ক্ষেত্ৰখনতো সমানে আগবাঢ়িছে বাবা ৰামদেৱ ৷ যোগগুৰুৰ উপৰিও তেওঁ এজন সফল ব্যৱসায়ীও ৷

শেহতীয়াকৈ এক অনুষ্ঠানত  যোগগুৰু ৰামদেৱে দাবী কৰে যে তেওঁৰ সময়ৰ মূল্য দেশৰ শীৰ্ষ উদ্যোগপতি সকলতকৈও অধিক। ৰামদেৱে কয় –‘মোৰ সময়ৰ মূল্য আদানী, আম্বানী, টাটা আৰু বীৰলাডতকৈও বেছি।‘ অসংখ্য অনুৰাগীয়ে ভিৰ কৰা এই অনুষঠানত অতিথি হিচাপে উপস্থিত আছিল গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইক।

পিটিআইৰ সূত্ৰ অনুসৰি গোৱাৰ পানাজীত ৰামদেৱৰ সহায়ক আচাৰ্য বালকৃষ্ণক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ হৰিদ্বাৰৰ পৰা ৩ দিনৰ বাবে গোৱাত উপস্থিত হৈছে ৰামদেৱ। দেওবাৰে গোৱাৰ মুখ্যমন্ত্ৰী প্ৰমোদ সবন্ত আৰু কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীপদ নাইকক অনুষ্ঠানলৈ অতিথি হিচাপে আমন্ত্ৰণ জনোৱা হয়।

এই কাৰ্যসূচীৰ মঞ্চত তেওঁ কয় –“ মোৰ সময় আৰু উদ্যোগপতিসকলৰ মাজত পাৰ্থক্য আছে। উদ্যোগপতি সকলে ৯৯ শতাংশ সময় কেৱল নিজৰ স্বাৰ্থতহে ব্যয় কৰে। কিন্তু মোৰ সময় তেওঁলোকৰ তুলনাত অধিক মূল্যৱান। সাধাৰণ মানুহক ভালদৰে ৰাখিবলৈ  মই সময় কটাওঁ।”

এই বিত্তীয় বৰ্ষত ৰামদেৱৰ কোম্পানী ‘পতঞ্জলি’-এ ৪০ হাজাৰ কোটি টকাৰ ব্যৱসায় কৰিছে। ৰামদেৱে কয় যে ইয়াৰ আঁৰত আচাৰ্য বালকৃষ্ণই বহুখিনি অৱদান আগবঢ়াইছে। পেছাদাৰী সততা বজাই ৰখা আৰু দায়িত্ব চম্ভালাৰ বাবে এই উপলক্ষে তেওঁ আচাৰ্য বালকৃষ্ণক ধন্যবাদ জনায়। ৰামদেৱে কয় যে ভাৰতক ‘অতি সমৃদ্ধিশালী’ কৰি তুলিবলৈ পতঞ্জলিৰ দৰে আৰু অধিক সংগঠন গঢ়ি তোলাৰ প্ৰয়োজন।

শেহতীয়াকৈ ৰামদেৱৰ বিৰুদ্ধে দেওবাৰে ঘৃণামূলক ভাষণ আৰু ধৰ্মীয় আৱেগক আঘাত দিয়াৰ অভিযোগত এফআইআৰ দাখিল কৰা হৈছিল। পিটিআইৰ সূত্ৰ অনুসৰি, ২ ফেব্ৰুৱাৰীত ৰাজস্থানৰ বৰমেৰ জিলাত এক অনুষ্ঠানত মুছলমানক লৈ আপত্তিজনক মন্তব্য কৰিছিল ৰামদেৱে। সন্ত্ৰাসবাদ বিয়পোৱাৰ পৰা আৰম্ভ কৰি হিন্দু নাৰীক অপহৰণ কৰালৈকে তেওঁ মুছলমান জড়িত বুলি মন্তব্য কৰি বিতৰ্কৰ সৃষ্টি কৰিছে। এই মন্তব্যৰ বাবেই ৰামদেৱৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হৈছে।

 

Previous Post

চর্চাত দেশৰ কনিষ্ঠতম অংগদাতা দেৱানন্দ, নিজৰ যকৃতৰ এটা অংশ দান কৰি কেনেদৰে পিতৃক বচালে কিশোৰীগৰাকীয়ে

Next Post

শ্বেম্পুৰ পিছত আপোনাৰো আছে নেকি কণ্ডিচনাৰ লগোৱাৰ অভ্যাস! আপোনাৰ চুলিত পৰিব পাৰে কুপ্ৰভাৱ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
শ্বেম্পুৰ পিছত আপোনাৰো আছে নেকি কণ্ডিচনাৰ লগোৱাৰ অভ্যাস! আপোনাৰ চুলিত পৰিব পাৰে কুপ্ৰভাৱ

শ্বেম্পুৰ পিছত আপোনাৰো আছে নেকি কণ্ডিচনাৰ লগোৱাৰ অভ্যাস! আপোনাৰ চুলিত পৰিব পাৰে কুপ্ৰভাৱ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7