পুলিচ ৰ গুলীত আহত হোৱা নগাঁৱৰ ছাত্ৰনেতা কীৰ্তিকমল বৰাৰ লগত ড্ৰাগচ্ পোৱাৰ অভিযোগ তুলিছে নগাওঁ আৰক্ষীয়ে। আনহাতে নগাওঁ তথা সামাজিক মাধ্যমত আৰক্ষীৰ ভুৱা এন্কাউণ্টাৰৰ বিৰুদ্ধে সমগ্ৰ অসমতে প্ৰতিবাদ আৰম্ভ হৈছে।
কিন্তু অসম পুলিছে টুইটাৰৰ জৰিয়তে জনাইছে যে অভিযুক্ত বিষয়াক তৎকালীন ভাৱে ৰিজাৰ্ভত পঠিওৱা হৈছে।
Police personnel involved in the shooting incident at Kachalukhua,Nagaon have been sent to Police Reserve with immediate effect.
We have requested the Govt to institute a Commissioner level enquiry into the incident. If any lapse is found, guilty personnel will be taken to task.
— Assam Police (@assampolice) January 23, 2022
তদন্তকাৰী কমিচন গঠনৰ বাবে চৰকাৰক অনুৰোধ জনোওৱা হৈছে। এইয়াই যথেষ্ট নে!!
এইয়া অত্যাচাৰ নে ষড়যন্ত্ৰ!!
আপোনাৰ মন্তব্য কি?