VOICE 24x7
Monday, May 5, 2025
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন
No Result
View All Result
VOICE 24x7
English
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

ৰাজনীতিৰ পথাৰত দিব খোজ !!!বিহাৰৰ বক্সাৰ সমষ্টিত হ’ব প্ৰার্থী, আকস্মিকভাৱে আইপিএছৰ পৰা পদত্যাগ আনন্দ মিশ্ৰৰ

voicedesk by voicedesk
December 27, 2023
in মুখ্য সংবাদ
ৰাজনীতিৰ পথাৰত দিব খোজ !!!বিহাৰৰ বক্সাৰ সমষ্টিত হ’ব প্ৰার্থী, আকস্মিকভাৱে আইপিএছৰ পৰা পদত্যাগ আনন্দ মিশ্ৰৰ
0
SHARES
10.2k
VIEWS
Share on FacebookShare on Twitter

আকস্মিকভাৱে ভাৰতীয় আৰক্ষী সেৱা চমুকৈ আইপিএছৰ পৰা পদত্যাগ কৰিছে লখিমপুৰৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই। অৱসৰ বিচাৰি আৰক্ষী সঞ্চালকপ্ৰধানৰ জৰিয়তে মুখ্য সচিবলৈ যোৱা ১৮ ডিচেম্বৰত  পদত্যাগ পত্ৰ প্ৰেৰণ কৰিছে  আনন্দ মিশ্ৰই। সমাজসেৱাৰ জৰিয়তে এক মুক্ত আৰু স্বতন্ত্ৰ জীৱন কটোৱাৰ বাবে পদত্যাগ কৰা বুলি পত্ৰখনত উল্লেখ কৰিছে  বিষয়াগৰাকীয়ে। বৰ্তমান লখিমপুৰ জিলাৰ আৰক্ষী অধীক্ষক হিচাপে কৰ্মৰত হৈ আছে আনন্দ মিশ্ৰ। ২০২৪ চনৰ ১৬ জানুৱাৰীৰ পৰা কার্যকৰী হোৱাকৈ পদত্যাগ  পত্ৰ প্ৰেৰণ কৰিছে  আনন্দ মিশ্ৰই।

 

 

২০১১ বেটছৰ অসম-মেঘালয় কেডাৰৰ আই পি এছ বিষয়াগৰাকীক শেহতীয়াকৈ মণিপুৰৰ  গোষ্ঠী সংঘর্ষৰ ঘটনাৰ তদন্তৰ দায়িত্বও লাভ কৰিছিল ৷ মণিপুৰৰ ঘটনাৰ তদন্তৰ বাবে গঠিত এছআইটিত তেওঁৰ নাম অন্তভুর্ক্ত কৰা হৈছিল ৷

 

 

অৱশ্যে  চাকৰিৰ পৰা পদত্যাগ কৰি  ৰাজনীতিৰ জগতত আনন্দ মিশ্ৰই প্ৰৱেশ কৰিব বুলি চর্চা আৰম্ভ হৈছে ! কিয়নো শেহতীয়াকৈ বিষয়াগৰাকীয়ে বিহাৰৰ পৰা ৰাজনীতিত নামিব বুলি বিভিন্ন সূত্ৰত প্ৰকাশ পাইছে ৷ চর্চা অনুসৰি বিহাৰৰ বক্সাৰ সংসদীয় সমষ্টিৰ পৰা নির্বাচনত অৱতীর্ণ হ’ব আনন্দ মিশ্ৰ ৷ইতিমধ্যে  অঞ্চলটোত অনুষ্ঠিত  অনুষ্ঠানতে অংশগ্ৰহণ বৃদ্ধি কৰাৰ লগতে স্থানীয় পৰ্যায়ৰ সকলো প্ৰভাৱশালী শ্ৰেণীৰ লোকক লগ কৰিবলৈ আৰম্ভ কৰিছে মিশ্ৰই । ইফালে আদালতৰ নিৰ্দেশমৰ্মে চৰকাৰে তেওঁক মণিপুৰ হিংসাৰ গোচৰৰ তদন্তৰ বাবে গঠন কৰা বিশেষ তদন্তকাৰী দলৰ মুৰব্বী কৰি দিয়ে। এই নতুন দায়িত্ব লোৱাৰ পাছত বাক্সাৰ সংসদীয় সমষ্টিত পূৰ্বৰ দৰে কাৰ্যকলাপ অব্যাহত ৰখাটো তেওঁৰ বাবে কঠিন হ’লহেঁতেন বুলি ধাৰণা কৰা হৈছে।যাৰ বাবে তেওঁ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে ৷

 

বক্সাৰ লোকসভাৰ আসনখন  ব্ৰাহ্মণ প্ৰধান বুলি গণ্য কৰা হয়। বিগত ৬টা নিৰ্বাচনৰ ভিতৰত এই আসনৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ ব্ৰাহ্মণ প্ৰাৰ্থীয়ে জয়লাভ কৰিছে। বৰ্তমান বিজেপিৰ অশ্বিনী চৌবে ইয়াৰ পৰা সাংসদ।

 

 

 

Previous Post

জুবিন গার্গলৈ সংগীতানুষ্ঠান উপভোগ কৰিবলৈ অহাৰ পথতে দূর্ঘটনা, বালিপাৰাত প্ৰাণ হেৰুৱালে ৫ যুৱকে

Next Post

লোকশিল্পী ৰহেন্দ্ৰ নাথ ব্ৰহ্মক প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান আছুৰ

Related Posts

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু
মুখ্য সংবাদ

বিহাৰত ভয়ংকৰ অঘটনঃ মন্দিৰত পদপিষ্ট হৈ ৭ জন লোকৰ মৃত্যু

August 12, 2024
বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক
মুখ্য সংবাদ

বিশিষ্ট কবি -সমালোচক ৰবীন্দ্ৰ বৰাৰ বিয়োগত শোক

August 12, 2024
আজি বিশ্ব হস্তী দিৱস
মুখ্য সংবাদ

আজি বিশ্ব হস্তী দিৱস

August 12, 2024
ৰূপসী বিমান বন্দৰৰ নাম সলনি
মুখ্য সংবাদ

ৰূপসী বিমান বন্দৰৰ নাম সলনি

August 12, 2024
পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা
মুখ্য সংবাদ

পিজিআৰ-ভিজিআৰ ভূমিত উচ্চেদৰ দাবীত উত্তাল প্ৰতিবাদ, আৰক্ষীৰ লাঠীচালনা

August 7, 2024
অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ
মুখ্য সংবাদ

অভিজাত জিম খানা ক্লাৱৰ মেনেজাৰৰ ৰহস্যজনক মৃত্যু, অভিযুক্ত ৰাজেন লোহিয়াক জেৰা ডিব্ৰুগড় আৰক্ষীৰ

August 7, 2024
Next Post
লোকশিল্পী ৰহেন্দ্ৰ নাথ ব্ৰহ্মক  প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান আছুৰ

লোকশিল্পী ৰহেন্দ্ৰ নাথ ব্ৰহ্মক প্ৰতিমা বৰুৱা পাণ্ডে স্মাৰক বঁটা প্ৰদান আছুৰ

No Result
View All Result
  • কি অপৰাধত দুই  কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !!  ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    কি অপৰাধত দুই কেডাৰক মৃত্যুদণ্ড দিলে আলফাই !! ডিজিপিয়ে ক’লে-আপোনাৰ জীৱন নষ্ট নকৰিব

    0 shares
    Share 0 Tweet 0
  • অন্ত পৰিল ৪৪ বছৰীয়া অধ্যায়ৰ, চুক্তিৰ পাছত ভংগ হ’ল আলফা, আৱেগিক হৈ পৰিল অনুপ চেতিয়া

    0 shares
    Share 0 Tweet 0
  • টার্গেট কৰিবলৈ জিপি সিঙে জনোৱা প্ৰত্যাহ্বান গ্ৰহণ আলফা(স্বাঃ)ৰ, বান্ধি দিলে দুই চর্ত ? কি চর্ত মানিব পৰা সাহস ডিজিপিৰ নাই বুলি ক’লে আলফা(স্বাঃ)-এ

    0 shares
    Share 0 Tweet 0
  • টি-২০ বিশ্বকাপ দলৰ ঘোষণা, আই পি এলত মাত্ৰ দুখন মেচ খেলা ক্ৰিকেটাৰক দিলে অধিনায়কৰ দায়িত্ব !

    0 shares
    Share 0 Tweet 0
  • প্ৰয়াত ইন্দ্ৰ বণিয়াৰ পুত্ৰ বিশিষ্ট সংগীতশিল্পী গৌৰব বণিয়াৰ অকাল মৃত্যু

    0 shares
    Share 0 Tweet 0

“ভইচ ২৪×৭” হৈছে অসম তথা উত্তৰ-পূবৰ লগতে বিশ্বৰ যোগাত্মক খবৰ সমূহ জনমানসত দাঙি ধৰিবলৈ প্ৰয়াস কৰা এক ব্যতিক্ৰমী আৰু সুকীয়া ডিজিটেল মঞ্চ । সমাজ, ৰাজনীতি, সংস্কৃতি, সাহিত্য, আইন আৰু অৰ্থনীতিৰ প্ৰতি বিশেষ দৃষ্টি ৰাখি লগতে স্থানীয় ঘটনাবোৰৰ ওপৰত আলোকপাত কৰা আমাৰ অন্যতম উদ্দেশ্য।

  • Facebook
  • Twitter
  • YouTube

সংবাদ শ্ৰেণীসমূহ

  • অন্যান্য
  • অভিমত
  • অৰ্থনীতি
  • আইন
  • কবিতা
  • ক্ৰীড়া
  • চুটিগল্প
  • জীৱন
  • প্ৰবন্ধ
  • বতৰ
  • বিজ্ঞান
  • ভিডিঅ’
  • মনোৰঞ্জন
  • মুখ্য সংবাদ
  • ৰাজনীতি
  • ৰাশিফল
  • শাৰদ বিশেষ
  • সংবাদ গুঞ্জন
  • সমাজ
  • সংস্কৃতি

পলকতে

কি খাদ্য খালে ইউৰিক এচিদ বৃদ্ধি নহয় , জানো আহক

February 6, 2025

কলমৌ শাক খায় নে! কলমৌ শাকৰো আছে বহুতো উপকাৰী গুণ, জানো আহক

February 4, 2025

মধুৰিআম খালে কি হয় জানে নে ? মধুৰিআমৰ বিষয়ে জানো আহক

February 3, 2025
  • আমাৰ বিষয়ে
  • যোগাযোগ
  • Copyright Policy

© 2021 All rights reserved by voice 24x7

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • ৰাজনীতি
  • সমাজ
  • মনোৰঞ্জন
  • সংস্কৃতি
  • অভিমত
  • জীৱন
  • অৰ্থনীতি
  • বিজ্ঞান
  • ক্ৰীড়া
  • ভিডিঅ’
  • আইন

© 2021 All rights reserved by voice 24x7