কালি অনুষ্ঠিত হোৱা সাপ্তাহিক ৰাজ্যিক কেবিনেটত এলানি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়-
৫২০০০ পদ পথচাৰী ব্যৱসায়ীলৈ ১০০০০ টকাকৈ ঋণ প্ৰদান কৰাৰ সিদ্ধান্ত।
মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৪০০ কোটি টকা অনুমোদন জনায়। এই আঁচনিৰ অধীনত ১০০০ খন সৰু মালবাহী বাহন বিতৰণ, শস্য সংৰক্ষণৰ বাবে ভড়াল স্থাপন, সৰু সৰু ধানৰ মিল স্থাপনকে ধৰি কেতবোৰ দিশ সামৰি ল’ব।
নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্যত ৰাজ্যিক gst ৰেহাই দিয়া হৈছে।
বৰাকত এটা wild life division স্থাপন কৰাৰ সিদ্ধান্ত।